Breaking

Browsing Category

ৰাষ্ট্ৰীয়

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তাৰ কাৰণ নাইঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

সমগ্ৰ দেশতে কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে শনিবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভতমন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্ৰী
Read More...

ভাৰতত ২৪ ঘন্টাত নতুনকৈ ৭৫২ জন ক’ৰোনাত আক্ৰান্ত, ৪ জনৰ মৃত্যু: স্বাস্থ্য মন্ত্ৰালয়

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এদিনতে ৭৫২ জনলৈ ক’ৰোনা সংক্রমণ বৃদ্ধি পাইছে, যিটো ২০২৩ চনৰ ২১ মে’ৰ পাছত সৰ্বাধিক, আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৪২০লৈ বৃদ্ধি পাইছে৷
Read More...

ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ সন্দীপ মহেশ্বৰীৰ সৈতে ইউটিউবাৰ বিবেক বিন্দ্ৰাৰ বিবাদ…

শেহতীয়াকৈ ভাৰতৰ জনপ্ৰিয় 'প্ৰেৰণামূলক বক্তা' সন্দীপ মহেশ্বৰীৰ সৈতে ভাৰতৰ আন এজন জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ বিবেক বিন্দ্ৰা বিবাদত লিপ্ত হয় । সন্দীপে ইউটিউব চেনেলত ‘ডাঙৰ কেলেংকাৰী উন্মোচন’(BIG SCAM EXPOSED; By Sandeep Maheshwari) শীৰ্ষক
Read More...

নতুন দিল্লীত বিশেষ ডাক টিকট মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰণ উপলক্ষে ভাৰতীয় প'ষ্টৰ পৰা বিশেষ ডাক টিকট মুকলি কৰে।
Read More...

নজিৰবিহীন ! লোকসভা-ৰাজ্যসভাৰ পৰা ১৪১ গৰাকী বিৰোধী সাংসদক নিলম্বিত

লোকসভা-ৰাজ্যসভাত অব্যাহত আছে সংসদ নিলম্বনৰ ঘটনা। সোমবাৰৰ পিছত মঙলবাৰেও সংসদৰ পৰা বিৰোধী সাংসদ নিলম্বনৰ ধাৰা অব্যাহত থাকিল। মঙলবাৰে লোকসভাৰ ৫০ জন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছে। নিলম্বিত সাংসদসকলে পৰৱৰ্তী দিনবোৰৰ বাবে শীতকালীন
Read More...

গৌৰৱ গগৈ, আব্দুল খালেকসহ নিলম্বিত লোকসভাৰ বিৰোধী দলৰ ৩৩ গৰাকী সাংসদ কোন কোন চাওক

চলি থকা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ ভিতৰত প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি বিৰোধী দলৰ ৩৩জন সাংসদক নিলম্বন কৰে। লোকসভাত সংঘটিত নিৰাপত্তা ভংগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী
Read More...

ভুৱা নথিৰে সংযোগঃ ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিলে ভাৰত চৰকাৰে

একে সময়তে ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু চৰকাৰে কিয় এনে পন্থা গ্ৰহণ কৰিলে? দৰাচলতে চৰকাৰে ব্লক কৰি দিয়া মোবাইল ফোনৰ
Read More...

লোকসভাত উত্থাপিত টেলিকম বিধেয়ক

বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে সোমবাৰে লোকসভাত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি, বৈদ্যুতিন আৰু দূৰসংযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন টেলিকম বিধেয়ক উত্থাপন কৰে। যদিহে নতুন টেলিকম বিল গৃহীত হয় তেন্তে ই ব্ৰিটিছ যুগৰ টেলিগ্ৰাফ আইন, বেতাঁৰ
Read More...

১৩ বছৰীয়া কিশোৰীক অনুচিতভাৱে কৰা স্পৰ্শ, মন্তব্যৰ বাবে ৫০ বছৰীয়া ব্যক্তিক ৩ বছৰৰ কাৰাদণ্ড

মুম্বাইৰ এখন আদালতে এগৰাকী ৫০ বছৰীয়া ব্যক্তিক এগৰাকী ১৩ বছৰীয়া কিশোৰীক অনুপযুক্তভাৱে স্পৰ্শ কৰাৰ বাবে আৰু তাইক "hot" বুলি কোৱাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে উল্লেখ কৰিছে যে এই আইনে
Read More...

মুছলমান ধৰ্মগুৰুসকলৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ! বিয়াত বেণ্ড, বাঁহী আৰু ডিজেবাদকলৈ…

বিয়াত বেণ্ড, বাজা আৰু ডিজে বজালে কাজীয়ে নিকাহ পৰিৱেশন নকৰে। কানপুৰ ডেহাটত মুছলমান ধৰ্মগুৰুসকলৰ এখন সভা অনুষ্ঠিত হয়। অপচয় বন্ধ কৰাৰ বাবে বৈঠকত সৰ্বসন্মতিক্ৰমে এক ডিক্রী জাৰি কৰা হয়। তেওঁ বেণ্ড, সংগীত আৰু ডিজেক ইছলামৰ বিৰুদ্ধে বুলি
Read More...