Breaking

Browsing Category

মৃত্যু

কৰ্ণাটকত অনলাইনত অৰ্ডাৰ দিয়া বিৰিয়ানী খাই মৃত্যু ২০ বছৰীয়া এগৰাকী যুৱতীৰ…

আন এক সন্দেহযুক্ত খাদ্য বিষক্ৰিয়াৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ঘটনাৰ স্থান হ’ল কৰ্ণাটকৰ মাংগালুৰু। ফুড পইজনিঙৰ এই ঘটনা আজি পোহৰলৈ আহিছে। অনলাইনত অৰ্ডাৰ দিয়া খাদ্যৰ বিষক্ৰিয়াত প্ৰাণ হেৰুৱাইছে মাংগালুৰুৰ এগৰাকী যুৱতীয়ে।
Read More...

মুম্বাইত মিজিলছৰ প্ৰাদুৰ্ভাৱে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, তিনি মাহত ১৬ জন লোকৰ মৃত্যু, ৫০০ৰো অধিক লোক…

বৃহনমুম্বাই পৌৰ নিগমৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে মঙলবাৰে (২৭ ডিচেম্বৰ) বিএমচিৰ এখন চিকিৎসালয়ত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা এজন ৩ বছৰীয়া ল’ৰাৰ মৃত্যু হয়। ২০২২ চনৰ অক্টোবৰ মাহত মিজিলছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছৰে পৰা চহৰখনত
Read More...

বিশ্বাসী তথা টাটা গ্ৰুপৰ প্ৰবীণ সদস্য শেষ নিশ্বাস ত্যাগ পদ্মশ্ৰী আৰ কে কৃষ্ণকুমাৰৰ…

ৰতন টাটাৰ ঘনিষ্ঠ, বিশ্বাসী তথা টাটা গ্ৰুপৰ প্ৰবীণ সদস্য আৰ কৃষ্ণকুমাৰে দেওবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে। কেৰালাত জন্মগ্ৰহণ কৰা কৃষ্ণকুমাৰে টাটা গ্ৰুপৰ আতিথ্য শাখা তথা ভাৰতীয় হোটেলৰ মুৰব্বীকে ধৰি একাধিক পদত কাৰ্যনিৰ্বাহ কৰিছিল।
Read More...

বিশ্ব ফুটবলৰ মহাতাৰকা মেছিয়ে তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলেৰ চিৰবিদায়ত কি লিখিলে…

এগৰাকী কিংবদন্তীৰ বিদায়। ফুটবল সম্ৰাট পেলেৰ সম্পৰ্কত এই বিশেষণ ব্যৱহাৰ কৰাৰ বিকল্প অৱশ্যে নাই। তিনিটা বিশ্বকাপ জয় কৰা পেলে কেৱল এজন ফুটবল তাৰকাই নহয়, তেওঁ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ। যুগৰ পিছত যুগ ধৰি তেওঁলৈ চাই অনুপ্ৰাণিত হৈ আহিছে
Read More...

টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী টুনিছা শৰ্মাৰ আত্মহত্যা…

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাছাইত শনিবাৰে এখন ধাৰাবাহিকৰ চেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় টেলিভিছন অভিনেতা টুনিছা শৰ্মাক। আত্মহত্যা কৰি মৃত্যু হোৱা যুৱকজনৰ। আৰক্ষীয়ে জনোৱা মতে, অভিনেতাগৰাকী চেটত ৱাশ্বৰুমলৈ গৈ বহুদিনলৈ ঘূৰি নাহিল। তাইৰ মেকআপ
Read More...

তিনিচুকীয়াত ধাননি পথাৰত মৃত অৱস্থাত উদ্ধাৰ এটি হাতী…

অসমৰ তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত খাটাংপানী পেংগ্ৰীত মঙলবাৰে পুৱা এটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ হয়। বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।
Read More...

আমেৰিকাত বাসগৃহত জুই লগাৰ পিছত অগ্নিদগ্ধ হৈ এগৰাকী প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ মৃত্যু…

বাসগৃহত জুই লগাৰ পিছত অগ্নিদগ্ধ হৈ এগৰাকী প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ মৃত্যু ঘটে। এই ঘটনাত তেওঁৰ পোহনীয়া কুকুৰটোও মৰিছে। ঘটনাৰ পিছতে আৰক্ষী ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে। নিজৰ পিতৃ-মাতৃৰ চকুৰ সন্মুখতে
Read More...

হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে মৰিগাঁৱত আন এটা হাতী মৃত অৱস্থাত উদ্ধাৰ…

ৰাজ্যখনত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে মৰিগাঁৱত আন এটা হাতী মৃত অৱস্থাত উদ্ধাৰ হৈছে।  বন বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি ধাননি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু ঘটিছে।
Read More...

অসম অস্তিত্ব ৰক্ষা আন্দোলন আৰু মাধ্যম আন্দোলনৰ নেতা খনীন মহন্তৰ দেহাৱসান…

অসম আন্দোলনৰ অগ্ৰণী নেতা খনিন মহন্ত আৰু নাই। আজি বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে খনিন মহন্তই।
Read More...

গুৱাহাটীত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহনন…

পুনৰ মহানগৰীত সংঘটিত এক আত্মহননৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মহানগৰীৰ ভঙাগড় অঞ্চলৰ চিলাৰায়ৰ নগৰৰ এচ বি আই কলনিত চিপ লৈ আত্মহননৰ পথ বাচা লয় এগৰাকী যুবতীয়ে।
Read More...