Breaking

Browsing Category

সাহিত্য সংস্কৃতি

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু…

টাই ভাষা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু বিকাশৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিসত্তাক অধিক উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী
Read More...

আজি মে-ডাম-মে-ফী উপলক্ষে উপৰিপুৰুষক টাই আহোমে কৰিব স্মৰণ; টিপামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় লোকসকলে এই মে-ডাম-মে-ফী পালন কৰিব।
Read More...

অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণাংগ পৰ্য্যায়ত

অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনক লৈ এতিয়া ৰাইজৰ মাজত পাৰভঙা উচাহ৷ অধিৱেশনলৈ মাজত মাথো কেইঘন্টা মানহে বাকী৷ বৰখামতি পথাৰৰ মনিকাঞ্চন
Read More...

আন্তঃৰাষ্ট্ৰীয় পৰিচয় লাভ কৰিব পাৰে ব’হাগ বিহুয়ে; গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভৰ বাবে…

অসমৰ গৌৰৱ আৰু ঐতিহ্য বিহুৱে এপ্ৰিল ২০২৩ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত যোগদানৰ প্ৰয়াস কৰিব। ৰাজ্যিক মন্ত্ৰীসভাই যোৱা ৩০ জানুৱাৰীত ঘোষণা কৰিছিল যে চৰকাৰে ৰাজ্যিক উৎসৱ ‘বিহু’ক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰৱেশৰ
Read More...

লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয়:ড° কুলধৰ শইকীয়া

লিপিৰ বৈজ্ঞানিক অধ্যয়ন আমাৰ স্বাভিমানৰ বিষয়৷ প্ৰাচীন শিলালিপি, তাম্ৰলিপি, মূৰ্তি, সাঁচিপাত, আদিৰ ভিত্তিত কেনেদৰে অসমীয়া লিপি ক্ৰম বিৱৰ্তনৰ মূৰকত আজিৰ আকৃতি লৈছে সেই সন্দৰ্ভত বিশ্লেষণৰ বৰ প্ৰয়োজন হৈ পৰিছে৷
Read More...

বাৰেচহৰীয়া ভাওনাত প্ৰদৰ্শিত হ’ব ২১ খন ভাওনা; গোৰ্খা আৰু আদিবাসী সমাজেও প্ৰদৰ্শন কৰিব ভাওনা…

দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব৷ ২১ খন খলাত ২৭ টাকৈ বিভিন্ন ধৰ্মীয় পন্থাই অনুষ্ঠিত কৰিব শংকৰী নাট-ভাওনা৷
Read More...

মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ উদ্যোগত নলবাৰীৰ শিক্ষাব্ৰতী দীপামণি গোস্বামীৰ ‘প্ৰবন্ধ কৰণি’ আৰু…

নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ উদ্যোগত শুকুৰবাৰে অৱসৰী শিক্ষাব্ৰতী, একনিষ্ঠ সাহিত্যসেৱী দীপামণি গোস্বামীৰ প্ৰবন্ধপুথি ‘প্ৰবন্ধ কৰণি’ আৰু গল্পপুথি ‘ধুমুহাৰ অন্তত’ উন্মোচন কৰা হয়। এই উপলক্ষে নলবাৰী
Read More...

গোগামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ সংবাদমেলঃ ২-৫ ফেব্ৰুৱাৰীত বৰ্ণিল কাৰ্যসূচীৰে টি এম পি কেৰ…

অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ শক্তিশালী সংগঠন টি এম পি কেই ৫০ বছৰত ভৰি দিয়া উপলক্ষে তেওঁলোকৰ গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ ধেমাজি জিলাৰ গোগামুখত যৌথভাৱে অনুষ্ঠিত হ’ব৷ ২, ৩, ৪
Read More...

ব্যতিক্ৰমী পৰিৱেশত বটদ্ৰৱা থানৰ হাটীবহাত কেৱলীয়া ভকত সকলে উন্মোচন কৰিলে “হৰি পদ পেখয়ে নপাৱলি…

এক সুকীয়া ৰূপ ৰস গন্ধে ভৰপুৰ, প্ৰাচীন বিশ্বসংগীতৰ ভড়াললৈ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ এক সুবিশাল অৱদান হৈছে 'বৰগীত'। দুজনা গুৰুৰ ৰচিত এই বৰগীত বটদ্ৰৱা থানৰ নিত্য প্ৰসংগত শ শ বছৰ ধৰি পৰিৱেশিত হৈ
Read More...

ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনৰ সফল সামৰণি

দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা সভা ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনখনি ২৩ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ঐতিহাসিক বোৰা পুখুৰীপাৰত অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা নৱৰূপ শাখা সাহিত্য সভাৰ নৱ
Read More...