Breaking

Browsing Tag

International Yoga Day

ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন যোগাসন অনুষ্ঠানৰ গিনিজ বিশ্ব অভিলেখ

এক ঐতিহাসিক মুহূৰ্ত! বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ জৰিয়তে যোগ অধিবেশনত অধিকাংশ দেশৰ লোকে অংশগ্ৰহণ কৰাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি
Read More...

সশস্ত্ৰ সীমা বল আৰু এছএছবিৰ প্ৰথম বেটেলিয়নৰ আন্তৰ্জাতিক যোগ দিৱস পালন

গুৱাহাটীস্থিত সশস্ত্ৰ সীমা বল আৰু এছএছবি সোনাপুৰৰ প্ৰথম বেটেলিয়নে আজি যুটীয়াভাৱে ফ্ৰণ্টিয়াৰৰ সোনাপুৰৰ মুখ্য কাৰ্যালয় নৱম আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে৷ ২০১৬ চনত গয়া (বিহাৰ) ২০১৬ ত নক্সাল
Read More...

মণিপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বৰ্জন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ

মণিপুৰৰ হিংসাক লৈ নিৰৱতা বজাই ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গৰিহণা দি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বুধবাৰে বহু সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।যোগ দিৱস বৰ্জন কৰাৰ সময়ত প্ৰতিবাদকাৰীসকলে শ্লোগান দি প্ৰধানমন্ত্ৰী মোডীৰ
Read More...

টংলা মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

'বসুধৈৱ কুটুম্বকম' মূলমন্ত্ৰৰে বিশ্বজুৰি পালিত নৱম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে টংলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এনচিচি,এন এছ এছ,ছাত্র একতা সভাৰ উদ্যোগত আৰু আই কিউএ চিৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়।
Read More...

যোগ হৈছে সমগ্ৰ বিশ্বৰ প্ৰতি ভাৰতৰ মহান উপহাৰ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

বুধবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত যোগাসন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জনাই দ্ৰৌপদী মুৰ্মুৱে কয় যে যোগ হৈছে ভাৰতৰ বাকী বিশ্বৰ বাবে
Read More...

হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আন্তজাৰ্তিক যোগ দিৱস পালন

মানৱ শৰীৰ, মন সুস্থ ৰাখিবলৈ যোগভ্যাসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভাকক্ষত হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু হাজো খণ্ড উণ্ণয়ন
Read More...

প্ৰতিকূল বতৰৰ মাজতো পালন আন্তঃৰাষ্ট্ৰীয় যোগদিৱস…

দেশৰ ভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ ভৱন প্ৰাংগণতো এদিনীয়াকৈ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক ড°পৰমানন্দ ৰাজবংশীৰ উদ্যোগত বিজেপি'ৰ পাথৰিঘাট মণ্ডল সমিতিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগদিৱস পালন কৰা হয়।
Read More...

‘যোগ ভাৰতৰ মহান উপহাৰ’ – ৰাষ্ট্ৰপতি মুৰ্মুৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা…

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে যোগাসন কৰি থাকোঁতে তেওঁৰ ছবিও টুইটাৰত প্ৰকাশ কৰে। সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ভাৰতৰ লগতে
Read More...