Breaking

Browsing Category

সাহিত্য সংস্কৃতি

আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে’ স্মাৰক বঁটা ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ প্ৰদান…

আছুৰ 'প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা-২০২৩' ঘোষণা। ব্ৰহ্ম লোক সংস্কৃতিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ এই
Read More...

উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ “অভিপ্সিত” উন্মোচন…

উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ "অভিপ্সিত" উন্মোচন। দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ "অভিপ্সিত" নামৰ এখন কবিতা পুথি উন্মোচন কৰা হয়।
Read More...

বিলাসীপাৰাত সামৰণি পৰিল সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা…

আজি বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে সোৱঁৰণী প্ৰেক্ষাগৃহত নৃত্য আৰু গীতৰ  মহাসংগ্ৰাম প্ৰতিযোগিতাত  মুখ্য অতিথি হিচাবে  অসম মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন  অশোক কুমাৰ সিংহী উপস্থিত থাকি বিজয়ী প্ৰতিযোগী সকলৰ হাতত মানপত্ৰ আৰু বঁটা প্ৰদান কৰে।
Read More...

ড০ প্ৰণৱ জ্যোতি ডেকাৰ ‘শ্ৰেষ্ঠ গল্প’ই আজুৰি আনিলে ‘সাহিত্য অকাডেমী’…

অৱশেষত ড০ প্ৰণৱ জ্যোতি ডেকাৰ 'শ্ৰেষ্ঠ গল্প'ই আজুৰি আনিলে বহু প্ৰত্যাশিক সাহিত্য অকাডেমী (অসমীয়া ভাষাৰ) সন্মান।
Read More...

কেশৱ মহন্তৰ কবিতা- চমু আলোচনাঃ হিমাংশু ৰঞ্জন ভূঞা

অসমীয়া কবিতাই আধুনিকতাৰ যথাৰ্থ ৰূপ পৰিগ্ৰহ কৰাৰ ক্ষেত্ৰত যিসকল কবিৰ অৱদান অনস্বীকাৰ্য, সেইসকলৰ ভিতৰত কেশৱ মহন্তৰ নাম প্ৰণিধানযোগ্য ।কেশৱ মহন্ত একাধাৰে কবি, গীতিকাৰ, শিশু-সাহিত্য ৰচনাকাৰ, অনুবাদক আৰু নিবন্ধকাৰ। উল্লেখ্য যে, কেশৱ মহন্তই
Read More...

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য আৰু জাতীয় চেতনা…

বেজবৰুৱাৰ সাহিত্য আৰু জাতীয়চেতনা ✍ হিমাংশু ৰণ্‌জন ভূঞা, জামুগুৰিহাট অসমীয়া ভাষা, সংস্কৃতি, জাতি গঠনৰ ভূমিকাত মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱে যি বৰঙণি আগবঢ়াই থৈ গ'ল, কালৰ কুটিল পৰিক্ৰমাত এইসমূহ পুনৰ নিঃচ্ছিন্ন হোৱাৰ পথতে
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস “ৰ’দৰ ডঁৰিয়লি দেউতা”…

গুৱাহাটী প্ৰেছ ক্লাবত অখিল চন্দ্ৰ বৰুৱাৰ উপন্যাস "ৰ'দৰ ডঁৰিয়লি দেউতা" উন্মোচন । আইয়ে ন মাহ ন দিন বোকোচাত লৈ ফুৰে আৰু দেউতাই ২৫বছৰ কান্ধত লৈ ডাঙৰ কৰে- ড' নন্দ সিং বৰকলা।গুৱাহাটী:ৰাজ্যৰ সৰ্বত্ৰে এতিয়া গ্ৰন্থৰ উৎসৱ। নতুন গ্ৰন্থৰ মেটমৰা বোজা
Read More...

আজি সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হোমেন বৰগোহাঞিৰ জন্ম বাৰ্ষিকী…

৭ ডিচেম্বৰত বৰগোহাঞিৰ ছাৰৰ জন্ম বাৰ্ষিকীত হোমেন বৰগোহাঞিৰ চুটিগল্পৰ বিশেষত্ব হোমেন বৰগোহাঞি বিংশ শতাব্দীৰ এগৰাকী আগশাৰীৰ চুটিগল্পকাৰ। তেওঁৰ চুটিগল্পৰ সংখ্যা পঞ্চাশৰ বেছি নহয়। তথাপি এই সীমিতসংখ্যক গল্পৰ ভিতৰতে তেওঁ এখন জগত সৃষ্টি
Read More...

পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

৩০ সংখ্যক পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "মধুবন" মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সাহিত্য একাডেমি বঁটা প্ৰাপক উৰ্খাও গৌৰা ব্ৰহ্মই।
Read More...

মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ

মনত পৰিছে এটি আপুৰুগীয়া নান্দনিকতালৈ, ধৰাধামত ডিচেম্বৰ মাহে প্ৰবেশ কৰাৰ লগে লগেই ইজনে সিজনক আপোন জনক অতিকৈ প্ৰিয় জনক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাবলৈ স্থানীয় দোকানত শাৰী পাতে লানি লানিকৈ ওলমাই ৰখা ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ড কিনিব লৈ……!
Read More...