Breaking

Browsing Tag

Kashmir

জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা…

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত ভাৰত-পাক LoCত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। নিশা প্ৰায় ৮ বজাত সীমান্ত সুৰক্ষা বাহিনীৰ ভাৰতীয় চকীত পাকিস্তানী সৈন্যই গুলীচালনা কৰিছিল। আৰ্নিয়া ছেক্টৰ BSF কেম্পলৈ লক্ষ্য কৰি গুলীচালনা। গুলীচালনাত আহত
Read More...

কাশ্মীৰত নিহত প্ৰথমগৰাকী অগ্নীবীৰ জোৱান…

এক হৃদয় বিদাৰক ঘটনা ঘটিল কাশ্মীৰত। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ অধীনত ভাৰতীয় সেনা বাহিনীত অস্থায়ী ৰূপে নিয়োজিত এজন অগ্নিবীৰ জোৱানে আজি কাশ্মীৰত প্ৰাণাহুতি দিবলগীয়া হয়। বুধবাৰে কাশ্মীৰ সীমান্তত এজন অগ্নিবীৰ জোৱানক অচিনাক্ত লোকে গুলীয়াই
Read More...

ইফতাৰৰ বাবে ফলমূল কঢ়িয়াই নিয়া সেনাবাহিনীৰ ট্ৰাকক সন্ত্ৰাসবাদীৰ আক্ৰমণ, আক্ৰমণত নিহত ৫ জন, আহত এজন…

ইফতাৰৰ বাবে সেনাবাহিনীৰ ট্ৰাকে কঢ়িয়াই নিছিল ফলমূল, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৫ জন জোৱান। গাঁৱবাসীয়ে পালন নকৰে ঈদ...! জম্মু কাশ্মীৰৰ পুঞ্চৰ এখন গাঁৱত অনুষ্ঠিত হ’বলগীয়া ইফতাৰ পাৰ্টিৰ বাবে ফলমূল আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই অনা
Read More...

‘অহা ২-৩ বছৰত পাকিস্তানে দখল কৰা কাশ্মীৰ ভাৰতৰ অংশ হ’ব’- বিজেপি নেতা কমল গুপ্তা

ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাতক লৈ কমল গুপ্তাই কয় যে কেৱল বিজেপিয়েহে ভাৰতক ‘বিশ্ব গুৰু’ কৰি তুলিব পাৰে। হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা কমল গুপ্তাই দেওবাৰে কয় যে পাকিস্তাৰ দখলত থকা কাশ্মীৰ অহা ২-৩ বছৰৰ ভিতৰত
Read More...

মহামূল্যৱান লিথিয়ামৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কাৰৰ পিছতে আশাৰ ৰেঙণি দেখিছে কাশ্মীৰৰ ৰিয়াচিৰ বাসিন্দাসকলে

এক মহামূল্যৱান সম্পদৰ ভাণ্ডাৰ থকা ঠাইতে তেওঁলোকে বাস কৰে। সেয়ে তাকেলৈ জম্মু- কাশ্মীৰৰ ৰিয়াচি জিলাৰ লোকসকল আজি গৌৰৱান্বিত। যোৱা সপ্তাহত ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে (জিএছআই) জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল গাঁৱত ৫.৯ নিযুত টন
Read More...

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ কাটৰা বেল্টত ৩.৬ প্ৰাবল্যৰ ভূমিকম্প…

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ কাটৰা বেল্টত ৩.৬ প্ৰাবল্যৰ ভূমিকম্প।জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ কাটৰা বেল্টত শুকুৰবাৰে ৩.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। কোনো ধৰণৰ হতাহতি বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই বৰ্তমানলৈকে। পুৱা ৫.০১ বজাত ১০
Read More...

মুদ্ৰাস্ফীতিত ভোগা নিজ দেশৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পুনৰবাৰ কাশ্মীৰ ধ্বনি প্ৰধানমন্ত্ৰী…

মুদ্ৰাস্ফীতিত ভোগা নিজৰ দেশৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পুনৰবাৰ কাশ্মীৰৰ সুৰ সজাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে।পাকিস্তানৰ জনসাধাৰণ আটা আৰু তেলৰ ওপৰত নিৰ্ভৰশীল, দৃষ্টি আকৰ্ষণ কৰিবলৈ শ্বাহবাজে কাশ্মীৰৰ সুৰ গাইছে, পুনৰ
Read More...

জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন সন্ত্ৰাসবাদী…

মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন লেট সন্ত্ৰাসবাদী নিহত হয়। বিষয়াসকলে জনোৱা মতে, বুডগাম চহৰৰ জিলা আদালত কমপ্লেক্সৰ সমীপত সংঘটিত হয় এই এনকাউণ্টাৰ।
Read More...

বিশ্ব বিখ্যাত কাশ্মীৰৰ বিষয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৰিছিল এটা টুইট ! এই টুইটৰ…

শ্বেহবাজ শ্বৰীফক অপমান কৰি কাশ্মীৰ অভিযানৰ ‘টুলকিট’ এজেণ্ডা ফ্লপ, তীব্ৰভাৱে ছ’চিয়েল মিডিয়াত।ইয়াৰ পৰিণামৰ সন্মুখীন হ’বলগীয়া হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। ৫ জানুৱাৰীত তেওঁ কাশ্মীৰৰ বিষয়ে এটা টুইট কৰিছিল, যাৰ বাবে তেওঁক
Read More...