Breaking

Browsing Tag

Turkey

ভূমিকম্পগ্ৰস্ত তুৰ্কীৰ স্থানীয় লোকে উদ্ধাৰকাৰী মহিলাসকলক আৱেগতে ধৰিলে সাৱটি ! ৰৈ যাব হয়তো বহু…

ভূমিকম্পত বিধ্বস্ত তুৰ্কীত কাম কৰাৰ পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১৫২ জন উদ্ধাৰকাৰীয়ে গা ধুবলৈ হাবাথুৰি খাই ফুৰিছিল। একেৰাহে ১০ দিন ধৰি মহিলা কৰ্মীকে ধৰি এন ডি আৰ এফৰ উদ্ধাৰকাৰীয়ে ধূলি আৰু ধ্বংসাৱশেষৰ মাজত আৰ্দ্ৰ টাৱেলেৰে গা
Read More...

তুৰস্কৰ ছিৰিয়াৰত পুনৰ ৬.৩ প্ৰাবল্যৰ ভূমিকম্প

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি আজি তুৰস্ক-চিৰিয়া সীমান্ত অঞ্চলত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ ফলত হোৱা কম্পন ইজৰাইলতো অনুভৱ কৰা হৈছিল।
Read More...

“ঈশ্বৰে ভাৰতৰ মংগল কৰক” ভাৰতক আশীৰ্বাদেৰে ওপচাই দিলে তুৰস্কবাসীয়ে

কথাতে আছে বিপদৰ বন্ধুহে আচল বন্ধু। এলানি ভূমিকম্পই ধ্বংসস্তুপত পৰিণত কৰা তুৰস্ক আৰু চিৰিয়াক সহায় কৰিবলৈ ভাৰতে "অপাৰেচন ডষ্ট" নামৰ অভিযান আৰম্ভ কৰিছিল। 'অপাৰেচন ডষ্ট'ৰ অধীনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভূমিকম্পপীড়িত তুৰ্কী আৰু
Read More...

তুৰ্কী-ছিৰিয়াৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ। এটা ভিডিঅ’…

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই সকলোকে জোকাৰি গৈছে। দুয়োখন দেশতে উদ্ধাৰ অভিযান চলি আছে। এনে সময়ত গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাইও ৰাইজৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে। শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই সকলোকে কঁপাই তুলিছিল।
Read More...

তুৰ্কী আৰু ছিৰিয়াত ভূমিকম্পত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ২৮ হেজাৰলৈ বৃদ্ধি

তুৰ্কী আৰু ছিৰিয়াত মৃত্যুৰ সংখ্যা ২৮ হেজাৰলৈ বৃদ্ধি। এতিয়াও উদ্ধাৰৰ কাম অব্যাহত আছে। হয়তো আৰু মৃতকৰ সংখ্যাৰ বঢ়াৰ সম্ভাৱনা। ছিৰিয়াত মৃত্যুৰ সংখ্যা ৩৫৫৩
Read More...

তুৰ্কীলৈ ৰাওনা ভাৰতৰ তৃতীয়টো অনুসন্ধানকাৰী দল…

তুৰ্কীলৈ ৰাওনা ভাৰতৰ তৃতীয়টো অনুসন্ধানকাৰী দল। ভূমিকম্পত আঘাতপ্ৰাপ্ত সকলৰ উদ্ধাৰৰ উদেশ্যৰে তুৰস্কলৈ ৰাওনা হয় NDRF বাহিনী। ভাৰতীয় বায়ুসেনাৰ C17 গ্ল’বমাষ্টাৰ বিমানখনে তুৰস্ক অভিমুখে ৰাওনা হৈ গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত দলটোক সাক্ষাৎ
Read More...

তুৰ্কী আৰু ছিৰিয়াৰ ভূমিকম্পত মৃতকৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি…

তুৰ্কী বিষয়াসকলে জনোৱা মতে, প্ৰায় ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অঞ্চলত প্ৰায় ১ কোটি ৩৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে তালাচী অভিযানৰ চতুৰ্থ দিনা ধ্বংসাৱশেষত উদ্ধাৰ হয় মৃতদেহ। লাখ লাখ লোক আহত হোৱাৰ সন্দেহ। বুধবাৰে ৰাষ্ট্ৰপতি টাইপ এৰদোগানে কয় যে
Read More...

ভাৰতীয় সেনাই প্ৰকৃতিয়ে বিধ্বস্ত কৰা তুৰস্কত স্থাপন কৰিব ফিল্ড হাস্পতাল

মধ্য প্ৰাচ্যৰ দেশ চিৰিয়া আৰু তুৰস্কত প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাৰ পিছত ভাৰতৰ সহায়ৰ হাত৷ ভাৰত চৰকাৰে ভূমিকম্পই ধ্বংস কৰা তুৰস্কলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। উদ্ধাৰকাৰীৰ লগত প্ৰেৰণ কৰিছে খাদ্য
Read More...

তুৰ্কীত আধুনিক মডেলেৰে নিৰ্মিত অট্টালিকাসমূহো সম্পূৰ্ণ ৰুপে ভাঙি পেলালে ভূমিকম্পই, ইয়াৰ কাৰণ কি?

তুৰ্কী চৰকাৰৰ মতে এই ধ্বংসলীলাত ৩৪৫০ৰো অধিক অট্টালিকা ধ্বংস হয়। ইয়াৰে বহুতো আছিল আধুনিক অট্টালিকা, যিবোৰ গঠনৰ ‘পেনকেক মডেল’ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল যদিও এই আৰ্হি ভূমিকম্পৰ সন্মুখত অসফল বুলি প্ৰমাণিত হৈছিল। কিয় এনে হ'ল -
Read More...

ধ্বংসাত্মক অট্টালিকাৰ তলৰ পৰা উদ্ধাৰ এটি নৱজাতক। কথমপি প্ৰাণ ৰক্ষা শিশুটিৰ…

ছিৰিয়াৰ এখন চহৰৰ ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত উদ্ধাৰ এটি কেঁচুৱা। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন লোকে কেঁচুৱাটোক উদ্ধাৰ কৰা দেখা গৈছে।ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলা আৰু গণ মৃত্যুৰ কাহিনীয়ে সমগ্ৰ বিশ্বতে মানুহক
Read More...