Breaking

Browsing Category

ৰাষ্ট্ৰীয়

অসমৰ ১০০ গৰাকী বিশিষ্ট ব্যক্তিলৈ পত্ৰ প্ৰেৰণ ৰাহুল গান্ধীৰ

ভাৰত জোড়ো ন্যায় যাত্রাত অহা বাধা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি এই যাত্রা সফল কৰি তুলিবৰ বাবে অসমৰ ১০০ গৰাকী বুদ্ধিজীৱি আৰু বিশিষ্ট ব্যক্তিয়ে ৰাইজ আৰু চৰকাৰৰ প্ৰতি এক আহ্বান জনাইছিল। ড° নগেন শইকীয়া,
Read More...

দেশৰ ১৫খন ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বংগৰ উপৰি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, ওড়িশা, হাৰিয়ানা আৰু
Read More...

বলীউড বনাম দক্ষিণৰ ছবিৰ বিতৰ্কক লৈ অমিতাভ বচ্চনে কি ক’লে?

বিগত কেইবছৰমানৰ পৰা হিন্দী বনাম দাক্ষিণাত্যৰ চলচ্চিত্ৰ বিতৰ্কক লৈ বিভিন্ন মতামত ওলাই আহিছে। এইবাৰ অমিতাভ বচ্চনে নিজেই এই প্ৰসংগত নিজৰ মনোভাৱ প্ৰকাশ কৰিলে। শনিবাৰে পুনেৰ এখন বিশ্ববিদ্যালয়ে আয়োজন কৰা এখন চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত
Read More...

ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব পালন কৰিবলৈ যুৱশক্তিক আহ্বান কেন্দ্ৰীয়…

প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া দেশৰ নতুন ভোটাৰসকলক বৃহস্পতিবাৰে 'ৰাষ্ট্ৰীয় ভোটাৰ দিৱস'ৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাৰুৱা কথাৰে উজ্জীৱিত কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। এই অভিনৱ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় জনতা যুৱ
Read More...

গণৰাজ্য দিৱসৰ ঐতিহ্য আৰু তাৎপৰ্যঃ হিমাংশু ৰঞ্জন ভূঞা

আমাৰ দেশ ভাৰতবৰ্ষ প্ৰায় দুশ বছৰ কাল ব্ৰিটিছৰ অধীনত আছিল। ব্ৰিটিছৰপৰা স্বাধীনতা আঁজুৰি আনিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জনতাই যুগান্তকাৰী আন্দোলনৰ সূচনা কৰিছিল। ফলত শ শ লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক ব্ৰিটিছ চৰকাৰৰ নিৰ্যাতনৰ
Read More...

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাঃ সোমবাৰে অযোধ্যাত কোন সময়ত কি হ’ব জানেনে?

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ মাত্ৰ কেইটামান ঘন্টা বাকী। এই অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এই অনুষ্ঠানটো প্ৰত্যক্ষ কৰাৰ বাবে মানুহৰ মাজত আশা বাঢ়িছে। সোমবাৰে
Read More...

ৰশ্মিকা মাণ্ডন্নাৰ Deepfake ভিডিঅ’ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাৰ ডিপফেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দুমাহতকৈও অধিক সময়ৰ পাছতে শনিবাৰে দিল্লী আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিগৰাকীক।
Read More...

এমাহ পূৰ্বে নিমন্ত্ৰণ লাভ কৰি এইবাৰ কৈলাছ খেৰে উচৰ্গা কৰিলে ‘ৰাম কা ধাম’ গীত

২২ জানুৱাৰী সোমবাৰে ৰামলালাৰ ‘প্ৰাণপ্ৰতিষ্ঠা’। ১৭ জানুৱাৰীৰ পৰা মন্দিৰ কৰ্তৃপক্ষই ধ্ৰুপদী ৰীতি-নীতি অনুসৰণ কৰি অযোধ্যাৰ সকলো নিয়ম পালন কৰিবলৈ আৰম্ভ কৰিছে। অযোধ্যাবাসীৰ প্ৰায় উৎসৱমুখৰ আমেজ। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে।
Read More...

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক পৰাস্ত কৰিবলৈ চণ্ডীগড়ত আপ-কংগ্ৰেছৰ মিত্ৰতা

আম আদমী পাৰ্টি (আপ) আৰু কংগ্ৰেছৰ মাজত হোৱা বিবাদৰ বাবে দুবছৰ পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত বিজেপিয়ে মেয়ৰ আৰু ডেপুটি মেয়ৰৰ পদ দখল কৰিছিল। অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধীৰ দলে লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই ‘ভুল’ শুধৰাবলৈ উদ্যোগ
Read More...

কংগ্ৰেছ দলৰ পৰা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ সাংসদ গৌৰৱ গগৈয়ে কি ক’লে?

লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে দলৰ নেতা মিলিন্দ দেওৰাৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেওবাৰে মণিপুৰৰ থৌবালৰ পৰা কংগ্ৰেছে ‘ভাৰত যোগো ন্যায় যাত্ৰা’আৰম্ভ কৰে।
Read More...