Breaking

বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…

0 19

বিদ্যালয়ৰ সমীপত পেট্ৰ’ল পাম্প স্থাপনক লৈ ছয়াগাঁৱত প্ৰতিক্ৰিয়া। বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত পেট্ৰ’ল পাম্প স্থাপনৰ যো-জা।

নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ। একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজ, ছয়গাঁও AASUৰ।

কণকণ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ।

Leave A Reply