Breaking

Browsing Tag

tennis star

পুত্ৰ সন্তানৰ পিতৃ হ’ল স্পেইনৰ টেনিছ খেলুৱৈ ৰাফেল নাদাল…

স্পেইনৰ কিংবদন্তী টেনিছ খেলুৱৈ ৰাফেল নাদালৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ আছে । তেওঁৰ পত্নী মাৰিয়া ফ্ৰাঞ্চিস্কো পেৰেলোৱে এটা পুত্ৰ সন্তান জন্ম দিছে। ৩৬ বছৰীয়া নাদালে এই বছৰৰ জুন মাহত তেওঁৰ পত্নীৰ গৰ্ভধাৰণৰ খবৰ প্ৰকাশ কৰিছিল।
Read More...

প্ৰাক্তন টেনিছ তাৰকাই অনুৰাগীক দিলে সুখৱৰ ……

ৰাছিয়াৰ এগৰাকী প্ৰাক্তন টেনিছ তাৰকা । নাম মাৰিয়া ছাৰাপভা ৷ এসময়ত এই সুন্দৰী টেনিছ তাৰকাগৰাকীয়ে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীৰ মনত স্থান লাভ কৰিছিল ৷ অপূৰ্ব লয়লাসেৰে টেনিছ ক্ষেত্ৰখনত সৌন্দৰ্যৰ পোহাৰ মেলিছিল মাৰিয়া ছাৰাপভাই ৷
Read More...