Breaking

Browsing Tag

Solar System

কাইলৈ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ! সূৰ্যগ্ৰহণক লৈ NASAৰ সতৰ্কবাণী…

কাইলৈ বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। নিশা ৯:১২ বজাত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ আৰু অন্ত পৰিব নিশা ২:২২ বজাত।
Read More...

পৃথিৱীৰ বাহিৰেও ইউৰেনাছৰ উপগ্ৰহতো সংৰক্ষিত হৈ আছে পানী! বিজ্ঞানীৰ দাবী

সৌৰজগতত পৃথিৱীৰ বাহিৰেও আন কোনো গ্ৰহত প্ৰাণী আছে নেকি? আছে নেকি পৃথিৱীত থকাৰ দৰে জীৱনদায়িনী পানী? এনেবোৰ প্ৰশ্নই বহু দিনৰে পৰা বিজ্ঞানীসকলৰ মনত দোলা দি আহিছে। শেহতীয়াকৈ ভয়েজাৰ অভিযানে এইক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য কঢ়িয়াই লৈ আহিছে।
Read More...