Breaking

Browsing Tag

Palestine

গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলে নিক্ষেপ কৰিছে নিষিদ্ধ বগা ফছফৰাছ বোমা ! কি এই বোমা?

হামাছক পুলিয়ে-পোখাই উভালিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে ইজৰাইল। যুদ্ধভূমি ইজৰাইলত এতিয়া মৃত্যুৰ মিছিল। হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ইজৰাইলত আৰম্ভ হোৱা ৰক্তপাত বন্ধ হোৱা নাই। ইজৰাইলৰ সমান্তৰালভাবে পেলেষ্টাইনীসকলেও সমানে অব্যাহত ৰাখিছে আক্ৰমণ ।
Read More...

হামাছৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী জাৱাদ আবু ছমালাক হত্যাৰ দাবী ইজৰাইলৰ, আন এজন নেতা জাকাৰিয়া আবুকো…

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে ইজৰাইলৰ বায়ু সেনাৰ ভয়ংকৰ আক্ৰমণত হামাছৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী জাৱাদ আবু ছমালা নিহত হোৱা বুলি দাবী কৰিছে। এয়া হামাছৰ বাবে এক বৃহৎ ক্ষতি বুলি ধাৰণা কৰা হৈছে। । আইএএফে হামাছ নেতা জাকাৰিয়া আবু
Read More...

পেলেষ্টাইন-ইজৰাইলক ‘তাৎক্ষণিক যুদ্ধবিৰতি’ৰ আহ্বান ৰাছিয়াৰ। গাজাত ইজৰাইলী সেনাৰ গুলীত…

পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধই এতিয়া উদ্বিগ্ন কৰি তুলিছে ৰাছিয়াক। ৰাছিয়াই ইউক্ৰেইনৰ সৈতে তয়াময়া যুঁজত লিপ্ত হৈ আছে যদিও ইজৰাইল-পেলেষ্টাইনৰ যুঁজ যেন সহিব পৰা নাই। সেয়ে যুদ্ধত লিপ্ত হোৱা ইজৰাইল-পেলেষ্টাইনক "তাৎক্ষণিক
Read More...

মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা, পেলেষ্টাইনক সমৰ্থন ইৰাণ, য়েমেন, ইৰাক, ছিৰিয়া আৰু কাটাৰৰ…

লেবাননৰ ইছলামিক প্ৰতিৰোধ আন্দোলন হিজবুল্লাই দখলদাৰী ইজৰাইলৰ ওপৰত পেলেষ্টাইনী মুক্তিকামী সংগঠন হামাছৰ আক্ৰমণক সমৰ্থন কৰি কয় যে পেলেষ্টাইনী প্ৰতিৰোধ সংগঠনৰ নেতাৰ সৈতে অহৰহ প্ৰত্যক্ষ যোগাযোগত আছে। সংগঠনটোৱে পেলেষ্টাইনীসকলৰ বিৰুদ্ধে যোৱাকালিৰ
Read More...

২০ মিনিটত ৫,০০০ ৰকেটৰ আঘাত…

২০ মিনিটত ৫,০০০ ৰকেটৰ আঘাত! হামাছৰ আক্ৰমণৰ পিছতে পেলেষ্টাইনৰ বিৰুদ্ধে 'যুদ্ধ ঘোষণা' ইজৰাইলৰ১৯৮ গৰাকী ইজৰাইলীৰ মৃত্যু, হামাছৰ বিৰুদ্ধে অপাৰেছন আইৰণ ছৰ্ড আৰম্ভ, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ উদ্বেগ প্ৰকাশ। ইজৰাইলত থকা ভাৰতীয় লোকৰ বাবে ভাৰতীয়
Read More...

ইজৰাইল পেলেষ্টাইন যুদ্ধ অব্যাহত, হামাচৰ ওপৰত আক্ৰমণ ইজৰাইলৰ…

ইজৰাইল পেলেষ্টাইন যুদ্ধঃ ইজৰাইল-পেলেষ্টাইনত যুদ্ধ অব্যাহত আছে? ইজৰাইল আৰু হামাছৰ যুদ্ধ অব্য়াহত আছে। প্ৰায় সকলো দেশেই দুয়োপক্ষক সংযম কৰিবলৈ আহ্বান জনাইছে। এই পৰ্যন্ত এই আক্ৰমণত কমেও ৩০০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইজৰাইলৰ ওপৰত
Read More...