Breaking

Browsing Category

সাহিত্য সংস্কৃতি

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাট ! ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন…

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাটকামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি আজাৰাৰ কেবাঠাইতো ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰে । জিলা পৰিবহন বিষয়া(প্ৰৱৰ্তক) হিমাংশু দাসৰ নেতৃত্বত ভি আই পি, ৰাণী গেট, আজাৰা আৰু ধাৰাপুৰ
Read More...

মানস প্ৰতিম দত্তৰ কাব্যগ্ৰন্থ ‘মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ’ উন্মোচন

কবি, লেখক, পৰিবেশকৰ্মী, অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তৰ নতুন কাব্যগ্ৰন্থ 'মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰ' আনুষ্ঠানিকভাৱে উন্মোচন হৈ যায়। নিবিড় অনুৰাগ মানস নামেৰে অসমীয়া কাব্যজগতত সুপৰিচিত কবি দত্তই মাতৃ
Read More...

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ ‘আই লাভ ইউ’ৰ শুভ উন্মোচন ! ১১ গৰাকী…

অসম গ্ৰন্থমেলাত কবি, সাংবাদিক কমল কুমাৰৰ কাব্যগ্ৰন্থ 'আই লাভ ইউ'ৰ শুভ উন্মোচন মামণি ৰয়ছম গোস্বামীৰ নামত চৰকাৰে বঁটা প্ৰদান কৰক ১১ জন সাহিত্যিকলৈ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰদান মামণি ৰয়ছম গোস্বামীৰ নামত চৰকাৰে এটা বঁটা
Read More...

বিশিষ্ট সাহিত্যক কনকসেন ডেকাই উন্মোচন কৰিলে দৰ্শনা বৰুৱাৰ গ্ৰন্থ ‘ভাবনাৰ কচৰৎ’

সাংবাদিক দৰ্শনা বৰুৱাৰ 'ভাবনাৰ কচৰৎ' শীৰ্ষক গ্ৰন্থখন বুধবাৰে গুৱাহাটীৰ দিছপুৰস্থিত এটি সভাগৃহতবিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই উন্মোচন কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ,
Read More...

সৰভোগৰ ভেৰাগ্ৰামত অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন

ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বুধবাৰে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বৰনগৰৰ ভেৰাগ্ৰামত উদযাপন কৰা হয়৷
Read More...

২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ

নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান আগবঢ়াইছে বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ। ১৯৫৫ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা ধনী বৰাই ১৯৭৭ চনত সাপ্তাহিক নীলাচল কাকতত যোগ দিয়ে আৰু
Read More...

ড° কৰবী ডেকা হাজৰিকালৈ ২০২৪ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ 'ৰংবং তেৰাং সমন্বয় বঁটা'। বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবী ডেকা হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা। ১৩
Read More...

ড০ উত্তম দাস লৈ ‘চিলাপথাৰ ৰত্ন বঁটা’…

ড০ উত্তম দাস লৈ 'চিলাপথাৰ ৰত্ন বঁটা' সাৰথি চতুৰ্থ বাৰ্ষিক অধিবেশনৰ প্ৰস্তূতি ধেমাজি জিলাৰ বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ অগ্ৰনী স্বেচ্ছাসেৱক অনুষ্ঠান 'সাৰথি' স্বেচ্ছাসেৱী সংস্থাৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ অধিবেশনখনি দিনজোৰা
Read More...

তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱালৈ “সাহিত্য শিৰোমণি” সন্মান

দীৰ্ঘদিন ধৰি নিৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা তেজপুৰৰ কবি, লেখিকা নাজু হাতীকাকতি বৰুৱাক "জচালা ফাউণ্ডেশ্যন" তথা "সুপ্ৰভাত মঞ্চ" নতুন দিল্লীয়ে প্ৰদান কৰিছে "সাহিত্য শিৰোমণি" সন্মান। উল্লেখ্য যে কালি দিনদয়াল উপাধ্যায় মাৰ্গ নিকতৱৰ্তী আই
Read More...

বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান…

মায়ঙৰ উচ্চশিক্ষাৰ অনুষ্ঠান বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ বুৰাবুৰীত ১৯৭৩ চনতে স্থাপন হোৱা বিদ্যালয়খনে এইবেলি উদযাপন কৰিছে সোণালী বৰ্ষ ৷ বিদ্যালয়খনৰ সোণালী বৰ্ষ সামৰণি সমাৰোহ উপলক্ষে সোমবাৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷
Read More...