Breaking

Browsing Tag

DURGA

দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱত এইবাৰ কেদাৰনাথৰ বিশেষ চমক

শৰৎ কালৰ আগমণৰ লগে লগে আগমণ শাৰদীয় উৎসৱ। শৰৎ কালৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু দুৰ্গাপূজা । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে দূৰ্গা পূজাৰ ।৩৯ বছৰীয়া দেৰগাওঁ কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱৰ এইবাৰ কেদাৰনাথ আকৃতিৰ মণ্ডপে বিশেষ আকৰ্ষণৰ
Read More...

নৱৰাত্ৰী উৎসৱ মা দুৰ্গাৰ নটা ৰূপক উৎসৰ্গিত কৰাৰ তাৎপৰ্য জানো আহক…

মহালয়াৰ সৈতে কাইলৈৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা উৎসৱ তথা নৱৰাত্ৰি। ২৬ ছেপ্টেম্বৰত মা দুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰীক কলহ স্থাপন কৰি পূজা কৰা হ’ব। ৫ অক্টোবৰত বিজয়াদশমী উপলক্ষে মাতৃৰ মূৰ্তি বিসৰ্জনেৰে এই উৎসৱৰ সামৰণি পৰিব।
Read More...

মহালয়া তিথিত কি কি কৰিব লাগে ৰীতি-নীতি সমূহ জানো আহক…

এই বাৰ মহালয়া ২৫ ছেপ্টেম্বৰত পালন কৰা হ'ব। ২৫ ছেপ্টেম্বৰৰ পুৱা ৩.১১ বজাৰ পৰা আৰম্ভ হব মহালয়াৰ তিথি। একে সময়তে ২৬ ছেপ্টেম্বৰত পুৱা ৩:২২ বজাত মহালয়াৰ সময় শেষ হ’ব।
Read More...