Breaking

Browsing Tag

SKIN CARE

ৰাতি নে ৰাতিপুৱা? মুখ ধুবলৈ কেতিয়া ফেচ ৱাছ ব্যৱহাৰ কৰিব…

ছালৰ পৰা মলি সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰাত ফেচ ৱাছ অতি ফলপ্ৰসূ। কিন্তু ফেচ ৱাচ সঠিকভাৱে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। মুখৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ ফেচ ৱাছ কৰাটো অতি প্ৰয়োজনীয়। আমাৰ বেছিভাগেই মুখ ধুবলৈ দৈনিক ফেচ ৱাছ ব্যৱহাৰ কৰো। কিন্তু ফেচ
Read More...

শীতকালত ল’ব লগা ছালৰ যতনৰ বিষয়ে জানক…

শীতত শুকান ছালৰ গৰাকীয়ে বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায়। জলবায়ুত ময়শ্বাৰাইজাৰৰ অভাৱৰ হেতুকে শুকান ছাল আৰু অধিক শুকান হৈ পৰে। এই ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে গাখীৰৰ সৰ ব্যৱহাৰ কৰিলে খুব ভাল ফল পাব। টোনাৰ হিচাপে গোলাপজলৰ লগত অকণমান
Read More...

৫০ বছৰ বয়সতো জাপানী মানুহক ২৫ বছৰীয়া যেন কিয় লাগে? ইয়াৰ ৰহস্য জানক…

যদি আপুনি জাপানীসকলৰ দৰে ধুনীয়া হৈ থাকিব বিচাৰে তেন্তে আজি আমি আপোনাৰ বাবে লৈ আহিছো জাপানীজ ডায়েট। যি পদ্ধতি চেষ্টা কৰি আপুনিও আপোনাৰ ছালত বয়স বৃদ্ধিৰ প্ৰভাৱ বন্ধ কৰি দীৰ্ঘদিনলৈ ধুনীয়া হৈ থাকিব পাৰে। খাদ্য আৰু জীৱনশৈলীৰ বাবে সমগ্ৰ
Read More...

৩০ বছৰৰ পিছত এনেদৰে ছালৰ যত্ন লওক, মুখলৈ গ্ল’ আহিবলৈ আৰম্ভ কৰিব…

৩০ বছৰ বয়সৰ পিছত ছালৰ উজ্জ্বলতা কমিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত ছালখনক এটা বিশেষ ৰুটিনৰ প্ৰয়োজন হয়। ইয়াত আমি আপোনাক এনে কিছুমান টিপছ গ্ৰহণ কৰি ক’ম যিবোৰ গ্ৰহণ কৰি আপুনি ছালখনক সুস্থ আৰু গ্লোয়িং কৰি তুলিব পাৰে।৩০ বছৰ বয়সৰ পিছত ছালৰ
Read More...

যুৱতী, মহিলা সকলৰ মুখত বা শৰীৰৰ আন অংগত যদিহে নোম গজি উঠিছে তেন্তে ইয়াৰ প্ৰতিকাৰ সমূহ গ্ৰহণ কৰিবলৈ…

মহিলাৰ ঠোঁটৰ ওপৰত, গাল, বুকু, পেট, পিঠি আদিত কেতিয়াবা তুলনামূলকভাৱে মোটা বা কলা ধৰণৰ অলপ ঘন নোম দেখা দিয়ে। চিকিৎসা বিজ্ঞানত মহিলাৰ অবাঞ্ছিত নোম বৃদ্ধিক হিৰছুটিজম(Hirsutism) বোলা হয়। এনেধৰণৰ নোম গজাই মাথো বাহ্যিক সৌন্দর্যক নহয়, শৰীৰৰ
Read More...

শীতকালত কিদৰে ছালৰ যতন ল’ব?

সকলোৱে নিজকে সৌন্দৰ্য্যবান কৰি ৰাখিব বিছাৰে। আজিকালি পুৰুষ মহিলা সকলো নিজৰ সৌন্দৰ্য্যক লৈ যথেষ্ঠ সচেতন। গ্ৰীষ্মকালত যিদৰে আমি ছাল-চুলিৰ যত্ন লও,ঠিক তেনেদৰে শীত কালতো আমি আমাৰ ছাল-চুলিৰ যত্ন ল'ব লাগে। শীত কাল অহাৰ লগে লগে আমাৰ ছাল শুকান
Read More...