Breaking

Browsing Category

সম্পাদকীয়

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী অখিল গগৈৰ

অসমত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ অভিযুক্ত ভূপেন বৰুৱাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই আঘাত কৰিছে। অসমত হোৱা
Read More...

ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণতৰ দিশত বাগিচা অঞ্চল : বিধি সন্মত ভাবে অনুষ্টুপীয়াকৈ বাগিচাৰ পূজা…

সম্প্ৰতি বিশ্বনাথ জিলাত ক'ৰণা অতিমাৰীৰ ফলত জিলা প্ৰশাসনে কালিৰে পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। কিছু দিনলৈ জিলাখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিপনী সমূহ খোলা ৰাখিছিল যদিও ক'ৰণা সংক্ৰমণৰ হাৰ হ্ৰাস নোহোৱাত নতুন বিধি অনুসৰি সম্পূৰ্ণকৈ
Read More...

নাজিৰা পঞ্চায়তত লুণ্ঠনৰাজ : নাজিৰা ব্লক কংগ্ৰেছে সম্বোধন কৰিলে সংবাদ মেল : প্ৰতিজন দুৰ্নীতিকাৰীক…

যোৱা ১১ জুলাইত নাজিৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিপা বৰুৱাৰ এটি পথ-প্ৰকল্পৰ কৰ্মৰত ঠিকাদাৰৰ পৰা কমিচন বিচৰাৰ ভি ডি অ' ভাইৰেল হোৱাৰ লগতে বি জে পিৰ ৰাজ্যিক  যুৱ  মৰ্চাৰ সম্পাদক তথা বিগত সাধাৰণ নিৰ্বাচনত নাজিৰা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী  ময়ুৰ
Read More...

এইবাৰ অখিল গগৈক উভতি ধৰিলে নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই

▶শিৱসাগৰৰ বিধায়ক অখিল গগৈ, সাংসদ ৰিপুণ বৰাই ইতিহাস নাজানি কথা কৈছে। ▶গ্ৰুপিঙক লৈ বুৰঞ্জীয়ে কি কৈছে, সেয়া অনুধাৱন কৰক। ▶গ্ৰুপিঙৰ ভয়াৱহতাৰ সময়ত শৰৎ চন্দ্ৰ বসু,শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৰিহনাৰ কথা বুৰঞ্জীয়ে কৈ থৈছে। ▶পুষ্পলতা দাসৰ
Read More...

১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব ভাৰতৰ প্রথমটো অলিম্পিক দল

টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী৷ বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত ভাৰতৰ বৃহৎ দল এটাই অংশগ্রহণ কৰিব৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ বাবে ভাৰতৰ ৯০জনীয়া দল এটা অহা ১৭ জুলাইত টকিঅ’লৈ ৰাওনা হ’ব বুলি
Read More...

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসুস্থ সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছে পদ্মশ্ৰী বিৰুবালা ৰাভা।ইপিনে
Read More...

নিজৰ উচিত ব্যৱহাৰ

মই ব্যক্তিগত ভাৱে এনে বহুলোক দেখিছোঁ যিয়ে আনে কি কৰিছে, কি কৰা নাই সেই বিষয়ে সকলো সময়তে মূৰ ঘমাই থাকি নিজৰ ব্যক্তিগত জীৱনটোত অশান্তি বৃদ্ধি কৰি লয়। তেনে কৰি জানো কিবা লাভ আছে! একো লাভ নাই। এই বেলেগৰ কামবোৰকলৈ মূৰ ঘমোৱাতকৈ আমি নিজে যি কৰি
Read More...

অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,সাহিত্যিক-গৱেষক, ড.কুতুবুদ্দিন আহমেদৰ স্মৃতি সুঁৱৰি বিশেষ বক্তৃতা…

ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,গৱেষক -সাহিত্যিক ড.কুতুবুদ্দিন আহমেদৰ বৰ্ণাঢ্য জীৱনৰ স্মৃতি সোঁৱৰণ কৰি ৩ জুলাই তাৰিখে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়
Read More...

ইতিহাসৰ বাটেৰে তাম্ৰেশ্বৰ দেৱালয়…

প্ৰবাহিত সময়ৰ আহ্বানত সৃষ্টি হয় ইতিহাস। সময়ৰ বুকুতেই অঙ্কিত হয় ইতিহাসৰ ছৱি আৰু যুগ যুগান্তৰলৈ সাক্ষীহৈ ৰয়।আজিৰ সমাজে কল্পনা কৰিব পৰাতকৈ বহু আগতেই ৰচিত হৈছিল অসমৰ ইতিহাস। থন ধৰি উঠিছিল বহুউল্লেখযোগ্য স্থান। কালৰ সোঁত সেইবোৰ লয় পাইছিল।
Read More...

পদব্ৰজে পাহাৰ ভ্ৰমণৰ অন্যতম প্ৰাকৃতিক স্থান বিৰকুছিৰ সু-উচ্চ টাৱাৰ

অক্সিজেন পাৰ্ক আৰু যোগ চৰ্চা কেন্দ্ৰৰ অন্যতম স্থান উৎপল শইকীয়া পদব্ৰজে পাহাৰ ভ্ৰমণৰ লগতে প্ৰাকৃতিক নান্দনিক পৰিবেশৰ আমেজ লোৱা এডোখৰ অতি সুন্দৰ ঠাই । সাম্প্ৰতিক কৰুণা কেন্দ্ৰিক সয়য়ত ঠাই ডোখৰ অধিক চৰ্চিত হৈ পৰিছে এই স্থান।নিলাভ পাহাৰৰ
Read More...