Breaking

Browsing Category

বিনোদন

ৰাধিকা মাৰ্চেণ্ট কোন? আম্বানীৰ কনিষ্ঠ বোৱাৰী পৰিয়ালৰ বিষয়ে জানক…

আম্বানী পৰিয়ালৰ কনিষ্ঠ বোৱাৰী ৰাধিকা মাৰ্চেণ্টৰ পিতৃ বীৰেণ মাৰ্চেণ্ট দেশৰ অন্যতম বৃহৎ ব্যৱসায়ী। বীৰেণৰ দৰে তেওঁৰ পত্নী শৈলা মাৰ্চেণ্টো এগৰাকী ব্যৱসায়ী। বীৰেণ আৰু শৈলাৰ দুগৰাকী কন্যা আছে, তাৰ ভিতৰত ৰাধিকা সৰু কন্যা। আহক, আজি ৰাধিকা
Read More...

৩৭ বছৰীয়া হ’ল বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ, ৩৭ বছৰ বয়সতো বিবাহপাশত আৱদ্ধ হ’বলৈ…

'এক ভিলেইন', 'এবিচিডি', 'ষ্ট্ৰী', 'আশিকী' ২ আৰু 'বাঘী'ৰ দৰে ছবিত চৰিত্ৰত অভিনয় কৰি শ্ৰদ্ধা কাপুৰে চলচ্চিত্ৰ জগতৰ শীৰ্ষ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। আহকচোন তেওঁৰ ৩৭ সংখ্যক জন্মদিনত তেওঁৰ পৰিয়াল আৰু শীৰ্ষ ৫ খন ছবিৰ বিষয়ে জানি
Read More...

সুখৰ সংসাৰ ভাঙিব নেকি দক্ষিণৰ ‘লেডী ছুপাৰষ্টাৰ’ নয়নতৰাৰ! ইনষ্টাগ্ৰামত আনফ’ল’ কৰিলে স্বামীক…

২০২২ চনৰ জুন মাহত নয়ন্তৰা-বিঘ্নেশৰ বিবাহ হয়। অক্টোবৰ মাহত চেৰ’গেচিৰ জৰিয়তে যমজ পুত্ৰৰ জন্ম হয়। ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে ঘৰ ভঙাৰ ইংগিত দিয়ে! বিবাহৰ হোৱা মাত্ৰ দুবছৰ। দক্ষিণৰ নায়িকাসকলৰ ভিতৰত নয়ন্তৰা পাৰিশ্ৰমিক সৰ্বাধিক। বহুতে
Read More...

অৰিৰ কাণত স্পৰ্শ কৰি কি ক’লে ৰিহানাই! ভাইৰেল হৈ পৰিছে ৰিহানাৰ মন্তব্য…

হলিউডৰ গায়িকা ৰিহানাই ২৯ ফেব্ৰুৱাৰীত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিংত কণ্ঠদান কৰিবলৈ ভাৰতলৈ আহিছিল। য’ত তেওঁ নিজৰ উজ্জ্বল অভিনয়েৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল। ইফালে এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত অৰিক ৰিহানাৰ সৈতে দেখা
Read More...

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে পত্নী হেইলীয়ে জন্মদিনত কি ক’লে জাষ্টিন বিবাৰক…

জাষ্টিনৰ ৩০ বছৰীয়া জন্মদিনত কণ্ঠশিল্পীগৰাকীৰ বাবে এটা ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰিছে হেইলীয়ে। যোৱা কেইদিনমানৰ পৰা গায়ক জাষ্টিন বিবাৰৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছিল। কিন্তু জাষ্টিন বিবাৰৰ পত্নী হেইলী বিবাৰে
Read More...

অনন্ত-ৰাধিকা প্ৰি ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনা কোন চেলিব্ৰিটিয়ে কিমান দামী কাপোৰ পিন্ধিলে…

প্ৰকাশ পাইছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনৰ ছবি। শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি অক্ষয় কুমাৰ, অজয় ​​দেৱগন, কৰীনা কাপুৰৰ পৰা ছাইফ আলী খান আৰু আলিয়া ভাটলৈ এই ছবিবোৰত দেখা গৈছে। আচলতে পুত্ৰৰ বিয়াৰ
Read More...

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পত্নীৰ সৈতে মহেন্দ্ৰ সিং ধোনী…

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পত্নী সাক্ষীৰ সৈতে মহেন্দ্ৰ সিং ধোনী। ক'লা ৰঙৰ পোছাকত দুয়োকে অতি সুন্দৰ দেখা গৈছে। ফটো চাওক-
Read More...

ভাৰতত প্ৰথমবাৰৰ বাবে কণ্ঠদান ৰিহানাৰ! পপ গায়িকা ৰিহানাৰ সৈতে মঞ্চত আম্বানী পৰিয়াল…

জামনগৰত চলি আছে ব্যৱসায়িক মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰী ৱেডিং অনুষ্ঠান। বলীউড, হলিউডৰ সমান্তৰালকৈ জামনগৰত সমগ্ৰ বিশ্বৰ বহু ডাঙৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। দিনৰ ভাগত ব্যক্তিগত
Read More...

বিয়াৰ পিছত আৰ্শীবাদ বিচাৰি গ’ল্ডেন টেম্পলত ৰাকুল-জেকি…

বিয়াৰ পিছত ৰাকুল জেকীয়ে প্ৰণাম কৰিবলৈ গোল্ডেন টেম্পলত উপস্থিত হয়।এফালে সমগ্ৰ বলীউড জামনগৰত উপস্থিত হৈ থকাৰ সময়তে আনফালে নৱবিবাহিত দম্পতী ৰাকুল প্ৰীত সিং আৰু জেকী ভাগনীয়ে প্ৰণাম জনাবলৈ সোণালী মন্দিৰত উপস্থিত হয়। মন্দিৰৰ এখন ফটো ৰাকুলে
Read More...

ৰণবীৰ সিঙে বিচাৰে কন্যা সন্তান! আনহাতে দীপিকাই কামনা কৰিছে ৩টা সন্তানৰ মাতৃ হোৱা…

দীপিকা পাডুকন আৰু ৰণবীৰ সিং পিতৃ-মাতৃ হ’বলৈ ওলাইছে। দীপিকা গৰ্ভৱতী আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মাতৃ হ’ব। বিবাহৰ ছবছৰৰ অন্তত পিতৃ-মাতৃ হ’বলৈ ওলাইছে দম্পতীহাল। কিন্তু দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে বহুবাৰ শিশু সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ
Read More...