Tag: ASSAM

Browse our exclusive articles!

মৰিয়নী থানা তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট…

মৰিয়নী থানা তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট ৷ ঐতিহাসিক হাতীগড়ৰ বেদখল কৰাত বহিৰাগতক সহযোগ কৰা ৰাজহচক্ৰ বিষয়া,লাঠমণ্ডল,মণ্ডল ক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৃষক...

ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ! আগন্তুক শিক্ষাবৰ্ষৰ পৰা নতুনকৈ প্ৰৱৰ্তন হ’ব ৬টা মাধ্যম…

ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আগন্তুক শিক্ষাবৰ্ষৰ পৰা নতুনকৈ প্ৰৱৰ্তন হ’ব ৬টা মাধ্যম। পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষাবৰ্ষ। প্ৰৱৰ্তন হ’ব মিচিং, ৰাভা,...

অভিনেতা ঋত্বিক ৰৌশনক আৰু অনিল কাপুৰক ওচৰৰ পৰা দেখা পাই উৎফুল্লিত তেজপুৰৰ জনতা…

মিনি বলীউডলৈ পৰিণত হৈছে অসম। বিগত দিনকেইটাত ইজনৰ পাছত সিজন বলিউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আই যাহ চলিছে অসমলৈ। ‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত...

কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ-জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ…

জন্মৰ প্ৰমাণপত্ৰক লৈ এইবাৰ অধিক কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। তথ্য অনুসৰি, কেন্দ্ৰই সংসদৰ আগন্তুক অধিৱেশনত ১৯৬৯ চনৰ জন্ম পঞ্জীয়ন আইনত (BRD) সংশোধনী অনাৰ পৰিকল্পনা...

আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ১০ খন গ্ৰন্থ প্ৰকাশেৰে অসমৰ সাহিত্য ভঁৰাললৈ অৱদান…

 আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ দোকান পোহাৰৰ চাইনবৰ্ড, বেনাৰ চাই চাই অসমীয়া আখৰৰ লগত চিনাকি হৈ সাহিত্য চৰ্চাত নিমগ্ন 'প্ৰেৰণাশ্ৰী' যতীন কুমাৰৰ দশমখন গ্ৰন্থ তেওঁৰ...

Popular

ৰাজ্যবাসীলৈ আন এক বিপজ্জনক খবৰঃ অসমৰ লগতে অৰুণাচল, নাগালেণ্ডতো হ’ব প্ৰচুৰ বৰষুণ

ৰাজ্যবাসীলৈ আন এক বিপজ্জনক খবৰঃ অসমৰ লগতে অৰুণাচল, নাগালেণ্ডতো হ'ব প্ৰচুৰ বৰষুণ। ৩০ জুলাইৰ পৰা ১ আগষ্টলৈ বৰষুণৰ আগজাননী।

উজনিত পুনৰ জলপ্ৰলয়ৰ আশংকাঃ খুলি দিয়া হৈছে দৈয়াঙৰ তিনিখন গেট

উজনিত পুনৰ জলপ্ৰলয়ৰ আশংকাঃ খুলি দিয়া হৈছে দৈয়াঙৰ তিনিখন গেট। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধিত খুলি দিয়া হৈছে গে'ট।

বানাক্ৰান্ত ৰাইজলৈ EMI পৰিশোধৰ ক্ষেত্ৰত ৰেহাই আঁচনি

বানাক্ৰান্ত ৰাইজলৈ EMI পৰিশোধৰ ক্ষেত্ৰত এক সকাহজনক আঁচনি। আগন্তুক ৬ মাহলৈ গ্ৰাহকে কেৱল ঋণৰ সূত পৰিশোধ কৰিলেই হ'ব।

সত্ৰভূমিৰ বেদখল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

সত্ৰভূমিৰ বেদখল সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য। মাজুলী, বৰপেটা, বটদ্ৰৱাৰ ৫ কিঃমিঃ ব্যাসার্ধলৈ কৰিব নোৱাৰিব ভূমি কিনা-বেচা।

Subscribe

spot_imgspot_img