Breaking

Browsing Tag

isro

উৎক্ষেপণ হ’ল ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য এল-১…

 চন্দ্ৰৰ পিছত এইবাৰ ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য L1 ।  দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে যাত্ৰা কৰিলে আদিত্য এল-১ নামৰ মহাকাশযানখনে ।
Read More...

চন্দ্ৰযান ৩ সফল অভিযানৰ পিছত আজি আৰম্ভ হ’ব ভাৰতৰ সূৰ্য অভিযান…

চন্দ্ৰযান ৩ সফল অভিযানৰ পিছত আজি ইছৰোৰ আন এক মহাকাশ অভিলাষী অভিযান। প্ৰথমবাৰৰ বাবে সূৰ্য্য অভিমুখে যাত্ৰা কৰিব ভাৰতীয় মহাকাশ যান আদিত্য L1 ৷ আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাৰ পিছত বিশ্বৰ দ্বিতীয় দেশ হিচাপে সূৰ্য্য অভিযান ভাৰতৰ ISRO। আজি
Read More...

শনিবাৰে পুৱাই সূৰ্যলৈ আদিত্য-এল১…

চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণৰ পিছত এতিয়া দেশৰ দৃষ্টি ইছৰোৰ ছান মিছন অৰ্থাৎ আদিত্য-এল১ৰ ওপৰত। ইছৰোৰ এই অভিলাষী অভিযান ২ ছেপ্টেম্বৰৰ পুৱা ১১:৫০ বজাত PSLV-XL ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হ’ব।
Read More...

চন্দ্ৰপৃষ্ঠত ছালফাৰ, টাইটেনিয়াম, অক্সিজেনৰ সন্ধান পালে প্ৰজ্ঞানে! কিদৰে সম্ভৱ হ’ল এয়া?

ভবা মতেই আগবাঢ়িছে কথাবোৰ। চন্দ্ৰৰ দক্ষিণ অংশটোকলৈ বিজ্ঞানীসকলৰ মাজত দীৰ্ঘদিন ধৰি কৌতূহল অব্যাহত আছে। এতিয়া যেন সেই কৌতূহলৰ অন্ত পৰাৰ দিশে আগবাঢ়িছে। ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ ৰভাৰ প্ৰজ্ঞানৰ 'লেজাৰ-ইনচিডেণ্ট ব্ৰেকডাউন স্পেক্ট্ৰোস্কোপী'
Read More...

ময়েই বিক্ৰম লেণ্ডাৰ সৃষ্টিৰ আঁৰৰ মানুহজন! বিক্ৰম লেণ্ডাৰৰ ডিজাইন কৰা বুলি প্ৰচাৰ চলোৱা ইছৰ’ৰ ভুৱা…

চিকিৎসক ভুৱা, পৰীক্ষাৰ্থী ভুৱা, ভুৱা আৰক্ষী আদি সকলো ওলায় যদিও এইবাৰ বিজ্ঞানীও ওলাল ভুৱা। তাকো খোদ ইছৰ’ৰ বিজ্ঞানী। ইছৰ’ৰ সৈতে জড়িত থাকি চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম সাজি উলিওৱা বুলি দাবী কৰা এজন ভুৱা বিজ্ঞানী আৰক্ষীৰ জালত পৰিছে। উল্লেখ্য
Read More...

চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান ৰভাৰে লোৱা বিক্ৰম লেণ্ডাৰৰ আকৰ্ষণীয় ছবি শ্বেয়াৰ কৰিলে ইছৰোৱে

চন্দ্ৰযান–৩ৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰৰ প্ৰথমখন ফটো তুলিলে ৰ’ভাৰ প্ৰজ্ঞানে। এই ফটো বুধবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিজৰ টুইটাৰত শ্বেয়াৰ কৰিছে। ইছৰোৱে নিজৰ টুইটত
Read More...

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1 ! ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1…

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1। প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ISRO-এ।
Read More...

ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা প্ৰজ্ঞানৰ…

এক ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৰোভাৰ প্ৰজ্ঞান। চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞান আগুৱাই গৈছিল এটা বৃহৎ গাঁতৰ দিশে। ৪ মিটাৰ ব্যাসাৰ্ধৰ গাতটোলৈ মাত্ৰ তিনি মিটাৰ দুৰত্ব থকাৰ সময়তেই বিক্ৰম লেণ্ডাৰৰ "কমাণ্ড" পাই দিশ সলনি কৰে প্ৰজ্ঞানে।
Read More...

আদিত্য-এল১ সূৰ্য্যৰ কিমান কাষ চাপিব…

চন্দ্ৰযান-৩ৰ পিছত ভাৰত মহাকাশত সৌৰ অভিযান ‘আদিত্য-এল১’ৰ ৰূপত আন এক বৃহৎ সফলতাৰ অতি ওচৰত। ২ ছেপ্টেম্বৰত আৰম্ভ হ'ব। চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে বিজ্ঞানী আৰু দেশবাসীৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে
Read More...

ISROৰ লক্ষ্য এইবাৰ সূৰ্য; ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য–L1

চন্দ্ৰ অভিযান সফল হ'ল। এইবাৰ ISROৰ সূৰ্যমুখী যাত্ৰা। সূৰ্যৰ অধ্যয়ন কৰাৰ বাবে ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব আদিত্য–L1। সোমবাৰে এই তথ্য সদৰি কৰে ISROয়ে।
Read More...