Breaking

Browsing Tag

INTERNATIONAL

স্থৱিৰ হৈ পৰিল জাৰ্মানীৰ বিমানসেৱা; কিন্তু কিয়?

বিমান সেৱা কৰ্মচাৰীৰ কৰ্মবিৰতিত স্থৱিৰ হৈ পৰিছে জাৰ্মানীৰ বিমানসেৱা। ইতিমধ্যে ২,৩৪০ খন বিমানৰ উৰণ বাতিল কৰা হৈছে। আনন্দোলনৰ ফলত জাৰ্মানীৰ ৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা লুফথানছাও প্ৰভাৱান্বিত হৈছে। সংস্থাটোৰ ১৩০০ খন বিমান বাতিল কৰিব লগা
Read More...

অষ্ট্ৰিয়াৰ এগৰাকী মহিলাৰ একক এন্টাৰ্কটিকা ভ্ৰমণত ১০টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড

লিজা ফাৰ্থোফাৰ নামৰ এগৰাকী অষ্ট্ৰিয়াৰ মহিলাই এন্টাৰ্কটিকালৈ নাওঁ চলোৱা অভিযানত ১০টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিছে। দক্ষিণ মহাসাগৰত নাওঁ চলোৱা প্ৰথমগৰাকী মহিলা আৰু মেৰুৰ মুকলি পানীত নাওঁ চলোৱা
Read More...

নিউজিলেণ্ডত প্ৰথমবাৰৰ বাবে উদ্ধাৰ হ’ল সাগৰেৰে ভাঁহি অহা বিশাল পৰিমাণৰ ড্ৰাগছ , যাৰ মূল্য ৩০০…

নিউজিলেণ্ড আৰক্ষীয়ে বুধবাৰে প্ৰশান্ত মহাসাগৰৰ একঅংশত ৩ টনতকৈও অধিক কোকেইন ভাঁহি থকা দেখিবলৈ পায়। সন্দেহ কৰা আনুসৰি এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আন্তৰ্জাতিক ড্ৰাগ-চোৰাং চিণ্ডিকেটে ধৰা পৰাৰ ভয়তে হয়তো সাগৰত পেলাই দিছে।
Read More...

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মন্ত্ৰীসহ ১৮ গৰাকীয়ে…

নেপালৰ শোকাৱহ বিমান দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ভয়াৱহ বিমান দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে ইউক্ৰেইনত। আজি ৰাজধানী কিয়েভৰ পৰা কিছু দূৰত্বৰ ব্ৰ’ভাৰী চহৰত সংঘটিত হেলিকপ্টাৰ
Read More...

চলিত বৰ্ষৰ আৰম্ভণিতে নতুন দিল্লীয়ে আয়োজন কৰিব উন্নয়নশীল দেশসমূহৰ এখন সন্মিলন…

চলিত বৰ্ষৰ আৰম্ভণিতে নতুন দিল্লীয়ে আয়োজন কৰিব এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ উন্নয়নশীল দেশসমূহৰ এখন সন্মিলনৰ। অহা ১২ আৰু ১৩ জানুৱাৰীত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ১২০ খনতকৈও অধিক দেশক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
Read More...

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বীগৰাকীয়ে সকীয়াই দিছে যে এই বছৰ বিশ্বৰ অৰ্থনীতিৰ এক তৃতীয়াংশ…

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বীগৰাকীয়ে সকীয়াই দিছে যে এই বছৰ বিশ্বৰ অৰ্থনীতিৰ এক তৃতীয়াংশ মন্দাৱস্থাত পৰিব। ক্ৰীষ্টালিনা জৰ্জিভাই কয় যে আমেৰিকা, ইউৰোপীয় ইউনিয়ন আৰু চীনে তেওঁলোকৰ অৰ্থনীতি লেহেমীয়া হোৱা দেখি ২০২৩ চন যোৱা বছৰৰ
Read More...

২০০ বিলিয়ন ডলাৰ লোকচান কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে ইলন মাস্ক

ইতিহাসৰ একমাত্ৰ ব্যক্তি যিয়ে নিজৰ সম্পত্তিৰ পৰা ২০০ বিলিয়ন ডলাৰ মচি পেলাইছে। ইলন মাস্ক আছিল ২০২১ চনৰ জানুৱাৰী মাহত সেই সীমা অতিক্ৰম কৰি ২০০ বিলিয়ন ডলাৰতকৈ অধিক ব্যক্তিগত সম্পত্তি সংগ্ৰহ কৰা দ্বিতীয়জন ব্যক্তি , জেফ বেজোছৰ মাহৰ
Read More...

এই সপ্তাহত সোণৰ মূল্য বৃদ্ধি, চাওক বুলিয়ন বজাৰৰ সাপ্তাহিক মূল্য…

সোণৰ ৰূপৰ মূল্যঃ ২০২২ চনৰ ১২ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত ব্যৱসায়িক সপ্তাহত প্ৰথম অৱস্থাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত আছিল ৫৩,৯০৮ টকা। সোণৰ ৰূপৰ মূল্য সাপ্তাহিকঃ ভাৰতত প্ৰাচীন কালৰ পৰাই মানুহে সোণত বিনিয়োগ কৰাটো অতি লাভজনক
Read More...

আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপৰ উভয়ৰে মূল্য হ্ৰাস…

১৬ ডিচেম্বৰ ২০২২ তাৰিখে সোণৰ ৰূপৰ মূল্য: যদি আপুনি আজি সোণ আৰু ৰূপ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আমি আপোনাক ভাৰতীয় ভৱিষ্যত বজাৰ আৰু বুলিয়ন বজাৰত সোণ আৰু ৰূপৰ শেহতীয়া মূল্যৰ বিষয়ে তথ্য দিছো। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিনটোত, য’ত
Read More...

এটা সাহসী নিগনি ! নিজৰ সাহসৰ বাবে লাভ কৰিলে স্বৰ্ণ পদক…

এনে সাহসী নিগনি যিয়ে হাজাৰ হাজাৰ মানুহৰ জীৱন ৰক্ষা কৰিছিল; নায়ক হৈ স্বৰ্ণ পদক লাভ কৰে নিগনিটোৱে। ২০২২ চন শেষ হ’বলৈ ওলাইছে আৰু ২০২৩ চন নতুন বছৰ আহিবলৈ ওলাইছে। ২০২২ চনত এনে কিছুমান কথা ঘটিছিল যিবোৰ আমি হয়তো কেতিয়াও পাহৰিব নোৱাৰো। ২০২২
Read More...