Breaking

Browsing Tag

Ripun Bora

গোসাঁইগাঁৱৰ হাউৰিয়াপেটত তৃণমূল কংগ্ৰেছৰ বিশাল জনসভা

"২০১৪ চনত কেন্দ্ৰত মোদীৰ চৰকাৰ অহাৰ পাছতেই দেশৰ সংবিধান ধ্বংস কৰিবলৈ ধৰিছে। সংবিধানৰ শপত খাই ক্ষমতাহীন হোৱাৰ পাছত সংবিধানক অমান্য কৰি জাত পাত ধৰ্মৰ নামত মানুহৰ মাজত বিভেদৰ বীজ ৰোপণ কৰি দেশৰ ধৰ্মনিৰপেক্ষতাক ধ্বংস কৰি আৰ এছ এছৰ এক দেশ এক
Read More...

বঙাইগাঁও জিলা কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ তৃণমূল কংগ্ৰেছৰ প্ৰদেশ সমিতিৰ সভাপতি ৰিপুন…

বঙাইগাঁও জিলাৰ অভয়াপুৰীত বঙাইগাঁও জিলা কাৰ্যালয় শুভ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ তৃণমূল কংগ্ৰেছৰ প্ৰদেশ সমিতিৰ সভাপতি ৰিপুন বৰাৰ। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৰিপুন বৰাই। আগন্তুক লোকসভা নিৰ্বাচনৰ
Read More...

অসম চৰকাৰৰ বাজেটক ফাঁকিবাজ আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

অসম চৰকাৰে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক জনতাক আভুৱা ভৰা এখন দিশহীন বাজেট বুলি অভিহিত কৰিছে অসম তৃণমূল কংগ্ৰেছে। দলৰ সভাপতি ৰিপুণ বৰাই সম্বোধন কৰা সংবাদমেলত বাজেটখনক
Read More...

মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ৰিপুন বৰাৰ। ক’ত হেৰাল অসম পুলিচ…

তৃনমূলৰ নেতা তথা প্ৰাক্তন কংগ্ৰেছী ৰিপুন বৰাই এইবাৰ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। ৰিপুন বৰাই জিগনেশ মেৱানী পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লগাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কে অসমবাসীক অপমানসূচক মন্তব্য
Read More...