Breaking

Browsing Tag

morigaon

মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত…

নগাঁও লোক সভাৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছত সম্প্ৰতি লোকসভা আসন খনৰ ফলাফলক লৈ বিভিন্ন দলীয় কৰ্মী সকল যোগ বিয়োগত ব্যস্ত হৈ পৰিছে। দলীয় কাৰ্যালয় সমূহৰ ওপৰিও আনকি চাৰিআলি, হুটেলৰ চাহৰ আদ্দাৰ মাজতো প্ৰাধান্য লাভ কৰিছে নিৰ্বাচনৰ সাম্ভাব্য
Read More...

Dance Deewane – Season 4ত চমক অসম তথা মৰিগাঁৱৰ সন্তান সুনিল বৰমহেলাৰ…

Dance Dewane Seasion 4 চমক অসম তথা মৰিগাঁও সন্তান সুনিল বৰমহেলা। ৰাষ্ট্ৰিয় পৰ্য়ায়ত জিলিকিল অসমৰ সন্তান সুনিল বৰমহেলা। জনপ্ৰিয় Colors TV ৰ Dance Deewane - Season 4ৰ Top 15ত স্থান পাবলৈ সক্ষম হ'ল সুনিল।
Read More...

মৰিগাঁও ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, ভাষা আন্দোলনৰ অগ্ৰণী নেতা উপেন শৰ্মাৰ দেহাৱসান…

মৰিগাঁৱত শোকৰ ছাঁ। মৰিগাঁও ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট শিক্ষাবিদ, ব্ৰাক্ষণ সমাজৰ সভাপতি, ভাষা আন্দোলনৰ এজন অগ্ৰণী নেতা, আধুনিক মৰিগাঁৱৰ স্বপ্নদষ্টা, জিলাখনৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰিধৰোতা, অঞ্চলৰ প্ৰথম গ্ৰেজুৱেট, পথ
Read More...

মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদত নিৰ্বাচিত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক…

মৰিগাঁও মহাবিদ্যালয়ৰ সাংবাদিকতা, গণসংযোগ বিষয়ৰ অতিথি অধ্যাপক পদত নিৰ্বাচিত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন।
Read More...

মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কাৰ্যসূচী…

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন এইবেলি মৰিগাঁও জিলাত অনুষ্ঠিত হ'ব । অহা নৱেম্বৰ মাহৰ ২১ , ২২ , ২৩ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হব । আজি
Read More...

ভাৰত স্কাউড এণ্ড গাইড মৰিগাঁও জিলা সমিতিৰ উদ্যোগত চাৰি দিনীয়া গ্ৰীষ্মকালীন শিবিৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰত্যেক বছৰৰ দৰে এইবাৰো গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছে। ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰিব অহা ২১ জুলাই তাৰিখে।
Read More...

“মৰিগাওঁ জিলা দিৱস”ত মন্ত্ৰী পিয়ুষ হাজৰিকা …

১৯৮৯ চনৰ ১৪ অক্টোবৰ তাৰিখে তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ পৰা পৃথক হৈ মৰিগাওঁ জিলাই এখন সুকীয়া জিলা হিচাপে স্বীকৃতি লাভ কৰে। প্ৰাচীন কালৰ পৰাই মৰিগাওঁ ঠাইখনে অসমৰ ইতিহাসত এক সুকীয়া স্থান দখল কৰি আহিছে। মায়ং অঞ্চলৰ যাদু- মন্ত্ৰৰ পৰা আৰম্ভ
Read More...