Breaking

Browsing Tag

Manish Sisodia

অসুস্থ পত্নীক লগ কৰিবলৈ তিহাৰ জেলৰ পৰা ঘৰত উপস্থিত মনীষ চিছ’দিয়াই…

দিল্লীৰ ৰাউজ এভিনিউ আদালতে মনীষ চিছ’দিয়াক নিজৰ অসুস্থ পত্নীক ঘৰত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অৰ্থাৎ ৬ ঘণ্টাৰ বাবে সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰিছে। তিহাৰ জেলৰ পৰা নিজ গৃহত উপস্থিত হৈছে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা
Read More...

কাইলৈ ​​পত্নীক লগ কৰিব মনীষ ছিছ’দিয়াই, আদালতে দিলে অনুমতি…

দিল্লী আবকাৰী নীতিৰ গোচৰঃ দিল্লী সুৰা নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ২৬ ফেব্ৰুৱাৰীৰ পৰা কাৰাগাৰত বন্দী হৈ আছে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। আদালতে ছিছ’দিয়াক শনিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ পত্নীক সাক্ষাৎ কৰিবলৈ
Read More...

‘প্ৰধানমন্ত্ৰী শিক্ষিত হ’ব লাগে’! মনীষ ছিছ’দিয়াই কাৰাগাৰৰ পৰাই লিখিলে এখন…

'আমাৰ প্ৰধানমন্ত্ৰী নিৰক্ষ'! দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী ছিছোদিয়াই জেলৰ পৰা এখন চিঠি লিখিছে, এই পত্ৰত তেওঁ অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী মোদী কম শিক্ষিত গতিকে তেওঁ দেশৰ ক্ষতি কৰিছে । ছিছ’দিয়াই অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে
Read More...

১৭ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া…

মনীষ চিছ’দিয়া ১৭ এপ্ৰিললৈকে কাৰাগাৰত থাকিব লাগিব। দিল্লী সুৰা নীতিৰ গোচৰত কাৰাবন্দী আপ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মাত শুনানি ৰাউছ এভিনিউ আদালতত। দিল্লী সুৰা নীতিৰ গোচৰত কাৰাগাৰত আৱদ্ধ আপ নেতা তথা
Read More...

মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে আন এক দুৰ্নীতিৰ অভিযোগ…

মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু ! মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে চিবিআইয়ে আন এক গোচৰ ৰুজু কৰিছে। ছিছ’ডিয়াৰ বিৰুদ্ধে ফিডবেক ইউনিট গঠনৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ। এম এইচ এৰ অনুমোদন লাভৰ পিছতে এই গোচৰ ৰুজু কৰিছে চি বি আইয়ে সুৰা
Read More...

সুৰা কেলেংকাৰী: দিল্লীৰ উপ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ মনীষ চিছ’দিয়াৰ, স্বাস্থ্য মন্ত্ৰী…

দিল্লীৰ সুৰা নীতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই আজি দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। একেদৰে ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনেও তেওঁৰ পদৰ পৰা পদত্যাগ কৰে।
Read More...

গুৱাহাটীত মনীষ চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

সোমবাৰে গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সুৰা নীতি কেলেংকাৰীত ভূমিকা লোৱাৰ অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰাক লৈ আম আদমী পাৰ্টিৰ নেতা কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
Read More...

৮ ঘণ্টা জেৰাৰ অন্তত ছিছ’ডিয়াক গ্ৰেপ্তাৰ ! আজি CBI য়ে আদালতত হাজিৰ কৰাব মনীষ ছিছ’ডিয়াক…

২৬ ফেব্ৰুৱাৰীত প্ৰায় ৮ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত মনীষ ছিছ’ডিয়াক গ্ৰেপ্তাৰ কৰা হয়। মনীষ ছিছ’ডিয়াক গ্ৰেপ্তাৰৰ বাবে আপৰ নেতা আৰু কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰায় ৬-৭ মাহ ধৰি চিবিআইয়ে ছিছ’ডিয়াক অবিৰতভাৱে জেৰা কৰি আহিছিল।
Read More...

আজি পুনৰ চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব মনিষ চিছ’দিয়া, গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা!

আজি সুৰা কেলেংকাৰীৰ গোচৰত মনিষ চিছ’দিয়াক জেৰা কৰিব চিবিআইয়ে। লগতে গ্ৰেপ্তাৰ হোৱাৰ আশংকাও প্ৰকাশ কৰে। সুৰা কেলেংকাৰীৰ গোচৰত চিবিআইয়ে মনিষ ছিছ’দিয়াক জেৰা কৰিব। গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা! ।ইয়াৰ পূৰ্বেও মনীষ ছিছ’দিয়াক ৯ ঘণ্টা ধৰি জেৰা
Read More...

‘অমিত শ্বাহক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক’: মনীষ ছিছোদিয়াৰ নতুন দাবী

মনীষ ছিছ’দিয়াই, এটা অডিঅ’ ক্লিপৰ জৰিয়তে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এক অডিঅ’ ক্লিপৰ জৰিয়তে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ‘অপাৰেচন লোটাছ’ৰ জৰিয়তে আম
Read More...