Breaking

Browsing Tag

Margherita rape and murder case

এমাহৰ ভিতৰত মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিব তিনিচুকীয়া আৰক্ষীয়ে

তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত এমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ আশ্বাস দিছে। ইয়াৰ উপৰিও শীৰ্ষ জিলা পুলিচগৰাকীয়েও ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কাৰ্য্যবিধি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।
Read More...