Breaking

Browsing Tag

NAZIRA

৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…

নাজিৰাৰ সমাজ জীৱনত শিক্ষা আৰু সমাজৰ ভিন্ন দিশ সামৰি উত্তৰণৰ পদক্ষেপক সক্ৰিয় ৰূপত উৎসাহ যোগাই অহা তথা জীৱনৰ ৮৯ সংখ্যক বৰ্ষত ভৰি দিয়া অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট কথাশিল্পী, লেখক ঘন হাজৰিকাই জন্মদিন উপলক্ষে দুই শতাধিক লোকৰ উপস্থিতিত জন্মদিনৰ
Read More...

নাজিৰাৰ সকলো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিউজিত বিষয়াসকল…

নাজিৰাৰ সকলো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিউজিত বিষয়া সকল, কাইলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ৫ টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং, পিজাইডিং বিষয়াৰ দল। দুৰ্গম
Read More...

নাজিৰাৰ মিছাজানত উজনি অসম ভিত্তিত কণী যুঁজৰ প্ৰতিযোগিতা, সৰ্বমুঠ প্ৰাইজ ৩০ হাজাৰ টকা…

ব'হাগ মাঁথো এটি ঋতু নহয়, নহয় ব'হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুষ ৰেখা, জনজীৱনৰপ্ৰাণ। আজি গৰু বিহু। গৰু বিহুৰ এই দিনটোত অতীতৰে পৰা চলি অহা এটি পৰম্পৰা হ'ল কণী যুঁজ। বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰভাৱত অসমৰ চহা জীৱনৰ পৰা
Read More...

নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌল-দেৱালয়, মঠ-মন্দিৰত পুৱাৰে পৰা দেৱাদিদেৱ শিৱক আৰধনা কৰিবলৈ পুৱাই ওলাই আহিছে ভক্ত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰতো দেখা গৈছে ভক্তৰ ভিৰ।
Read More...

নাজিৰাত ‘নাৰী উন্নতি’ৰ উদ্যোগত কে’ক বেকিং কৰ্মশালা…

নাজিৰাৰ অন্যতম মহিলা স্বেচ্ছাসেৱী সংগঠন নাৰী উন্নতিৰ উদ্যোগত আৰু বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সহযোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সস্থিত বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটত মহিলা সকলৰ বাবে ১১ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ আয়োজিত কে'ক
Read More...

নতুনকৈ ৩৫ হাজাৰ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ…

হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ভাল খবৰ। নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত পুনৰ মুকলি হ'ব চাকৰিৰ বিজ্ঞাপন।
Read More...

নাজিৰাৰ জোকতলি আঞ্চলিক শাখাৰ অধিৱেশন সম্পন্ন…

উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ অন্তৰ্গত জোকতলি আঞ্চলিক শাখাৰ বাৰ্ষিক অধিবেশনভাগী জোকতলি আঞ্চলিক শাখাৰ উদ্যোগত আৰু বিশ্বজ্যোতি প্ৰাথমিক শাখাৰ আতিথ্যত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত
Read More...

নাজিৰাত পঞ্চমবৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুনোৎসৱ…

ৰাজ্যত অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুনোৎসৱ । ৰাজ্যৰ মুঠ ১২ খন জিলাক সামৰি অনুষ্ঠিত কৰা প্ৰথম পৰ্যায়ৰ গুনোৎসৱৰ আজি বিদ্যালয়সমূহত বহিঃমূল্যায়কৰ নিৰীক্ষণত বহিঃমূল্যায়ন কৰা হৈছে।
Read More...

নাজিৰাৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত স্বাধীনতা দিৱস উদযাপন…

নাজিৰাৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত স্বাধীনতা দিৱস উদযাপন। দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আজি সমগ্ৰ দেশৰ লগতে নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত আৰম্বনাপূৰ্ণ ভাৱে স্বাধীনতা
Read More...

ভাৰত তথা অসমৰ মুছলমান মোগল নহয়। ইতিহাস বিকৃতিকৰণেৰে গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য বিজেপি-আৰ এছ…

বিজেপি আৰু আৰু আৰ এছ এছেছে ইতিহাস বিকৃত কৰি অসম তথা ভাৰতত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আহিছে। এই গুৰুত্বপূৰ্ণ মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ। এক সংবাদমেলত এই বিস্ফোৰক মন্তব্য কৰি ৰহমানে কয় যে
Read More...