Breaking

Browsing Tag

assampolice

নাজিৰাৰ লিগিৰীপুখুৰীস্থ ১ ম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

আজি অসমৰ প্ৰথমটো আৰক্ষী বাহিনীৰ ৭৫ তম প্ৰতিষ্ঠা দিৱস l বৃটিছ ৰাজত্ব কালত ১৯৪২ চনত Assam Rail Force নামেৰে প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বযুদ্ধ সময়ত Auxiliary Force ৰূপে নিয়োজিত কৰা বাহিনীটোৱে যুদ্ধত অৱতীৰ্ণ হৈছিল l আৰু তাৰ পৰৱৰ্তী
Read More...

মাজবাটত ১৭২ কেজি ভাং জব্দ

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী
Read More...

মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা, আৰক্ষীৰ জালত ৪৩ টা চিলিণ্ডাৰ সহ এজন

অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত মহানগৰ গুৱাহাটীত শনিবাৰে এক অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত এজন ব্যক্তিৰ জিম্মাৰ পৰা ৪৩ টা চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়।
Read More...

“আজি মুখ খন মিঠা কৰক, কাইলৈৰ পৰা নিয়ম নামানিলে তিতা হ’ব”- ৰাজপথত চকলেট বিতৰণ…

আৰক্ষীয়ে ৰাজপথত বিতৰণ কৰিছে চকলেট। আজি মুখ খন মিঠা কৰক, কাইলৈৰ পৰা নিয়ম নামানিলে তিতা হ'ব। এইদৰে মৈৰাবাৰীত চকলেট বিতৰণ কৰি হেলমেট পৰিধান নকৰা লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ এক ব্যতিক্ৰমী পদক্ষেপ লোৱা পৰিলক্ষিত হয় মংগলবাৰে।
Read More...

অসম আৰক্ষীয়ে কাৰ্বি আংলং জিলাত দুজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰি ১৬ কোটি টকাৰ হেৰ’ইন জব্দ…

অসম আৰক্ষীয়ে দেওবাৰে কাৰ্বি আংলং জিলাত দুজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰি ১৬ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। এটা নিৰ্দিষ্ট ইনপুটৰ ওপৰত কাম কৰি অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)য়ে দিলাই তিনিআলি অঞ্চলত যৌথ নাকা
Read More...

নলবাৰীৰ অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ উপ পৰিদৰ্শক ভূপেন দাসৰ বিদায় সম্ভাষণ 

৩০ ডিচেম্বৰত অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ উপ পৰিদৰ্শক ভূপেন দাসৰ বিদায় সম্ভাষণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ উপ পৰিদৰ্শক ভূপেন দাস আজি চাকৰি জীৱন পৰা অৱসৰ হয় । জিলাখনৰ কুমাৰীকাটাৰ নিবাসী ভূপেন দাসে অসম আৰক্ষীৰ
Read More...

এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰত জড়িত আন এগৰাকী ‘ৱাণ্টেড’ চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম…

ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰত জড়িত আন এগৰাকী ‘ৱাণ্টেড’ চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। আজি বিশ্বনাথ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এক পলাতক ‘ৱাণ্টেড’ গঁড় চিকাৰীক।
Read More...

নগৰবেৰাৰ বদলা বজাৰত নিচাসক্ত দুৰ্বৃত্তই জ্বলালে দোকান

নগৰবেৰাৰ বদলা বজাৰত অঘটন,নিশা দুৰ্বৃত্তই জ্বলালে বিশেষ ভাবে সক্ষম এজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ,নিচাসক্ত কোনোবাই জ্বলাই দিয়াৰ অনুমান ৰাইজৰ ,ৰাইজে ধৰি আৰক্ষীক গটালে নিচাসক্ত এজন যুৱকক বদলা বজাৰৰ আলতাফ আলী নামৰ লোকজনৰ দোকান খন জুঁইত জাহ যায়
Read More...

তেজপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন…

তেজপুৰত বৃহৎ পৰিমাণৰ গুপ্তধন উদ্ধাৰ৷ চোতালত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ ১৫ লক্ষাধিক টকা৷ আলিচিঙাৰ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা চলিছিল আৰক্ষীৰ অভিযান৷ আব্দুল কৰিমে গোপনে টকা মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ গোপন খবৰৰ ভিত্তিত
Read More...

বৰপথাৰ আৰক্ষীৰ ন-ৰূপ , ৰ লাগি চালে শ শ জনতাই…

এইবাৰ আন এক ৰূপত বৰপথাৰ আৰক্ষী। মহাপুৰুষজনাৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা আৰু ভকত সেৱাৰে বৰপথাৰ আৰক্ষীয়ে দেখুৱালে "জনহিত জনসেৱাৰ্থে"ৰ প্ৰকৃত নিৰ্দশন। শুক্ৰবাৰে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হয় বছেৰেকীয়া
Read More...