Breaking

Browsing Tag

'Ramadan

ৰেইনড্ৰপছ ইনিশ্বিয়েটিভৰ প্ৰশংসনীয় পদক্ষেপ! ৰমজান মাহত বিনামূলীয়াকৈ চেহেৰী ইফতাৰ বিতৰণ

এইখন শংকৰ আজানৰ অসম। বৰ্তমান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। এই পৱিত্ৰ ৰমজান মাহত গুৱাহাটী মহানগৰীৰ একাংশ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ক'ভিডৰ পিছৰে পৰা Raindrops Initiative অসমৰ তৰফৰ পৰা ৰোজাৰ মাহত
Read More...

প্ৰতি বছৰে ৰমজানৰ তাৰিখ কিয় সলনি হয়…

সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে ৰমজান মাহটো আটাইতকৈ পবিত্ৰ মাহ। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ, যিটো শ্বাবান মাহৰ শেষৰ দিনটোত (ইছলামিক কেলেণ্ডাৰৰ অষ্টম মাহ) চন্দ্ৰ দেখাৰ পিছত আৰম্ভ হয়। মুছলমানসকলে গোটেই ৰমজান মাহত ৰোজা ৰাখে। ৰোজাৰ
Read More...

ৰমজান কি আৰু কিয় পালন কৰা হয়…

ৰমজান(আৰবী উচ্চাৰণ ৰামাদান) হ’ল ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ। বিশ্বৰ মুছলমান সকলে এই মাহটোক পবিত্ৰতম বুলি জ্ঞান কৰে, কাৰণ এই মাহতে মানৱ জাতিৰ বাবে আল্লাহে কোৰাণত উল্লেখিত বাৰ্তা সমূহ প্ৰথম বাৰ প্ৰেৰণ কৰিছিল। কেৱল কোৰাণ শ্বৰীফেই নহয়, মুছলমান
Read More...

ৰমজান ২০২৪: কিমান দিনলৈ খেজুৰ বেয়া নহয়, এমাহৰ বাবে কিনিব পাৰিব নে খেজুৰ?

ইছলামসকলৰ পৱিত্ৰ ৰমজান মাহটো এক বিশেষ মাহ। এই মাহটোত মানুহে ৰোজা ৰাখে, নামাজ পঢ়ে, আনক সহায় কৰে। এই সময়ছোৱাত সকলোৱে একেলগে ভাল কাম কৰে আৰু ইজনে সিজনক সহায় কৰে। ৰোজাত খেজুৰৰ গুৰুত্ব অতি বেছি। গোটেই দিনটো ৰোজা ৰাখি ইফতাৰৰ সময়ত সন্ধিয়া
Read More...

পবিত্ৰ ৰমজান মাহত কি কি কৰিব আৰু কি কি নকৰিব, জানি লওক…

পবিত্ৰ ৰমজান মাহ আৰম্ভ হ’বলৈ আৰু কেইটামান দিন। মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণৰ বাবে ৰমজান মাহটো অতি গুৰুত্বপূৰ্ণ। ৰমজানত ৰোজা পালন কৰা হয়। ৰমজান মাহটো অতি পবিত্ৰ বুলি গণ্য কৰা হয়। গোটেই ৰমজান মাহত ৰোজা ৰখাৰ পিছত ঈদ পালন কৰা হয়। ৰমজান মাহত
Read More...

আজিৰ পৰা ৰমজানৰ ৰোজা।ছৌদি আৰব আৰু ভাৰতত কিয় বেলেগ বেলেগ দিনত আৰম্ভ ৰমজান…

ছৌদি আৰব আৰু ভাৰতত কিয় বেলেগ বেলেগ দিনত ৰমজান আৰম্ভ হয়? কাৰণ জানেনে-দশক দশক ধৰি এটা পৰম্পৰা চলি আহিছে যে উপসাগৰীয় দেশ চৌদি আৰৱৰ ৰোজা ভাৰততকে এদিনৰ আগত হয়। অৰ্থাৎ ছৌদি আৰৱত যি তাৰিখে প্ৰথম ৰোজা পালন কৰা হ'ব, তাৰ এদিন পিছদিনা ভাৰতত প্ৰথম
Read More...

ৰমজান মাহত চেহৰী আৰু ইফটাৰৰ সময়ত কি কি কথাত গুৰুত্ব দিব লাগে জানেনে…

ৰোজাত অস্থিৰতা থাকে, চেহৰী আৰু ইফটাৰীৰ সময়ত এইবোৰ কথা মনত ৰাখক, দিনটো সুকলমে পাৰ হৈ যাব!কাইলৈৰ পৰা ৰমজান মাহ আৰম্ভ। এনে পৰিস্থিতিত যদি আপুনি প্ৰতি বছৰৰ দৰে এই বছৰো ভালে থাকিব খোজে, তেন্তে ইয়াৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জানি
Read More...

ৰমজান মাহত ৰোজা ৰখা লোক সকলৰ শৰীৰ সুস্থ হৈ থাকিবলৈ কি কি খাদ্য গ্ৰহণ কৰিব…

ৰমজান মাহ পালেহীয়ে। যিহেতু গ্ৰীষ্মকাল আৰম্ভ হ'লেই। সেইবাবেই ৰমজানত ৰোজা ৰখা লোকসকলে গোটেই দিনটো সুস্থ আৰু হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয়, যাতে তেওঁলোকৰ স্বাস্থ্যৰ কোনো ক্ষতি নহয়। পবিত্ৰ ৰমজান মাহ আৰম্ভ হ’বলৈ ওলাইছে। এই উৎসৱ প্ৰতিজন
Read More...

বকোৰ বালিঝাৰ জামে মছজিদত ‘ৰমজান’ উপলক্ষে আৰক্ষী বিষয়া ছাদ্দাম হুছেইন আনছাৰীৰ ইফতাৰ…

ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থাকিও মানৱ সেৱা আৰু ধৰ্মীয় সেৱাৰ উৎকৃষ্ট নিদৰ্শন  যে দাঙি ধৰিব পাৰি সেয়া দেখুয়াই দিলে এগৰাকী আৰক্ষী বিষয়াই ৷ খাকী পোচাকৰ মাজত থাকিও ধৰ্মীয়ভাৱে উদাৰতাৰ নিদৰ্শন দাঙি ধৰা আৰক্ষী বিষয়া গৰাকী
Read More...