Breaking

Browsing Tag

dhemaji

নদীৰ বান-খহনীয়া তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত আগবঢ়ালে ছাগলী, হাঁহ, পাৰ, সোণ, ৰূপ,…

মাজৰবাৰী লাডাংগুৰীত আগবঢ়ালে ছাগলী, হাঁহ, পাৰ,সোণ,ৰূপ, নৈবদ্য, ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়া তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ অগনন ভূক্তভোগী ৰাইজৰ উপস্থিতিৰে গংগা মাৰ আশীষ বিচাৰি পূজাৰ আয়োজন।
Read More...

চিমেন চাপৰিত উচ্চমানৰ কম্পিউটাৰ শিক্ষা কেন্দ্ৰ মুকলি…

চিমেন চাপৰিত আজি এটা উচ্চমানৰ কম্পিউটাৰ শিক্ষা কেন্দ্ৰ মুকলি কৰা হয়।ই-মেক্স কম্পিউটাৰ এডুকেশ্বন নামৰ কম্পিউটাৰ কেন্দ্ৰটো উদ্ধোধন কৰে সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ বসুমতাৰীয়ে। ভাৰত চৰকাৰৰ এন চি টিৰ
Read More...

চিলাপথাৰত বিতৰ্কিত আইন কা’ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা…

কেন্দ্ৰীয় চৰকাৰে অচিৰেই কা' কাৰ্যকৰি কৰাৰ সম্ভাৱনা স্পষ্ট কৰাৰ পিছতে আৰম্ভ চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি চিলাপথাৰত বিতৰ্কিত আইনখনৰ বিৰূদ্ধে জাঙুৰ খাই উঠে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ
Read More...

ধেমাজি জিলাৰ মিছামৰা, ডেকাপাম অঞ্চলত বানপানী, জৰাজীৰ্ণ বাট-পথে জ্বলা কলা খুৱাই আহিছে গঞা…

মিছামৰা, ডেকাপাম অঞ্চলত আজিও নিৰ্মাণ হোৱা নাই উন্নয়নৰ আন্তঃগাঁথনি,বানপানী, জৰাজীৰ্ণ বাট-পথে জ্বলাকলা খুৱাই আহিছে গঞা ৰাইজক দশক দশক ধৰি ধেমাজি জিলাৰ
Read More...

গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত মা অনুষ্ঠানঃ শতাধিক আই মাতৃক সম্বৰ্ধনা…

ধেমাজি জিলাৰ গোগামুখৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ উদ্যোগত, গোগামুখ মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত আৰু লখিমপুৰৰ অগ্ৰণী ব্যৱসায়ীক প্ৰতিষ্ঠান জি বৰদলৈ এন্টাৰপ্ৰাইজৰ পৃষ্ঠপোষকতাত ৩৪ সংখ্যক বৰ্ষৰ ২৪৫ সংখ্যক
Read More...

বুধবাৰে চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে…

সদ্য ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা ৩০ ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰগাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে আজি ১৯ দিনত ভৰি দিলে। প্ৰতিদিনে ভোগালী বিহুৰ আনন্দৰ মাজতো চিচিবৰগাঁৱৰ আকাশ বতাহ কঁপাই নিনাদিত হৈছে
Read More...

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল প্ৰচেষ্টাৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সৰ্বাংগীণ বিকাশ…

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰসন্থাৰ ধেমাজি জিলা সমিতিৰ ৯মদ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Read More...

ধেমাজি জিলাৰ মধ্য চিচিটঙানীত ভয়ংকৰ অঘটন !বাঁহৰ দলঙ ভাঙি গুৰুতৰভাৱে আহত স্কুলীয়া ছাত্ৰ-ছাত্ৰী…

ধেমাজি জিলাৰ জোনাই বিধান সভা সমষ্টিৰ অন্তৰ্গত মধ্য চিচিটঙানীৰ চহবাৰীত এখন জৰাজীৰ্ণ বাহৰ দলং ভাঙি গুৰুত্বভাৱে আহত হৈছে কেবাগৰাকী স্কুলীয়া ছাত্ৰ - ছাত্ৰী। দুৰ্ঘটনাত কুৰি গৰাকী ছাত্ৰ - ছাত্ৰী আহত হয় যদিও ইয়াৰে গুৰুতৰভাৱে আহত
Read More...

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী। ১৭ ডিচেম্বৰত ধেমাজিত উপস্থিত হ’ব…

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী । ১৭ ডিচেম্বৰত ১৪টাকৈ আঁচনিলৈ ধেমাজিলৈ আহিব মুখ্যমন্ত্ৰী, সঞ্জয় কিষাণ।আগন্তুক ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাৰ বাবে ভালেমান অভিলাষী আঁচনি লৈ আহিব আৰু সেইদিনাই
Read More...