Breaking

Browsing Tag

Tamil Nadu

তামিলনাডুত ভোটদান সাব্যস্ত কমল হাছান, ৰজনীকান্ত, ধনুষ আৰু বিজয় সেতুপতীৰ…

আজিৰে পৰা আৰম্ভ দেশৰ গণতন্ত্ৰৰ মহোৎসৱ। আজিৰে পৰা ২১খন ৰাজ্যত ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ শুভাৰম্ভ। তামিলনাডুত দেশৰ বহু প্ৰিয় চেলিব্ৰিটিয়ে ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয়।
Read More...

ভিল্লুপুৰম মন্দিৰঃ এই মন্দিৰৰ ৯টা নেমু ২.২৫ লাখ মূল্যত বিক্ৰী হয়, কাৰণ জানক…

দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ মন্দিৰসমূহ ভৱিষ্যৎ, সৌন্দৰ্য্য আৰু সমৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। ইয়াৰ বাবেই বৃহৎ সংখ্যক ভক্তই এই মন্দিৰসমূহ দৰ্শন কৰে। তামিলনাডুৰ তেনে এক বিখ্যাত মন্দিৰ হৈছে ভিল্লুপুৰম মন্দিৰ। এই মন্দিৰটো বৰ্তমান এক
Read More...

তেলেংগানাৰ ৰাজ্যপালৰ পদত্যাগ! বিজেপিৰ টিকটত তামিলনাডু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ…

সোমবাৰে তেলেংগানাৰ ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে তামিলিছাই সৌন্দৰৰাজনে। ৰাজ্যৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশৰ কাৰণ উল্লেখ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক
Read More...

‘জয় আল্লু অৰ্জুন’ বুলি নোকোৱাৰ বাবে যুৱকক প্ৰহাৰ আল্লুৰ অনুৰাগীৰ…

তামিলনাডুৰ ৰাজপথত এদল যুৱকে ৰাজহুৱাভাৱে প্ৰহাৰ কৰে এজন যুৱকক।‘জয় আল্লু অৰ্জুন’ বুলি কোৱা নাছিল যুৱকজনে। আল্লু অৰ্জুন দক্ষিণৰ জনপ্ৰিয় তাৰকা। ‘পুষ্পা’ চিনেমাৰ বাবে আল্লুৰ জনপ্ৰিয়তা কেইবাগুণো বৃদ্ধি পাইছে। তেওঁৰ নামত ৰাজপথত অনুৰাগীয়ে ‘জয়
Read More...

২২ খন আসনৰ বাবে মুঠ ২,৯৫০ খন আবেদন! চাকৰি প্ৰাৰ্থীৰ দৰেই সাক্ষাৎকাৰ দিবলগীয়া হ’ল লোকসভাৰ প্ৰাৰ্থিত্ব…

২২ খন আসনৰ বাবে মুঠ ২,৯৫০ খন আবেদন ৷ তামিলনাডুত চাকৰি প্ৰাৰ্থীৰ দৰেই সাক্ষাৎকাৰ দিবলগীয়া হ’ল লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে৷ প্ৰাৰ্থী হ’ব বিচৰাসকলে প্ৰথমে আবেদনৰ প্ৰপত্ৰখন সম্পূৰ্ণৰূপে পূৰণ কৰি দাখিল কৰিবলগীয়া হৈছে। তাৰপিছতে অনুষ্ঠিতকৰা
Read More...

আয়তকৈ অধিক সম্পত্তিঃ পত্নীসহ তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত তামিলনাডুৰ উচ্চ শিক্ষামন্ত্ৰী

আয়তকৈ অধিক সম্পত্তি আহৰণ কৰি বিপদত পৰিল তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী কে পোনমুদি আৰু তেওঁৰ পত্নী। মন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তিনি বছৰৰ কাৰাদণ্ড বিহিছে। দম্পতীহালক ৫০ লাখ টকাৰ জৰিমনাও বিহা
Read More...

তামিলনাডুত ধাৰাসাৰ বৰষুণৰ বাবে ১৮ ডিচেম্বৰত ৪খনকৈ জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা…

তামিলনাডুত ধাৰাসাৰ বৰষুণ। ১৮ ডিচেম্বৰত ৪খনকৈ জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা। প্ৰতিকূল
Read More...

প্ৰচণ্ড ঘূৰ্ণিবতাহৰ ফলত ৫জন লোকৰ মৃত্য়ু…

তামিলনাডুত ঘূৰ্ণিবতাহ মিচাঙৰ ব্যাপক প্ৰভাৱ। ঘূৰ্ণিৰ প্ৰভাৱত চেন্নাইত প্ৰচণ্ড ধুমুহা-বৰষুণ। এই পৰ্যন্ত মিচাঙে প্ৰাণ লৈছে ৫জন লোকৰ।
Read More...

তামিলনাডুৰ বহু চহৰ বানপানীৰ কবলত…

ঘূৰ্ণীবতাহৰ ধুমুহাই তামিলনাডুত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। তামিলনাডুত ঘূৰ্ণীবতাহ মিচাউঙে বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন পথ পানীৰ তলত ডুব যোৱাৰ লগতে, চেন্নাই বিমানবন্দৰৰ ৰাণৱেও পানীত বুৰ গৈছে। এই ঘূৰ্ণীবতাহৰ ধুমুহাই
Read More...

ৰাজস্থানৰ পিছত তামিলনাডুঃ ২০ লাখ টকাৰ উৎকোচ লৈ ধৰা পৰিল ইডিৰ বিষয়া

ৰাজস্থানৰ পিছত তামিলনাডু।দেশৰ বিভিন্ন প্ৰান্ত এনফোৰ্চটমেণ্ট সঞ্চালকালয়ে (ইডি) অভিযান চলাই বহু লোকক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয় সংস্থাটোতেই পিছে আছে বহু দুৰ্নীতিগ্ৰস্ত বিষয়া। কিছুদিন পূৰ্বে ৰাজস্থানত তেনে এগৰাকী ইডিৰ বিষয়া
Read More...