Breaking

Browsing Category

সাহিত্য সংস্কৃতি

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ঝগৰাপাৰ…

ধুবুৰীত কেন্দ্রীয় ভাবে বিষ্ণু ৰাভা দিৱস উদযাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। উক্ত অনুষ্ঠানত কেইবা হাজাৰ লোক উপস্থিত থাকে। লগতে এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২৩
Read More...

নাজিৰাত বিষ্ণু ৰাভা দিৱস উদযাপন

গড়গাঁও শাখা সাহিত্য সভাৰ উদ্যোগত নাজিৰাৰ গড়গাঁৱত ৫৪তম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদ্‌যাপন আৰু অভিনন্দন অনুষ্ঠান। মঙলবাৰে ৫৪তম কলাগুৰু বিষ্ণু
Read More...

উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱত গীত মাতেৰে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ লগতে উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানৰ তৰফৰপৰা মঙলবাৰে অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪ সংখ্যক মৃত্যু তিথিত গীতে মাতে সোঁৱৰণ কৰা হয়।
Read More...

নদী আৰু নাৰীৰ উদ্যোগত সুৰৰ দেউলৰে শীৰ্ষক কবি সন্মিলন, সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান

জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত কাব্যিক, বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান 'নদী আৰু নাৰী'ৰ উদ্যোগত অহা ২৫ জুন তাৰিখে গুৱাহাটীৰ প্ৰেছ ক্লাৱত বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৰণত " বিষ্ণুৰাভা দিৱস" অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা
Read More...

ডিমাকুছিত জনগোষ্ঠীয় কবি সমাৰোহ

কাব্য সাহিত্য বিষয়গক পত্রিকা 'আজিৰ কবিতা' আৰু 'মেজাঙ্কৰি প্ৰকাশন'ৰ উদ্যোগত, ডিমাকুছি শাখা সাহিত্য সভাৰ সহযোগত ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত বৰঙাজুলিস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ৰবিবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ সোঁৱৰণত দিনজোৰা
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত অধ্যাপিকা ৰঞ্জিতা শৰ্মাৰ কবিতা সংকলন আৰু প্ৰবন্ধ সংকলন উন্মোচন

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উদ্যোগত দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত লেখিকা আৰু কলাইগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ৰঞ্জিতা শৰ্মাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ দুখন হল
Read More...

ধুবুৰীত ২০২৩ বৰ্ষৰ কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস; আঠ গৰাকী বিশিষ্ট ব্যক্তিলৈ সাতটা বঁটা ঘোষণা

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ঝঘৰাপাৰ ষ্টেডিয়ামত কেন্দ্রীয় ভাবে অহা ২০জুনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক
Read More...

অসমীয়া সাহিত্য জগতত নতুনকৈ সংযোজন হ’ল সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী ”চর্চা”

যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত আৰু গোলাঘাটৰ বনগাঁৱৰ বিশিষ্ট লেখিকা, সাহিত্যিক ৰাজশ্ৰী শৰ্মাৰ সম্পাদিত "চৰ্চা" নামৰ এখন দুমহীয়া আলোচনী সোমবাৰে গোলাঘাটৰ খুমটাই চাহ বাগিচাস্থিত জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শুভ উন্মোচন
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত “অসমীয়া সম্প্ৰীতিৰ গল্প” শীর্ষক গ্ৰন্থ উন্মোচন অপূর্ব শৰ্মাৰ

"বাস্তৱ অভিজ্ঞতা নাথাকিলে সাৰ্থক গল্প সৃষ্টি কৰিব নোৱাৰি" -আজি গুৱাহাটী প্ৰেছ ক্লাৱত নাট্য কৰ্মী অশোক কুমাৰ দাস সম্পাদিত গল্প পুথি "অসমীয়া সম্প্ৰীতিৰ গল্প"শীর্ষক গল্প সংকলনটি উন্মোচন কৰি খ্যাতনামা গল্পকাৰ অপূর্ব শৰ্মাই এইদৰে কয়।
Read More...

তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস

তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে শণিবাৰে এখনি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াটিৰ শুভাৰম্ভ
Read More...