Breaking

Browsing Tag

COVID-19

ভাৰতত ধৰা পৰিছে চীনত আতংকৰ ৰূপ লোৱা নতুন ক’ভিদ ভেৰিয়েণ্ট সংক্ৰমিত চাৰি ৰোগী…

দেশত পুনৰ গা কৰি উঠিছে ক’ভিদ আতংকই। ক’ভিদ মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ অৱসানৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও পুনৰ দেশত ধৰা পৰিছে সম্প্ৰতি চীনত আগ্ৰাসী ৰূপ লোৱা নতুন ক’ভিদ ভেৰিয়েণ্ট ‘অমিক্ৰণ বিএফ.৭’ সংক্ৰমিত চাৰি গৰাকী
Read More...

কোভিড কোৱাৰেণ্টাইন আৰু লকডাউনৰ ব্যৱস্থা শিথিল কৰিলে চীনে…

চীনে কয় যে কোভিড ৰোগীৰ অধিকাংশ লোকে এতিয়া ৰাজ্যৰ সুবিধাত নহয় ঘৰতে কোৱাৰেণ্টাইন কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত শূন্য ক’ভিড নীতিৰ বৃহৎ শিথিলতা। মৃদু বা কোনো লক্ষণ নথকাসকলে এতিয়া ঘৰতে থাকি ফলাফল স্ব-ৰিপৰ্ট দিব পাৰিব।
Read More...

চীনত দেশজুৰি ভাইৰাছৰ উত্থানৰ লগে লগে অভিলেখ সংখ্যক আক্ৰান্তৰ সংখ্যা…

ক’ৰ’না ভাইৰাছ নিৰ্মূলৰ বাবে ৰচনা কৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো মহামাৰী আৰম্ভ হোৱাৰ পিছৰে পৰা চীনত দৈনিক সৰ্বাধিক Covid আক্ৰান্তৰ সংখ্যা ৰেকৰ্ড কৰা হৈছে। ৰাজধানী বেইজিং আৰু দক্ষিণৰ বাণিজ্য কেন্দ্ৰ গুৱাংঝুকে ধৰি কেইবাখনো ডাঙৰ চহৰত
Read More...

চীনত এতিয়া জনতাই লকডাউনৰ বিৰুদ্ধে জাগি উঠিছে…

চীনত এতিয়া জনতাই লকডাউনৰ বিৰুদ্ধে জাগি উঠিছে। পথলৈ ওলাই আহি জনতাই দেশ খনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বিৰুদ্ধে ধ্বনি দিছে।বিগত দুটা বছৰত কোভিডৰ বাবে ঘোষণা কৰা লকডাউনে বিশ্বৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাগি পেলাইছে। শেহতীয়াকৈ বিশ্বৰ বহু দেশে কোভিডৰ
Read More...

চীনত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ, ২৬ হাজাৰ ৮২৪ জন নতুন কৰোনা ৰোগী চিনাক্ত…

চীনক এৰি দিয়া নাই কৰোনাই। চীনত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। দেওবাৰে চীনত ২৬ হাজাৰ ৮২৪ জন নতুন কৰোনা ৰোগী চিনাক্ত কৰা হৈছিল! এপ্ৰিলত তাত কৰোনা সংক্ৰমণৰ দৈনিক আক্ৰান্ত শীৰ্ষত উপনীত হোৱাৰ দৰেই এই নতুন ৰোগীৰ আক্ৰান্তৰ সংখ্যাও সেই স্তৰলৈ
Read More...

চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে…

কোভিডৰ উৎপত্তিস্থল হিচাবে বহুতে ধাৰণা কৰা চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে। ১৩ নিযুত জনসংখ্যাৰ গুয়াংঝৌত বিগত ২৪ ঘণ্টাত ২,৫০০ ৰো অধিক লোক কোভিডত সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।
Read More...

বিশ্বত পুনৰ আৰম্ভ হৈছে কভিডৰ আতংক…

বিশ্বত পুনৰ আৰম্ভ হৈছে কভিডৰ আতংক। আকৌ হ’ব নেকি পূৰ্বৰ দৰে পৰিস্থিতি? আকৌ হ’ব নেকি ল’ক ডাউন? এতিয়া এই প্ৰশ্নই জোকাৰিছে বিশ্ব। বিগত ২৪ ঘন্টাত সমগ্ৰ বিশ্বতে চিনাক্ত হৈছে ৪
Read More...

শীঘ্ৰেই আন এক Covid-19 ৰ ঢৌ? আগন্তুক মাহত বিশ্বজুৰি ৰোগীৰ সংখ্যা বৃদ্ধি পাব বুলি প্ৰকাশ পাইছে নতুন…

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিশ্লেষণত এই কথাও প্ৰকাশ পাইছে যে বৰ্তমান কিছু দেশত চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ বৃদ্ধিৰ সূচনা কৰা নতুন অমাইক্ৰন উপভেৰিয়েন্ট এক্সবিবি অধিক সংক্ৰামক।নতুন দিল্লীঃ ফেব্ৰুৱাৰী মাহৰ ভিতৰত দৈনিক বিশ্বব্যাপী ক’ভিড-১৯ৰ
Read More...

অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ক’ভিড ৱাৰ্ডৰ ১০ গৰাকী ৰোগীৰ !

মহাৰাষ্ট্ৰ চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডৰ জুইত ১০ জন ৰোগীৰ মৃত্যু। মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে কৈছিল যে -আইচিইউটো ক'ভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছিল, আৰু জুই লগাটো এটা অতি গুৰুতৰ বিষয় আছিল। আজি পুৱা প্ৰায় ১১ বজাত
Read More...

কৰ্ণাটকত নৈশ কাৰফিউ প্ৰত্যাহাৰ!

কৰ্ণাটকত ক'ভিড-১৯ ৰ ঘটনা হ্ৰাস হোৱাৰ লগে লগে নিশাৰ কাৰফিউ প্ৰত্যাহাৰ। ৰাজ্য চৰকাৰে ৮ নৱেম্বৰৰ পৰা LKG আৰু UKG শ্ৰেণীৰ বাবে বিদ্যালয় পুনৰ খোলাৰ কথা ঘোষণা কৰিছিল। কৰ্ণাটক চৰকাৰে শুকুৰবাৰে ৰাজ্যখনত জাৰি কৰা নিশাৰ কাৰফিউ প্ৰত্যাহাৰ কৰে
Read More...