Breaking

Browsing Tag

agricultural

অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ…

দেশৰ কৃষিখণ্ডত খেতিয়ক সকলৰ উদ্দেশ্য অত্যাধুনিক কৃষি পদ্ধতিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন এপ প্ৰস্তুত কৰি উলিয়াইছে হাজোৰ যুৱক তথা বৰপেটা জিলাত কৰ্মৰত শিক্ষক প্ৰসেনজিৎ শৰ্মাই। বৰ্তমান গুগল প্লে ষ্টৰত বীটা টেস্টিং
Read More...

টুপামাৰী-ৰাঙ্গাপানী অঞ্চলৰ কৃষকৰ হাহাকাৰ ! জলসিঞ্চনৰ অভাৱ…

টুপামাৰী-ৰাঙ্গাপানী অঞ্চলৰ কৃষকৰ হাহাকাৰজলসিঞ্চনৰ অভাৱখৰাঙত ইৰিধানৰ খেতিত মেলিছে চিৰাঁল ফাঁট কামৰূপ জিলাৰ বৃহত্তৰ নগৰবেৰাৰ টুপামাৰী আৰু ৰাংঙ্গাপানী অঞ্চলত শ শ বিঘা ইৰিধানৰ খেতি কৰিছে যদিও চৰকাৰৰ জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত কৃষক
Read More...

আপুনি চাহ খেতিয়ক নেকি ! আপোনাৰ মাটি দখৰত কিদৰে চাহৰ উৎপাদন বৃদ্ধি কৰিব পাৰিব , কৰ্মশালাত কি উপদেশ…

দিহিঙ্গীয়া পাৰ চাহ বাগিচা কলঘৰ কতৃপক্ষৰ উদ্যোগত আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ অন্তৰ্গত পূব যোৰহাট, ফেচুৱাল মেলেং গ্রান্ট আৰু মৰিয়নি আঞ্চলিক সমিতিৰ সহযোগত দিহিঙ্গীয়া পাৰ বাগিচা কলঘৰ প্রাঙ্গনত এক কর্মশালা আয়োজন কৰা হয়।
Read More...

জাতীয় ফল নেমু খেতিৰ উৎপাদনত কৃষি বিভাগৰ বিশেষ ব্যৱস্থা গ্ৰহণ…

জাতীয় ফল নেমু খেতিৰ উৎপাদনত কৃষি বিভাগৰ বিশেষ ব্যৱস্থা গ্ৰহণ । বিধানসভাত অসমৰ সুগন্ধি যুক্ত কাজিনেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ পিছত শোনিতপুৰ জিলাৰ কৃষি বিভাগৰ উদ্যোগত নেমু খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৃষি বিভাগে বিশেষ ব্যৱস্থা
Read More...

বাক্সাৰ হৰহৰিয়াত উদ্যান শস্যৰ প্ৰশিক্ষণ আৰু কৃষি সমগ্ৰী বিতৰণ।

বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হৰহৰিয়াত আজি বিজ্ঞানসন্ম আৰু ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে এটি সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় ।
Read More...