Breaking

Browsing Tag

MUMBAI

মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন…

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উছাহ। চ'ত আৰু বহাগ মাহৰ পবিত্ৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা ৰঙালী বিহুৱে সকলো অসমীয়াৰে মন-প্ৰাণ ৰঙীন কৰি তুলিছে। জাতীয় উৎসৱ বিহুৱে ভৌগোলিক পৰিসীমা নেওচি সকলো অসমীয়াৰ মন আলোড়িত কৰি তোলে । একে উছাহৰে
Read More...

কোনখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰে বিখ্যাত উদ্যোগপতি মুকেশ আম্বানীয়ে! আম্বানীৰ প্ৰিয় খাদ্য কি…

১৯৭৫ চনৰ পৰা ১৯৭৯ চনলৈ মুকেশ আম্বানীয়ে একেৰাহে চাৰি বছৰ ধৰি নিয়মিতভাৱে মুম্বাইৰ ‘কেফে মহীশূৰ’ৰ পৰা জনপ্ৰিয় দক্ষিণ ভাৰতীয় খাদ্য গ্ৰহণ কৰিছিল। এই মাহত উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা ব্যৱসায়ীৰ বিবাহৰ
Read More...

পাছপ’ৰ্ট অবিহনেই বাংলাদেশৰ ঢাকাত অৱতৰণ মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমান…

মুম্বাইৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ বিমান জৰুৰীকালীনভাৱে অৱতৰণ ঢাকাত। কুঁৱলীৰ বাবে ঢাকাৰ দিশে যাবলৈ বাধ্য হয় পাইলট। সকলো যাত্রী বিমানৰ ভিতৰতে আছে বর্তমান। বিমানখনত থকা কংগ্ৰেছৰ সুৰজ সিং ঠাকুৰে কয় যে সকলো যাত্ৰী
Read More...

কুকুৰে দিলে চমকঃ মুম্বাইত স্নিফাৰ ডগে বিচাৰি উলিয়ালে ৬ বছৰীয়া সন্ধানহীন শিশুক…

কুকুৰে দিলে চমক।এটি সন্ধানহীন হৈ পৰা শিশুৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে স্নিফাৰ ডগে। মুম্বাই আৰক্ষীৰ স্নিফাৰ ডগে ৬ বছৰীয়া সন্ধানহীন শিশুটিৰ সন্ধান উলিওৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকসকলৰ মুখত হাঁহি বিৰিঙিছে। শিশুটিক ইতিমধ্যে সুৰক্ষিতভাৱে
Read More...

কুকুৰে দিলে চমকঃ মুম্বাইত স্নিফাৰ কুকুৰে বিচাৰি উলিয়ালে ৬ বছৰীয়া সন্ধানহীন শিশুক…

কুকুৰে দিলে চমকঃ মুম্বাইত স্নিফাৰ ডগে বিচাৰি উলিয়ালে ৬ বছৰীয়া সন্ধানহীন শিশুক কুকুৰে দিলে চমক।এটি সন্ধানহীন হৈ পৰা শিশুৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে স্নিফাৰ ডগে। মুম্বাই আৰক্ষীৰ স্নিফাৰ ডগে ৬ বছৰীয়া সন্ধানহীন শিশুটিৰ সন্ধান উলিওৱাৰ
Read More...

বায়ু প্ৰদূষণৰ পৰা কেনেকৈ ৰক্ষা মায়ানগৰী মুম্বাই জানি লওক…

মুম্বাই বায়ু প্ৰদূষণঃ দেশৰ আৰ্থিক ৰাজধানী মুম্বাইত বুধবাৰে (৮ নৱেম্বৰ ২০১৩) বান্দ্ৰাৰ প্ৰদূষণৰ মাত্ৰা ২০০ বুলি ৰেকৰ্ড কৰা হয়। বিশেষজ্ঞসকলৰ মতে মুম্বাইত বায়ু প্ৰদূষণৰ আঁৰৰ কাৰণ হ’ল অট্টালিকা নিৰ্মাণ, গাড়ী আৰু ট্ৰাকৰ পৰা ওলোৱা ধোঁৱা,
Read More...

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ গৌৰৱ গগৈৰ…

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। বৈঠকত ব্যক্তিগত খণ্ডৰ
Read More...

মুম্বাইৰ লোকেল ট্ৰেইনত স্কাৰ্ট পিন্ধি ৰেম্পত খোজ দিলে এজন যুৱকে, ভিডিঅ’ ভাইৰেল…

মুম্বাইৰ লোকেল ট্ৰেইনৰ এটা ভিডিঅ’ ভাইৰেল। ভিডিঅ’টোত শিৱম ভৰদ্বাজ নামৰ ২৪ বছৰীয়া এজন যুৱকে ক’লা স্কাৰ্ট পিন্ধি এটা ডবাত খোজ কাঢ়ি থকা দেখা গৈছে। তেওঁক দেখি একাংশ যাত্ৰী আচৰিত হয় আৰু কিছুমানে মন্ত্ৰমুগ্ধ হৈ পৰে। মুম্বাইৰ স্থানীয় ৰে'লত
Read More...

মুম্বাইত ধাৰাসাৰ অকাল বৰষুণ

মঙলবাৰে মুম্বাইত প্ৰচণ্ড অকাল বৰষুণৰ ফলত চহৰখনৰ উষ্ণতা হ্ৰাস পাইছে। থানে, মীৰা-ভয়ান্দৰ, ভাছাই-বীৰাৰৰ দৰে চহৰতো পুৱা প্ৰচণ্ড বৰষুণ দিয়ে আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আৰব সাগৰৰ পৰা অহা পশ্চিম বতাহ আৰু
Read More...

মুম্বাই-ঢাকাৰ পৰা নিউয়ৰ্কলৈকে জলবায়ু বৃহৎ পৰিৱৰ্তন! আগন্তুক দিনত বিপদৰ সম্ভাৱনা…

ডব্লিউ এম অ’ৰ প্ৰতিবেদন অনুসৰি ভাৰতো সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বিপদত পৰিছে। মুম্বাইৰ দৰে চহৰৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব পাৰে।বিশ্ব বতৰ বিজ্ঞান সংস্থাই এক প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰত, চীন, বাংলাদেশ আৰু নেদাৰলেণ্ডত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি
Read More...