Breaking

Browsing Category

সাহিত্য সংস্কৃতি

অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত শৃংখলাৰ ২য় টি গজল…

ক'ই পুচ্ছতা হ্যে হাল অপনা"ৰ পিছত অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত কবি সঞ্জীৱ সাগৰ চৌধুৰীৰ মুস্কুৰাহট" শৃংখলাৰ ২য় টি গজল
Read More...

অসম গ্ৰন্থমেলা, ডিফুত আশাব্যঞ্জক কিতাপ বিক্ৰীৰ হাৰ; যুৱ লেখকৰ সমাৰোহ “উন্মীলন” অনুষ্ঠিত

অসম গ্ৰন্থমেলা, ডিফুত গ্ৰন্থপ্ৰেমীৰ ভিৰে ইয়াৰ বৌদ্ধিক সমাজক আশাবাদী কৰি তুলিছে৷ বিশেষকৈ গ্ৰন্থমেলাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অনাগত ভৱিষ্যতৰ বাবে শুভ লক্ষণ বুলি মত প্ৰকাশ কৰিছে বিদ্বৎ মহলে৷ অসম প্ৰকাশন
Read More...

ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাইজৰ মাজলৈ ৰংঘৰ পুতলা থিয়েটাৰ

আমাৰ মাজৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰা অন্য এক সংস্কৃতি পুতলা থিয়েটাৰক নতুন ৰূপ দি অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাইজৰ মাজলৈ উলিয়াই অনাৰ মানসেৰে ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত গঢ়লৈ উঠা এক অভিনৱ প্ৰস্তুতিৰে একাদশ বৰ্ষত ভৰি দিছে ৰংঘৰ পুতলা
Read More...

ঘাঁহীত সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ প্রতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান সম্পন্ন

ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ ২ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলা পুথিভঁড়াল সন্থা আৰু ঘাঁহী বৰসত্ৰ পুথিভঁড়ালৰ সহযোগত বৰসত্ৰ পুথিভঁড়াল প্রাঙ্গণত সামৰণি অনুষ্ঠানটি
Read More...

গোগামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ- অষ্টম মিচিং যুৱ মহোৎসৱ আৰম্ভঃ হাজাৰ…

অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ শক্তিশালী সংগঠন টি এম পি কেই ৫০ বছৰত ভৰি দিয়া উপলক্ষে তেওঁলোকৰ গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ ধেমাজি জিলাৰ গোগামুখৰ চুমনিত যৌথভাৱে বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ
Read More...

নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধক্ষ্য জ্ঞানপাল মহাথেৰৰ ওপজা দিন উদযাপন: জুৰী বৰা বৰগোহাঞিলৈ নামফাকে…

'বহুধাবিভক্ত সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাই মুক্ত আৰু স্বতন্ত্ৰ লেখকৰ বাবে শংকা কঢ়িয়াই আনিছে। ইয়াৰ মাজতে যদি মই প্ৰান্তীয় আৰু প্ৰকৃতি নিৰ্ভৰশীল ব্যক্তি সকলৰ প্ৰতি কিবা এটা কৰি থৈ যাব পাৰো এইয়াই হ'ব মোৰ জীৱনৰ সাৰ্থকতা'- নামফাকে সাহিত্য বঁটা
Read More...

কাইলৈ খোলা হ’ব কবি নীলমণি ফুকনৰ বহু প্ৰতীক্ষিত বন্ধ খামৰ চিঠিখন

বিগত ১৯ বছৰে এটা বন্ধ খামত আবদ্ধ হৈ থকা এখন চিঠি। জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ এই বন্ধ খামৰ চিঠিখনত কি আছে? কি কথা লিখি থৈ গৈছে কবিগৰাকীয়ে? সেয়া জানিবলৈ এতিয়া উৎসুক হৈ পৰিছে সমগ্ৰ অসমবাসী। বন্ধ খামত আবদ্ধ চিঠিখনত কি চৰম সত্য লুকাই
Read More...

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু…

টাই ভাষা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু বিকাশৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিসত্তাক অধিক উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী
Read More...

আজি মে-ডাম-মে-ফী উপলক্ষে উপৰিপুৰুষক টাই আহোমে কৰিব স্মৰণ; টিপামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় লোকসকলে এই মে-ডাম-মে-ফী পালন কৰিব।
Read More...

অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণাংগ পৰ্য্যায়ত

অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনক লৈ এতিয়া ৰাইজৰ মাজত পাৰভঙা উচাহ৷ অধিৱেশনলৈ মাজত মাথো কেইঘন্টা মানহে বাকী৷ বৰখামতি পথাৰৰ মনিকাঞ্চন
Read More...