Breaking

Browsing Category

ন্যায়

টংলাত ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠনৰ যৌথ উদ্যোগত উপ পৰিদৰ্শক জোনমণি ৰাভাৰ…

সুদক্ষ আৰক্ষী বিষয়া এছ আই জোনমণি ৰাভাৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দিনা জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ক্ষিপ্ৰ তদন্তৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত টংলা নগৰৰ চাৰিআলিত ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠনৰ
Read More...

নতুন সংসদৰ দিশে মাৰ্চ কৰি থকা প্ৰতিবাদকাৰী মল্লযুঁজাৰুক আৰক্ষীয়ে কৰিলে আটক

দেওবাৰে দিল্লীত নিজৰ প্ৰতিবাদস্থলীৰ পৰা নতুন সংসদ অভিমুখে পদযাত্ৰা কৰিবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক ৰখাই আটক কৰে দিল্লীত। নতুন সংসদৰ সন্মুখত মহিলাৰ মহাপঞ্চায়ত অনুষ্ঠিত কৰিব বিচৰাত মল্লযুঁজাৰুসকলে নতুন সংসদ অভিমুখে পদযাত্ৰা
Read More...

নাজিৰাত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

AITUC ৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা (AACWU) নাজিৰা মহকুমা পৰিষদৰ আহ্বান ক্ৰমে নিৰ্মাণ শ্ৰমিক সন্থাৰ ১৬ দফীয়া দাবীৰ পূৰণৰ বাবে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
Read More...

ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে গোচৰৰ আন এক টুইষ্ট…

যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আন্দোলনকাৰী মল্লযুঁজাৰুসকলে দাখিল কৰা আবেদনৰ আন এক টুইষ্টত দিল্লী আৰক্ষীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ত কয় যে অধিক
Read More...

গৌহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গৌহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ সন্দীপ মেহতাসহ গৌহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
Read More...

শিশুৰ যত্ন লোৱাটো এটা পছন্দ, ইয়াৰ বাবে মহিলাসকলক শাস্তি দিয়া উচিত নহয়: ভাৰতৰ মুখ্য ন্যায়াধীশ

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কৈছে যে মহিলাসকলৰ বিষয়ে নেতিবাচক পূৰ্বধাৰণাই তেওঁলোকক আইনী বৃত্তিত নিযুক্তি দিয়াটো কঠিন কৰি তোলে। "আমি বুজিপোৱা উচিত যে সন্তান ধাৰণ আৰু
Read More...

উচ্চতম ন্যায়ালয়ে সমকামী বিবাহৰ শুনানি লাইভ-ষ্ট্ৰীম কৰিব, বিষয়টো ৫ জনীয়া ন্যায়াধীশৰ সংবিধান…

সোমবাৰে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ বিষয়টো পাঁচজনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰে আৰু ১৮ এপ্ৰিলক পৰৱৰ্তী শুনানিৰ দিন হিচাপে চিহ্নিত কৰে। আদালতে এই বিষয়টো লাইভ ষ্ট্ৰীম কৰাৰ কথাও প্ৰকাশ কৰে।
Read More...

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অপৰাধ সংক্রান্তীয় এক বৈঠক

দীর্ঘদিনে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিবলৈ আৰক্ষী আয়ুক্তালয়ৰ লগতে ৰাজ্যৰ সকলো জিলাৰ আৰক্ষীক আৰক্ষী সঞ্চালক প্রধানে নির্দেশ দিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত
Read More...

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব ন্যায়াধীশ সন্দীপ মেহতাই

গুৱহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই অৱসৰ গ্ৰহণ কৰাৰ বাবে সন্দীপ মহেতাক তেওঁৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে। আজি ৰাজভৱনৰ দৰবা হলত অনুষ্ঠিত হ'ব মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰ শপতগ্ৰহণ অনুষ্ঠান।
Read More...

ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিলে ৰাজহুৱা অভিযোগ নিৰাময়

ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষী সঞ্চালক প্ৰধান(ডিজিপি), অসমৰ নিৰ্দেশ অনুসৰি আৰক্ষী বিষয়ৰ সৈতে জড়িত ৰাজহুৱা অভিযোগ নিৰাময়ৰ বাবে সোমবাৰে এক বিশেষ পদক্ষেপ আৰম্ভ কৰে। প্ৰথম দিনাই ডিব্ৰুগড় জিলাৰ বিভিন্ন
Read More...