Breaking

Browsing Tag

NALBARI

নলবাৰী জিলাৰ দহকাউনীয়া গাঁৱত ‘জেৰাণ্ড ব্ৰিকচ’ ৰ দ্বিতীয়টো উদ্যোগ স্থাপন…

অসম চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত অসম ষ্টাৰ্টআপৰ মানচিত্ৰত দিশ নিৰ্ণয়ক ভূমিকা লোৱা ' Zerund Manufacturing Private Limited ' এ অসমৰ লগতে মুম্বাইৰ ব্যৱসায়িক সফলতাৰে পাঁচটা বৰ্ষ অতিক্ৰম কৰিছে। চাকৰি পাইও চাকৰি নকৰি ব্যৱসায়কে জীৱনৰ মূলমন্ত্ৰ হিচাপে
Read More...

নলবাৰীৰ “নপ্তিপাৰা সত্ৰ”ত “উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক নপ্তিপাৰা…

নলবাৰীৰ "নপ্তিপাৰা সত্ৰ"ত "উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ"ৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি! বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰে উখল মাখল পৰিৱেশ !
Read More...

পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বৰভাগ গ্রন্থমেলা ২০২৩ৰ আয়োজন…

আপোনলোক সকলোৱে জ্ঞাত যে যোৱা ২০২১ চনৰ ১৬, ১৭, ১৮ আৰু ১৯ নৱেম্বৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন প্ৰথম বাৰৰ বাবে "সন্ধান"ৰ উদ্যোগত, বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ একান্ত প্রচেষ্টা তথা ৰাইজৰ সহযোগত "বৰভাগ
Read More...

নলবাৰীৰ পদপথৰ ওপৰত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ওপৰত অভিযান; পুনৰ পদপথ বন্ধ নকৰিবলৈ কঠোৰ সকীয়নি…

নলবাৰী চহৰ মাজ-মজিয়াৰ পদপথৰ ওপৰত থকা দোকান-প্ৰতিষ্ঠান সমূহৰ ওপৰত আজি অভিযান চলাই নলবাৰী পৌৰসভাই। নলবাৰী চহৰত প্ৰধান সমস্যা হৈছে যান-জঁট সমস্যা। আন এক সমস্যা হ’ল পদপথৰ ওপৰত
Read More...

নলবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সংবাদ মেল…

১৯৮৫ চনৰ ১৪ আগষ্টত নলবাৰী মহকুমাক জিলা ঘোষণা কৰাৰ পিছত বিগত ৩৭ বছৰে জিলা হিচাপে হোৱা পৰিবৰ্তন,উন্নয়ন সন্দৰ্ভত প্ৰতিজন নলবাৰীবাসী জ্ঞাত।শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীত নাই কোনোধৰনৰ বিশেষ উদ্যোগ ক্ষেত্ৰ।যত নিবনুৱা যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা
Read More...

নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণি…

নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃ ক্লাৱ ভলীবল লীগৰ সফল সামৰণী **যোৱাকালি(১৩ নৱেম্বৰ) নিশা ৯ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত ল'ৰাৰ শাখাত নিজ পকোৱা সুনীতি সংঘই নলবাৰী ভলীবল ক'চিং চেণ্টাৰক ২৫--২২, ২১--২৫, ২৫--১৯ আৰু ২৫--১৭ত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ
Read More...