Breaking

Browsing Tag

Madhya Pradesh

‘সেন্দুৰ’ লোৱাটো বিৱাহিত মহিলাৰ ধৰ্মীয় কৰ্তব্যঃ ইন্দোৰ ন্যায়ালয়…

'সেন্দুৰ' লোৱাটো বিৱাহিত মহিলাৰ ধৰ্মীয় কৰ্তব্যঃ ইন্দোৰ ন্যায়ালয়। বিবাহ বিচ্ছেদ বিচৰা পত্নীৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ভিত্তিত এই ৰায় ন্যায়ালয়ৰ। ইন্দোৰৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল এগৰাকী মহিলাই। মহিলাগৰাকীয়ে ধনৰ বাবে
Read More...

মধ্য প্ৰদেশত কংগ্ৰেছৰ বিপৰ্যয় অব্যাহতঃ পুনৰ বিজেপিত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীসহ বহু…

মধ্য প্ৰদেশত কংগ্ৰেছৰ বিপৰ্যয় অব্যাহত আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশত হোৰাহোৰে খহিছে কংগ্ৰেছৰ ভেটি। এক কথাত মধ্য প্ৰদেশত কংগ্ৰেছৰ বিভাজন এতিয়া স্পষ্ট হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মধ্য
Read More...

অন্ধবিশ্বাসৰ ভয়াৱহ পৰিণতিঃ মধ্য প্ৰদেশ তান্ত্ৰিকে বলি দিলে এজনক…

সমগ্ৰ দেশতে যেন অন্ধবিশ্বাসে ত্ৰাসৰ সৃষ্টি কৰিছে। মধ্য প্ৰদেশৰ চিংৰাউলি জিলাত সংঘটিত হৈছে অন্ধবিশ্বাসৰ এক ভয়াৱহ ঘটনা। অন্ধবিশ্বাসৰ বাবেই এজন ব্যক্তিৰ জীৱন চিৰদজিনৰ বাবে হেৰাই গৈছে। এই চাঞ্চল্যকৰ ঘটনাটো জিলাখনৰ চিত্ৰাংগী আৰক্ষী থানা অঞ্চলৰ
Read More...

আজি চত্তীশগড় আৰু মধ্যপ্ৰদেশত শপত গ্ৰহণ অনুষ্ঠান…

আজি চত্তীশগড় আৰু মধ্যপ্ৰদেশত শপত গ্ৰহণ অনুষ্ঠান। বিয়লি ২ বজাত চত্তীশগড়ত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব বিষ্ণু দেও সায়ে। মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত।
Read More...

বিজেপিৰ ছুনামি ভেদিবলৈ সক্ষম নহ’ল কংগ্ৰেছ; ‘লাডলি বেহেনে’ পদুম ফুলালে মধ্য…

হয়, ভনীসকলৰ সহায়ৰ বাবেই আজি এই ক্ষনত উপনীত হৈছোঁ। মধ্য প্ৰদেশত বিজেপিৰ বিজয় যাত্ৰা পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অকপট স্বীকাৰোক্তি প্ৰদান কৰে শিৱৰাজ সিং চৌহানে।
Read More...

কইনা নিবলৈ হেলিকপ্টাৰে আহিল কৃষকৰ পুত্ৰ!আচৰিত ওচৰ-চুবুৰীয়া…

টিকামগড়ৰ এজন ক্ষুদ্ৰ কৃষকৰ পুত্ৰই হেলিকপ্টাৰেৰে কইনা নিবলৈ এখন হোটেলত উপস্থিত হয়। সেই সময়ত তাত উপস্থিত থকা ৰাইজসকল আচৰিত হৈ পৰে। বহুতে নিজৰ বিবাহক স্মৰণীয় কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখা যায়, তেনে এক কাৰ্যসূচীয়ে হৈছে এয়া।
Read More...

বিয়াত পুলিচে সংগীত বন্ধ কৰাৰ বাবে থানাত কইনা, দৰাৰ প্ৰতিবাদ

মধ্য প্ৰদেশৰ ৰাতলাম জিলাত তেওঁলোকৰ বিয়াত ডিজে সংগীত বজোৱাত একাংশ আৰক্ষীয়ে বাধা দিয়াৰ অভিযোগত এহাল দম্পতীয়ে আৰক্ষী থানাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহস্পতিবাৰে নিশা থানাত প্ৰতিবাদত বহি থকা দৰা-কইনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ
Read More...

মধ্যপ্ৰদেশ চৰকাৰৰ ২০২৩-২৪ বৰ্ষৰ ৩.১৪ লাখ কোটি টকাৰ বাজেট দাখিল! এল পি জিৰ মূল্য বৃদ্ধিক লৈ কংগ্ৰেছৰ…

প্ৰাক্তন মন্ত্ৰী তৰুণ ভানোট, বিজয় লক্ষ্মী সাধো, জিতু পাটোৱাৰীকে ধৰি কংগ্ৰেছৰ সদস্যই এল পি জিৰ মূল্যবৃদ্ধিৰ বাবে সদনত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মধ্য প্ৰদেশ চৰকাৰে ২০২৩-২৪ বৰ্ষৰ বাবে ৩.১৪ লাখ কোটি টকাৰ ৰাজ্যিক বাজেট দাখিল কৰে, আনকি
Read More...

মধ্যপ্ৰদেশত ৪ ভৰিৰে জন্ম এটি শিশু

মধ্যপ্ৰদেশত ৪ ভৰিৰে জন্ম হোৱা এটি শিশু!মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰৰ এগৰাকী মহিলাই চাৰি ভৰিৰ কন্যা সন্তান জন্ম দিলে।
Read More...