Breaking

Browsing Tag

rammandir

ৰামলালাৰ গৰম লাগিছে! এতিয়া প্ৰতিদিনে সোণালী বাটিত পৰিৱেশন কৰোৱা হ’ব দৈ…

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ হোৱাৰ পিছৰে পৰা অযোধ্যাত ভক্তৰ বিপুল ভিৰ। শিশু ৰামৰ মূৰ্ত্তি যত্ন লোৱাৰ বাবে প্ৰতিদিনে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে ৰামলালাৰ প্ৰসাদত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে। ৰাম মন্দিৰত
Read More...

ৰঙা, নীলা আবিৰে ৰঙীন হৈ পৰিছে অযোধ্যা; হোলী উৎসৱ আৰু ৰামলালাৰ বাবে ৫৬ বিধ ভোগ…

হিন্দু ধৰ্মত হোলী উৎসৱ অতি গুৰুত্বপূৰ্ণ আৰু এই উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। দেশৰ বহু মন্দিৰত হোলীৰ দিনা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবাৰ অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত হোলী উৎসৱ অতি বিশেষ হ'বষ মথুৰা আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান
Read More...

ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা ! ১৫৩-এ আৰু…

ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা, এজাহাৰ দাখিল ৰাম মন্দিৰকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা। চ’চিয়েল মিডিয়াত ৰাম মন্দিৰকলৈ বিতৰ্কিত পোষ্ট কৰি
Read More...

ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি বা বিগ্ৰহটিৰ বৰণ ক’লা হোৱাৰ কাৰণ জানক…

ভগৱান শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি বা বিগ্ৰহটিৰ বৰণক লৈ আমাৰ প্ৰশ্ন হৈছে, স্বাভাৱিক কথা। এই বিগ্ৰহটি হৈছে শ্ৰীৰামচন্দ্ৰৰ বাল্যকালৰ, যাৰ বাবে ৰামলল্লা বুলিও অভিহিত কৰা হৈছে। ৫ বছৰীয়া বালক হিচাপে প্ৰাণ প্ৰতিষ্ঠিত ভগৱান শ্ৰীৰামচন্দ্ৰৰ বিগ্ৰহটি
Read More...

ঘৰতে ৰাম লালাক কিদৰে উপাসনা কৰিব জানক…

ঘৰৰ মন্দিৰটো ভালদৰে পৰিষ্কাৰ কৰি ল’ব, যিকোনো পুৰণি সামগ্ৰী পেলাই দিব আৰু এক বিশৃংখলতা-মুক্ত আৰু আৱৰ্জনা-মুক্ত স্থান গঢ়ি তুলিব। পুৰণি ফুল আৰু মালা থাকিলে পেলাই দিব। এক ধনাত্মক শক্তি বজাই ৰাখিবলৈ মন্দিৰৰ ভিতৰত থকা সকলো দেৱতাৰ ছবি পৰিস্কাৰ
Read More...

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে সংবাদ মেলত কি কি গুৰুত্বপূৰ্ণ ঘোষণা হ’ল জানক…

২২ জানুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। ২ বজাৰ পিছত খুলিব লাগিব চৰকাৰী কাৰ্যালয়। আই-মাতৃসকলক নামঘৰত ৰাম কীৰ্তন কৰাৰ আহ্বান। আলোকৰ ব্যৱস্থাৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰো আহ্বান।
Read More...

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত অপৰ্ণা যাদৱে কি কি ক’লে…

অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া অভিষেক অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া সোমবাৰে ভগৱান ৰামক নতুন মন্দিৰত প্ৰতিষ্ঠা কৰা হ’ব। ইয়াৰ পূৰ্বে সমাজবাদী পাৰ্টিয়ে এই গুলীচালনাক সমৰ্থন কৰাৰ বিপৰীতে আনফালে বিজেপিয়ে তেওঁক ৰাম বিৰোধী বুলি
Read More...

অযোধ্যালৈ যোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ ! ৫১ টা ঠাইত উপলব্ধ হ’ব পাৰ্কিং…

অযোধ্যা পাৰ্কিং - অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ অহা অতিথিসকলৰ বাহন পাৰ্কিঙৰ বাবে ৫১টা স্থানত ব্যাপক ব্যৱস্থা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। দেওবাৰে এগৰাকী বিষয়াই জনোৱা মতে, এই পাৰ্কিং লটসমূহত ২২,৮২৫খন বাহন ৰখাব পাৰিব।
Read More...