Breaking

Browsing Tag

writing

সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…

নন্দেশ্বৰ মিলি বাঁহী এক লোকবাদ্য।ইয়াক বিভিন্ন নামেৰে জনা যায়।বাঁহী, বংশী, মুৰুলী, বেণু, বাঁশী আদি বিভিন্ন নামেৰে।তদুপৰি বাঁহীক বিভিন্ন জনগোষ্ঠীসকলে বিভিন্ন নামেৰে নামাকৰণ কৰা দেখা যায়।বাঁহী এবিধ স্থিৰ সুৰৰ বাদ্য।বাঁহী মুখেৰে ফুঁ দি
Read More...

ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…

শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্রেৰণ কৰিছো আৰু প্রকাশ হৈছে। এইদৰে
Read More...

২০২৩ বৰ্ষটোত আমাৰ দেশৰ ঘটনা-পৰিঘটনা : এটি পৰ্যালোচনা…

২০২৩ বৰ্ষটোত আমাৰ দেশত নানা ঘটনা-পৰিঘটনাৰে ভৰি আছে। এই বৰ্ষত ভাৰতৰ বিজ্ঞানী সকলৰ বিশেষ সাফল্য, খেল জগতত ভাৰতৰ চমকপ্ৰদ অগ্ৰসৰ আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আদিত উন্নত শিখৰত উপনীত হোৱা পৰিলক্ষিত হৈছে।
Read More...

পাঠকতকৈ লেখকৰ সংখ্যা বেছি হৈছে নেকি…

পাঠকতকৈ লেখকৰ সংখ্যা বেছি হৈছে নেকি? নবেম্বৰৰ পৰা মাৰ্চ মাহলৈকে অসমত গ্ৰন্থমেলাৰ সময় । এই সময়ত প্ৰতি বছৰে বহু সংখ্যক কিতাপ প্ৰকাশিত হৈ আহিছে ইয়াৰেকিছুসংখ্যক স্বনামধন্য লেখক লেখিকাৰ কিতাপ প্ৰকাশিত হয় যাৰ বাবে বহু পাঠক অধীৰ আগ্ৰহেৰে সেই
Read More...

আঘোণত পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ ওপৰেৰে লেছেৰী বুটলাৰ স্মৃতি…

আঘোণত পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ ওপৰেৰে লেছেৰী বুটলাৰ স্মৃতি- ‘গাঁও’ শব্দটোৰ আকৰ্ষণে আমাৰ প্ৰত্যেকৰ ভিতৰত গভীৰভাৱে অনুৰণন ঘটাই থাকে,নদী, পথাৰ, গছ-গছনি আৰু জীৱনৰ কালজয়ী ছন্দৰে গঠিত নষ্টালজিয়াৰ অমৃত সৌধ বৈ যায়—গৰু চৰোৱা, দাৱনীয়ে
Read More...

কৈশোৰৰ সাধাৰণ সমস্যা আৰু সমাধানৰ দিশবোৰৰ আলোকপাত…

কৈশোৰৰ সাধাৰণ সমস্যা আৰু সমাধানৰ দিশবোৰৰ আলোকপাত কিশোৰকাল মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ কাল। মানৱ জীৱনৰ প্ৰগতিৰ বাটত কিশোৰকালৰ অন্যতম অৱদান আগবঢ়ায়। মানুহৰ জীৱনৰ চকৰি চকা-চক গুৰা-গুৰি কৰাৰ বাট প্ৰশস্ত হয় এই কিশোৰ কালতে। সাধাৰণতে ১২য১৩ বছৰ
Read More...

সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ – এটি বিশ্লেষণ…

সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ:-এটি বিশ্লেষণ আয়নাল হক ,ধুবুৰী বৰ্তমান সময়ত হাইস্কুললৈ যোৱা কিশোৰ - কিশোৰীৰ পৰা আৰম্ভ কৰি অৱসৰ পোৱা বৰদেউতা - বৰমাহঁতৰ , তেওঁলোকৰ দৈনিক ৰুটিনখন কিছু অংশ হলেও ফেচবুক , টুইটাৰ , ইনষ্টাগ্ৰাম
Read More...