Breaking

Browsing Tag

dead body

বঙাইগাঁৱৰ গোলাপাৰাত ডিঙি কটা মহিলাৰ মৃতদেহ উদ্ধাৰ। অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্য……

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা চতুৰ্থ খণ্ডত এগৰাকী আদহীয়া মহিলাৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নসেৰ আলীৰ ঘৈণীয়েক ৰেজিয়া খাতুন (৪২)ৰ নিজ গৃহৰ গোহালীত তেজেৰে লুতুৰি পুতুৰি থকা অৱস্থাত
Read More...

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত দেহকলৈ গৌৰীপুৰত চাঞ্চল্য

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত্যুদেহক লৈ গৌৰীপুৰৰ আলমগঞ্জত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড গাওঁৰ সোঁমাজেৰে পাৰ হৈ গৈছে যোগীঘোপা ময়নাগুৰি ৰেল লাইন। উক্ত ৰেল লাইনেৰে
Read More...

নলবাৰী বৰকুৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয়লোকে প্ৰকাশ কৰা অনুসৰি মৃতদেহটো প্ৰায়
Read More...