Breaking

Browsing Category

সাহিত্য সংস্কৃতি

ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতা পুথি ‘ব্ৰিটল’ উন্মোচন

শ্বিলঙৰ ধানখেতিষ্ঠিত এক বিশেষ অনুষ্ঠানত আজি ৰিণিকি চক্ৰৱৰ্তী মাৰ্ৱেইনৰ প্ৰথমখন কবিতাৰ পুথি 'ব্ৰিটল' উন্মোচন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ সংগীতজ্ঞ লু মাজাউয়ে। অনুষ্ঠানত খ্যাতি স্থানীয়
Read More...

পাকিস্তানী অভিনেত্ৰী উষ্না শ্বাহে ভাৰতীয় শৈলীৰ লেহেঙ্গা পিন্ধাৰ বাবে নিৰ্মমভাৱে ট্ৰ’ল হোৱাৰ…

বিবাহ অনুষ্ঠানত পিন্ধা ভাৰতীয় ষ্টাইলৰ লেহেংগাৰ ওপৰত ব্যাপক ট্ৰলিঙৰ কিছুদিন পিছতে পাকিস্তানী অভিনেত্ৰী উষ্না শ্বাহে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় কৰি পেলায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিয়াৰ ফটো প্ৰকাশ পোৱাৰ লগতে ভাৰতীয় ষ্টাইলৰ
Read More...

ৰাজ্যিক চলচ্চিত্র বঁটা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰূপকোঁৱৰ
Read More...

৩১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক কাৰ্বি দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱত মন্ত্ৰী পীয়ুষ হাজৰিকা

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি সোণাপুৰৰ নৰতাপ মাৰকাঙত আয়োজিত ৩১ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক কাৰ্বি দেহাল (ৰংকেৰ) কাৰ্চিদম উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ যোৱা
Read More...

নবীন বুঢ়াগোহাঞিৰ কবিতা-‘প্ৰাক্তন প্ৰেমিকাবোৰ বুঢ়ী হৈ গ’ল’

প্ৰস্তাৱনা: প্ৰেম এক জৈৱিক উদ্যোগৰঙা-নীলা-হালধীয়া বৰণএছাৰকণি মাৰে প্ৰত্যেক প্ৰেমিকককোনও নিপিন্ধাকৈ থাকিব পৰা নাই প্ৰেমৰ জিন্‌জিৰিয’তেই মই নাথাকো মোৰ গাত আপোনা-আপুনি পৰেহি পখিলা!তেতিয়া কোৱা হয় প্ৰেম হ’ব পাৰে কাৰোবাৰ লগতবিশ্বাস কৰা ।
Read More...

ডিব্ৰুগড়ত ড৹ নগেন শইকীয়াৰ জন্মদিন উদযাপন

৮৫ বছৰত ভৰি দিলে প্ৰথিতযথা সাহিত্যিক তথা বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই। ওপজা দিনটোত গুণমুগ্ধৰে ভৰি পৰিল বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াৰ আৱাস বৰ্ণমালা। নিজ কালজয়ী সৃষ্টিৰে হেজাৰ হেজাৰ জনৰ
Read More...

ডিফুত বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীৰ ‘ভিন্ন দৃষ্টি ভিন্ন চিন্তা’ উন্মোচন

অসম প্ৰকাশন পৰিষদৰ দ্বাৰা ডিফুত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনা ভিন্ন কাৰ্য্যসূচীৰ লগতে আজি ডিফুৰ বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰীৰ ৰচিত 'ভিন্ন দৃষ্টি ভিন্ন চিন্তা ' শীৰ্ষক গ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয়।
Read More...

অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত শৃংখলাৰ ২য় টি গজল…

ক'ই পুচ্ছতা হ্যে হাল অপনা"ৰ পিছত অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত কবি সঞ্জীৱ সাগৰ চৌধুৰীৰ মুস্কুৰাহট" শৃংখলাৰ ২য় টি গজল
Read More...

অসম গ্ৰন্থমেলা, ডিফুত আশাব্যঞ্জক কিতাপ বিক্ৰীৰ হাৰ; যুৱ লেখকৰ সমাৰোহ “উন্মীলন” অনুষ্ঠিত

অসম গ্ৰন্থমেলা, ডিফুত গ্ৰন্থপ্ৰেমীৰ ভিৰে ইয়াৰ বৌদ্ধিক সমাজক আশাবাদী কৰি তুলিছে৷ বিশেষকৈ গ্ৰন্থমেলাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অনাগত ভৱিষ্যতৰ বাবে শুভ লক্ষণ বুলি মত প্ৰকাশ কৰিছে বিদ্বৎ মহলে৷ অসম প্ৰকাশন
Read More...

ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাইজৰ মাজলৈ ৰংঘৰ পুতলা থিয়েটাৰ

আমাৰ মাজৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰা অন্য এক সংস্কৃতি পুতলা থিয়েটাৰক নতুন ৰূপ দি অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাইজৰ মাজলৈ উলিয়াই অনাৰ মানসেৰে ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত গঢ়লৈ উঠা এক অভিনৱ প্ৰস্তুতিৰে একাদশ বৰ্ষত ভৰি দিছে ৰংঘৰ পুতলা
Read More...