Breaking

Browsing Category

মৃত্যু

কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ ছিৰাগ আন্টিল…

কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ । আৰক্ষীয়ে লাভ কৰা তথ্যমতে নিহত ছাত্ৰজনৰ নাম ছিৰাগ আন্টিল।
Read More...

বঙাইগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ! যুৱকক হত্যা কৰি মৃতদেহ পেলালে মানাহ নৈত…

বঙাইগাঁৱৰ মাণিকপুৰত চাঞ্চল্যকৰ ঘটনা যুৱকক হত্যা কৰি মৃতদেহ পেলালে মানাহ নৈত
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত বন্যপ্ৰাণীৰ আক্ৰমণত নিহত এজন বনকর্মী…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটনবন্যপ্ৰাণীৰ আক্ৰমণত নিহত এজন বনকর্মী
Read More...

উত্তৰ প্ৰদেশৰ লখিমপুৰ-খেৰী জিলাত জেৰাৰ বাবে মাতি অনা ৫০ বছৰীয়া দলিত ব্যক্তিৰ মৃত্যু…

ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি মিটৌলী থানাত সংঘটিত হোৱা ঘটনাত নাবালক হত্যাৰ সৈতে জড়িত গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে অনা আশাৰাম নামৰ ৫০ বছৰীয়া দলিত ব্যক্তিৰ শুকুৰবাৰে নিশা মৃত্যু হয়।
Read More...

চলচ্চিত্ৰ নিৰ্মাতা তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ইন্দ্ৰজিৎ নাৰায়ণ দেৱৰ দেহাৱসান…

সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ! চলচ্চিত্ৰ নিৰ্মাতা তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ইন্দ্ৰজিৎ নাৰায়ণ দেৱৰ দেহাৱসান।
Read More...

মেধাৱী ছাত্ৰীৰ হোষ্টেলৰ চাদৰ পৰা পৰি মৃত্যু

দৰং জিলাৰ বালিপোতাৰ এগৰাকী মেধাৱী ছাত্ৰীৰ ৰহস্যজনকভাৱে গুৱাহাটীৰ এখন ব্যক্তিগত হোষ্টেলৰ চাদৰ পৰা পৰি মৃত্যু হোৱাৰ ঘটনাই আজি বৃহত্তৰ বালিপোতাৰ ৰাইজক আবেগিক কৰি তুলিছে। কটন কলেজৰ পৰা উচ্চতৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা দি ৰঙালী বিহুত ঘৰলৈ
Read More...

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক…

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক । স্কুল বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ।
Read More...

কৰিমগঞ্জত ভয়ংকৰ ঘটনা ! তিনি সন্তানক হত্যা কৰি মাতৃৰো চৰম পন্থা অৱলম্বনৰ চেষ্টা…

কৰিমগঞ্জত ভয়ংকৰ ঘটনাতিনি সন্তানক হত্যা কৰি মাতৃৰো চৰম পন্থা অৱলম্বনৰ চেষ্টাকৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰৰ ডোলুগাংগত গাঁৱত ভয়ানক ঘটনা
Read More...