Breaking

Browsing Tag

POLLUTION

দীপাৱলীৰ পিছতে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰলৈ পৰিগণিত দিল্লী…

দিল্লী প্ৰদূষণঃ বৰষুণৰ বাবে বায়ু প্ৰদূষণৰ পৰা দিল্লীয়ে অলপ সকাহ পাইছিলহে, সেই সকাহ দেওবাৰে দীপাৱলী উপলক্ষে শেষ হোৱা বুলি জানিব পৰা গৈছে। নিষেধাজ্ঞাৰ পিছতো ফটকা ফুটালে ৰাইজে। দীপাৱলীৰ পিছত সোমবাৰে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পালে
Read More...

প্ৰদূষণৰ বাবে হাওঁফাওঁৰ ক্ষতি হয়, ঘৰুৱা উপায়েৰে নিজৰ যত্ন লওক…

প্ৰদূষণৰ ঘৰুৱা প্ৰতিকাৰঃ দেশৰ কিছুমান চহৰত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যাৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। এই বিষাক্ত বতাহৰ বাবে মানুহে উশাহ-নিশাহ লোৱাত অসুবিধা, চকু বিষ, কাহ আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই
Read More...

বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা, হাৰিয়ানাৰ তিনিখন জিলাত বিদ্যালয় বন্ধ…

দিল্লী-এনচিআৰত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণে জনসাধাৰণৰ জীৱন অতি কষ্টকৰ কৰি তুলিছে। দিল্লীৰ পিছতে শিশুসকলক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ হাৰিয়ানাৰ তিনিখন জিলাৰ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।গুৰুগ্ৰাম আৰু ফৰিদাবাদ প্ৰশাসনে নাৰ্চাৰীৰ
Read More...

দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ‘শীতকালীন কাৰ্য পৰিকল্পনা’ সাজু কৰিছে মুখ্যমন্ত্ৰী…

বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাবে পৰিগণিত হোৱা দিল্লীৰ প্ৰদূষণ নিয়ত্ৰণৰ বাবে আপ চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে দিল্লীত আগন্তুক শীতকালত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে
Read More...

পৃথিৱীৰ সকলো দেশৰ ভিতৰত প্ৰদূষণৰ কাৰণে মৃত্যু দেশ ভাৰত

এটা নতুন অধ্যয়নত কোৱা হৈছে যে সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে সমগ্ৰ পৃথিৱীত ২০১৯ চনত ৯০ লাখ লোকৰ অকাল মৃত্যু হয়৷ তাৰ ভিতৰত সকলো ধৰণৰ প্ৰদূষণৰ কাৰণে ভাৰতত অকাল মৃত্যু হয় ২৩.৫ লাখৰো অধিক লোকৰ, পৃথিৱীৰ সকলো দেশৰ ভিতৰত বেছি৷ এই ২৩.৫ লক্ষাধিক লোকৰ
Read More...

দিল্লীত প্ৰদূষণৰ স্তৰ বৃদ্ধি!

ভাৰতৰ ৰাজধানীত বায়ুৰ মানদণ্ড শুক্ৰবাৰে 'বিপদজনক' স্তৰলৈ হ্ৰাস পাইছিল । দিল্লীত নিষেধাজ্ঞা অস্বীকাৰ কৰি দেৱালী সচৰাচৰ ব্যাপক ভাৱে আতচবাজীৰ ব্যৱহাৰেৰে উদযাপন কৰা হৈছিল। এয়াৰ কোয়ালিটি ইণ্ডেক্স (একিউআই) অনুসৰি, দিল্লীৰ বেছিভাগ স্থানত
Read More...