Breaking

Browsing Tag

Kamrup

কামৰূপত ভোটাৰ সজাগতাৰ বাবে ভোট শিখাৰ সজাগতা ৰেলী…

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শনিবাৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে কামৰূপ নিৰ্বাচনী জিলাৰ ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰস্থিত হালীগাওঁ উচ্চ মাধ্যমিক
Read More...

৪, ৫ জানুৱাৰীত কামৰূপ মহানগৰত জিলা পৰ্যায়ৰ খেল মহাৰণ…

কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ, ২০২৩-২৪ৰ খেলসমূহ অহা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত হ'ব৷ নেহৰু ষ্টেডিয়াম, ছাই খেলপথাৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত খেলসমূহ অনুষ্ঠিত হ'ব৷ নেহৰু ষ্টেডিয়ামত ৪ জানুৱাৰীৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান
Read More...

অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৬ টা স্বৰ্ণসহ মুঠ ১৯ টা পদকৰে কামৰূপ জিলাৰ চমকপদ প্ৰদৰ্শন

২১-২৪ ডিচেম্বৰত গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ পঞ্জীয়নভুক্ত সদৌ অসম কাৰাটে সন্থাৰ দ্বাৰা আয়োজিত "অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা" ২০২৩_ত কামৰূপ জিলাই মুঠ ১৯ টা পদক অৰ্জন কৰিছে ।
Read More...

কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীলৈ…

আজি ৬২ সংখ্যক শিক্ষক দিৱস উপলক্ষে শ্ৰীমন্ত শঙ্কৰদেৱ আন্তজাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত সমগ্ৰ অসমৰ ভিতৰৰ ৩৬ গৰাকী শিক্ষকৰ লগতে কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ
Read More...

তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা উপায়ুক্তই…

আজি আমিনগাঁওস্থিত তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে চিকিৎসালয়খনৰ মূল প্ৰৱেশ তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উপায়ু্ক্ত গৰাকীয়ে লগতে এই দিৱসৰ লগত সংগতি
Read More...

৩০০.৪১কোটি টকাৰ অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষ সম্পূৰ্ণ হ’বলৈ মাজত আৰু ডেৰমাহ বাকী থকা অৱস্থাত অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ
Read More...