Breaking

Browsing Tag

rapes

অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথত পেলাই থলে ১৫ বছৰীয়া কিশোৰীক

দক্ষিণ কামৰূপৰ গৰৈমাৰীত জঘন্য ধৰ্ষণ কাণ্ড ৷ অচিনাক্ত দুৰ্বৃত্তই ধৰ্ষণ কৰি ৰাজপথত পেলাই থলে ১৫ বছৰীয়া কিশোৰীক ৷ গৰৈমাৰী আৰক্ষীৰ অনুসন্ধানত দৃৰ্বৃত্তৰূপী লম্পট ধৰ্ষণকাৰীৰ নাম আৰু মবাইল নম্বৰৰ সন্ধান লাভ কৰিছে যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা
Read More...

এগৰাকী বিবাহিত লম্পটে প্ৰেমৰ চলনাৰে ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ……

ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জ্বানত কৰা ঘটনা সংঘটিত হৈছে । বাক্সাৰ বাগানপাৰাৰ বৰিকাদঙা তীব্ৰ উত্তেজনা এগৰাকী বিবাহিত লম্পটে প্ৰেমৰ চলনাৰে ১৫ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ । একাংশ উত্তেজিত ৰাইজৰ ৰোষত ধৰ্ষনকাৰী পাষণ্ড প্ৰদীপ দাস ।
Read More...