Breaking

Browsing Tag

china

অৰুণাচল প্ৰদেশৰ ১১ স্থানৰ নাম সলনিৰ দাবী চীনৰ! এই দাবীক লৈ বিতৰ্ক…

চীনে দক্ষিণ তিব্বতৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ নাম সলনি কৰিছে। চীনে আনকি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ ওচৰৰ এখন চহৰৰ নাম সলনি কৰিছে। অৱশ্যে, এই বিষয়ত ভাৰতৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া হোৱা নাই।চীনৰ অসামৰিক প্ৰতিৰক্ষা
Read More...

পাকিস্তানক ১.৩ বিলিয়ন ডলাৰ বিত্তীয় সাহায্য চীনৰ…

দেশৰ বিত্তমন্ত্ৰী ইছহাক দাৰৰ মতে, অনাগত দিনত পাকিস্তানে ঔদ্যোগিক আৰু বাণিজ্যিক বেংক অৱ চাইনা লিমিটেড (আইচিবিচি)ৰ পৰা ১.৩ বিলিয়ন ডলাৰৰ বিত্তীয় সাহায্য লাভ কৰিব। ৩ মাৰ্চত ইছলামবাগত এখন সংবাদমেলত ভাষণ দি দাৰে নিশ্চিত কৰে যে সকলো
Read More...

দুৰ্দশাৰ পৰা মুক্তি পোৱাৰ প্ৰচেষ্টাঃ চীন আৰু ইৰাণৰ পিছত উজবেকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি কৰিলে…

পাকিস্তানে ইয়াৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দিনক দিনে কমি গৈছে। এনে পৰিস্থিতিত শ্ৰীলংকাৰ দৰে অৱস্থা হোৱাৰ উপকত্ৰম ঘটিছে পাকিস্তানৰ। দেশ খনে প্ৰায় দশকজুৰি অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি আছে। সংকটগ্ৰস্ত দেশখনক সহায় কৰিবলৈ মুঠ তিনিখন দেশ আগবাঢ়ি
Read More...

৭.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীন আৰু তাজাকিস্তান…

৭.২ প্ৰাবল্যৰ ভূমিকম্পই চীন আৰু তাজাকিস্তান জোকাৰি যায়। চীনৰ নিকটতম সীমান্তৰ পৰা প্ৰায় ৮২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ভয়কেন্দ্ৰটো জিনজিয়াং অঞ্চলৰ পশ্চিম অংশৰ কাশগাৰ আৰু আৰ্টুক্সত প্ৰবলভাৱে কম্পন হয়।
Read More...

বিয়া পাতক, লাভ কৰক ৩০ দিন চৰকাৰী ছুটি ! উদ্দেশ্য জনসংখ্যা বৃদ্ধি…

চীন চৰকাৰৰ নতুন নিয়ম ! চীন চৰকাৰে নৱবিবাহিত দম্পতীসকলক ৩০ দিনৰ দৰমহাযুক্ত বিবাহ ছুটী দিব বুলি কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ পিপলছ ডেইলী হেল্থৰ এক বিবৃতিত প্ৰকাশ কৰিছে এই কথা, বিয়া হৈয়ে দিব লাগিব সন্তান জন্ম, উদ্দেশ্য জনসংখ্যা বৃদ্ধি কৰা।
Read More...

‘এই দায়িত্বহীন কাৰ্য্য আগলৈ যাতে কেতিয়াও নহয়…’: ‘চোৰাংচোৱা’ বেলুনৰ পিছত…

চীনৰ সন্দেহযুক্ত চোৰাংচোৱা বেলুনক লৈ সংঘটিত হোৱা সম্পৰ্কৰ মাজতে শনিবাৰে (১৮ ফেব্ৰুৱাৰী, ২০২৩) আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে চীনৰ সমকক্ষ ৱাং য়িক সাক্ষাৎ কৰি সকীয়াই দিয়ে যে এই “দায়িত্বহীন কাৰ্য্য আৰু কেতিয়াও হ’ব নালাগে”।
Read More...

আমেৰিকাৰ আকাশত চীনৰ ‘চোৰাংচোৱা বেলুন’!

যোৱা ৩ দিন ধৰি আমেৰিকাৰ সামৰিক ঘাটিৰ ওপৰত উৰি থকা চীনৰ চোৰাংচোৱা বেলুনটো আমেৰিকান সেনাই ক্ষেপণাস্ত্ৰৰে উৰুৱাই দিছে। ইয়াক ভাঙি পেলোৱাৰ আগতে আমেৰিকান সেনাই ওচৰৰ ৩টা বিমানবন্দৰ বন্ধ কৰি দিছিল। যোৱা কেইদিনমানৰ পৰা আকাশত দেখা পোৱা চীনৰ
Read More...

চীন, জাপানকে ধৰি একাংশ দেশত অব্যাহত কৰ’নাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা। ভাৰততো পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ…

দেশত পুনৰ বৃদ্ধি পালে Covid আক্ৰান্ত, এই ৫ খন ৰাজ্যত ডাঙৰ বিপদ, সক্ৰিয় ৰোগী ইয়াত সৰ্বাধিক। চীন, জাপানকে ধৰি একাংশ দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা অব্যাহত আছে। ভাৰততো পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কোভিদৰ ৰোগী। চৰকাৰে ৰাইজক সাৱধানতা
Read More...

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চীনৰ বিমান যাত্ৰীসকলৰ প্ৰতি সতৰ্ক আমেৰিকাৰ…

চীনত কৰ’না ভাইৰাছৰ সংক্ৰমণঃ চীন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা প্ৰতিদিনে ২৯০খন বিমান চলাচল কৰে আমেৰিকাৰ বিষয়াসকলে। সেইবাবেই আমেৰিকা সজাগ হৈ পৰিছে।
Read More...

চীনত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধিৰ কাৰণ ৪টা ভেৰিয়েন্ট

চীনত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধিৰ কাৰণ ৪টা ভেৰিয়েন্টঃ ভাৰতৰ ক’ভিড-১৯ পেনেলৰ মুৰব্বী।চৰকাৰৰ ক’ভিড পেনেলৰ মুৰব্বী এন কে অৰোৰাই কয় যে চাৰিটা ভেৰিয়েন্টৰ কাৰণে চীনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে অমাইক্ৰন
Read More...