Breaking

Browsing Tag

Festival

বৰ্হমথুৰি উদ্ভিদৰ লগত কি সম্পৰ্ক বহাগ বিহুৰ…

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমত পোৱা এবিধ চিৰসেউজ, পৰ্ণপাতী উদ্ভিদ হ'ল বৰ্হমথুৰি । এই গছ ১০ পৰা ১৫ মিটাৰ পৰ্যন্ত ওখ হয় । ইয়াৰ পাতৰ আকাৰ ২০ ৰ পৰা ৪০ চেমি দীঘল, গাঢ় সেউজ ৰঙৰ । বৰ থেকেৰা পাতৰ লগত বৰ্হমথুৰিৰ পাতৰ সাদৃশ্য দেখা যায় । বহাগ
Read More...

কেৱল ২৫ ডিচেম্বৰত কিয় পালন কৰা হয় বৰদিন? এই ঠাইখনৰ সৈতে আছে এক বিশেষ সংযোগ…

খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ মূল উৎসৱ যদিও সমগ্ৰ বিশ্বতে ইয়াক অতি আড়ম্বৰেৰে পালন কৰা হয়। প্ৰতি বছৰে ২৫ ডিচেম্বৰত বৰদিনৰ গছজোপা সজাই আৰু কেক কাটি এই উৎসৱ পালন কৰে। আপুনি জানেনে কিয় বৰদিন কেৱল ২৫ ডিচেম্বৰতহে পালন কৰা হয়? আজি ২৫
Read More...

আজি চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পবিত্ৰ উৎসৱ কৰম পূজা…

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়।
Read More...

শিশুৱে ৰঙৰ সৈতে খেলি ভাল পাই, ফাকুৱাৰ সময়ত অভিভাৱক সকলে মনত ৰাখিব এই ৫ টা কথা…

হোলীয়ে মানুহৰ জীৱনলৈ সুখ আনে, শিশুসকলেও এই উৎসৱটো বৰ ভাল পায়, কিন্তু এই উৎসৱ পালন কৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। যাতে কোনো সমস্যাৰ সৃষ্টি নহয়, বিশেষকৈ শিশুসকলে এই উৎসৱক লৈ বহু উৎসাহিত, এই উৎসৱে সুখ কঢ়িয়াই আনে,
Read More...

নৱৰাত্ৰী উৎসৱ মা দুৰ্গাৰ নটা ৰূপক উৎসৰ্গিত কৰাৰ তাৎপৰ্য জানো আহক…

মহালয়াৰ সৈতে কাইলৈৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা উৎসৱ তথা নৱৰাত্ৰি। ২৬ ছেপ্টেম্বৰত মা দুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰীক কলহ স্থাপন কৰি পূজা কৰা হ’ব। ৫ অক্টোবৰত বিজয়াদশমী উপলক্ষে মাতৃৰ মূৰ্তি বিসৰ্জনেৰে এই উৎসৱৰ সামৰণি পৰিব।
Read More...

টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীত বহাগ বিহুৰ উলাহ অনুষ্ঠান সম্পন্ন ….

যোৰহাট জিলাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী টীয়কত আজি  বাপতি সাহোন ৰঙালী বিহুতি বহাগ বিহুৰ উলাহ নামেৰে অনুষ্ঠিত কৰা হয়।
Read More...

নাগাৰ নামেৰে শুভাৰম্ভ হব চান্দমাৰীত বহাগী উৎসৱ

২৩-২৪ এপ্ৰিলত চান্দমাৰীত বহাগী উৎসৱঃনাগাৰ নামেৰে শুভাৰম্ভ কৰিব বিহুমঞ্চ। বহত্তৰ চান্দমাৰীস্হিত পূৱ -গুৱাহাটী ব’হাগী উৎসৱ উদযাপন সমিতিয়ে অহা ২৩ আৰু ২৪ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসূচীৰে ব’হাগী উৎসৱ উদযাপন কৰিব ৷ মহানগৰীৰ
Read More...

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ উদ্যোগত বহাগী মেলা’ৰ আয়োজন

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ 'ইনকুবেচন এণ্ড ষ্টাৰ্ট আপ প্ৰগ্ৰাম'ৰ উদ্যোগত তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ আৰু টীয়ক প্ৰেছ ক্লাৱৰ সহযোগত অহা ১০, ১১ আৰু ১২ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে এখন 'বহাগী মেলা'ৰ আয়োজন কৰা হৈছে।টীয়ক
Read More...

বাক্সাৰ বাগানপাৰাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ লাই খুটা স্হাপন

বাক্সাৰ বাগানপাৰাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোসাঁই উৎসৱৰ লাই খুটা স্হাপন। ৰাজ্যৰ অন্য জনগোষ্ঠীসমুহৰ দৰে শৰণীয়া জনগোষ্ঠীৰো জাতীয় উৎসৱ বাঁহ গোসাঁই উৎসৱ । কছাৰী জনগোষ্ঠীটোয়ে অইন বছৰৰ দৰে এইবাৰো বহাগ মাহৰ পাঁচ আৰু ছয় তাৰিখে
Read More...

হাজোৰ ৰামদিয়াত দেৱদামোদৰ মহাপ্ৰভূৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ সামৰণি

'ধৰ্মৰ মূল ভেটি হৈছে বিশ্বাস,মহানুভৱতা আৰু আধ্যাত্মিকতা।বিজ্ঞানতকৈও ধৰ্মৰ ক্ষেত্ৰত বিশ্লেষণ কৰাটো বৰ কঠিন,যিহেতু বিশ্বাস, আধ্যাত্মিকতা আৰু মহানুভৱতাৰ ওপৰতে ধৰ্ম নিৰ্ভৰ কৰে। শাসক গোষ্ঠীয়ে ধৰ্মক লৈ যিদৰে গোৰামি কৰিবলৈ লৈছে, তাৰ ফলত মানুহে
Read More...