Breaking

Browsing Tag

Amit Shah

“মই মোডী-শ্বাহ-নীতিশ কুমাৰক মাৰিম”- ফোন অহাৰ লগে লগে দিল্লী আৰক্ষীত হুলস্থুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ ভাবুকি দিয়া এজন ব্যক্তিৰ পৰা দুটাকৈ ফোন কল পোৱাৰ খবৰ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Read More...

ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন অমিত শ্বাহৰ…

গৃহ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে কুচ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে প্ৰথমে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশী জৰীপ কৰিব আৰু কুচ, আৰু মাণ্ডভিৰ জাখাউ বন্দৰ ভ্ৰমণ
Read More...

মণিপুৰীসকলক ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ উঠাই ল’বলৈ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

যাতে অত্যাৱশ্যকীয় সামগ্ৰী ৰাজ্যত প্ৰৱেশ কৰিব পাৰে, সেই উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ জনসাধাৰণক ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ উঠাই ল'বলৈ আহ্বান জনাইছে। মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ২ নং ৰাষ্ট্ৰীয় ঘাইপথ
Read More...

অস্ত্ৰ থকা সকলে আত্মসমৰ্পণ কৰিব লাগিবঃ মণিপুৰত অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অস্ত্ৰ-শস্ত্ৰ থকা লোকসকলক মণিপুৰ আৰক্ষীৰ আগত অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ কয়। যোৱা মাহত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজ্যখন ভ্ৰমণ কৰা শ্বাহে কয় যে কাইলৈৰ পৰা কম্বিং অভিযান
Read More...

৪ শতাংশ মুছলমান সংৰক্ষণ অসাংবিধানিক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে আমাৰ সংবিধানত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ কোনো ব্যৱস্থা নাই আৰু মুছলমানৰ বাবে ৪% সংৰক্ষণ অসাংবিধানিক।
Read More...

ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ ভাৰতৰ বিৰুদ্ধে কথা কয়: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে কংগ্ৰেছ নেতাই বহিঃৰাজ্যত ভাৰতক অপমান কৰে। ডিব্ৰুগড়ত এখন সভাত ভাষণ দি অমিত শ্বাহে কয়, "বিধানসভা
Read More...

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিবঃ অমিত শ্বাহ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিশত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে। মঙলবাৰে ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহে এক সভাত ভাষণ প্ৰদান কৰে। অমিত শ্বাহে এইবাৰ অসমৰ ১৪ খন আসনৰ ভিতৰত ১২খন আসন বিজেপিয়ে দখল
Read More...

আমাৰ এক ইঞ্চিও মাটি কোনেও বেদখল কৰিব নোৱাৰেঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১০ এপ্ৰিলত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰি কিবিথুত কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ আৰম্ভ কৰে। এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয়
Read More...

৫৪ ফুট উচ্চতাৰ ভগৱান হনুমানৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হনুমান জয়ন্তী উপলক্ষে গুজৰাটৰ বোটাড জিলাৰ সালংপুৰ চহৰত ৫৪ ফুট উচ্চতাৰ ভগৱান হনুমান প্ৰতিমূৰ্তি উন্মোচন কৰে। শ্বাহ ডাঙৰীয়াই আজি মন্দিৰৰ
Read More...

আদানী সন্দৰ্ভত মন্তব্য প্ৰদান দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ…

অৱশেষত আদানী সন্দৰ্ভত মন্তব্য প্ৰদান কৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । আদানী-হিণ্ডেনবাৰ্গ কাণ্ডই সমগ্ৰ দেশকে জোকাৰি যোৱাৰ পাছত প্ৰাৰম্ভিক পৰ্যায়ত নীৰৱে ৰৈছিল কেন্দ্ৰীয় মন্ত্ৰ্যালয় ।
Read More...