Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

তিনি ফুটকৈ উচ্চতাৰ তিনিগৰাকী ভাই-ভনী। কৰ’ণাকলীয়া পৰিস্থিতিত এতিয়া ভাতমুঠিৰো হাহাকাৰ।

তিনি ফুটকৈ উচ্চতাৰ তিনিগৰাকী ভাই-ভনী। কৰ'ণাকলীয়া পৰিস্থিতিত এতিয়া ভাতমুঠিৰো হাহাকাৰ। https://youtu.be/JH-tZaTa_VY
Read More...

এইবাৰ অসমত ওলাল এনে এজন লোক যি জনৰ গাত লাগি ধৰিছে চামোচ, মুদ্ৰা, খন্তি আদি

বিগত কেইদিনমানত এনে কেইবাটাও খবৰ আমি লাভ কৰিছিলোঁ যে কওভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতে একাংশ লোকৰ দেহত চিম্বকীয় শক্তি দেখা দিছে। এনে বহু ফটো ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল ঙৈছে। শেহতীয়াকৈ অসমতো এনে চুম্বকীয় শক্তিৰ অধিকাৰী লোক এজনৰ সম্ভেদ
Read More...

নলবাৰীত আশ্ৰয় এ বহন কৰিলে মানসিক ৰোগীক চিকিৎসাৰ ব্যয়

মানসিক ৰোগ থকা এগৰাকী মহিলাক কিছুসংখ্যক লোকে নিশা মাৰধৰ কৰি থানাত চমজাই দিয়াৰ পিছত এটা স্বেচ্ছাসেৱী সংগঠনে চিকিৎসক লগত লৈ মহিলা গৰাকীক সম্পূৰ্ণ সেৱা আগবঢ়াই সম্পূৰ্ণ সুস্থ কৰি তোলা এটা ঘটনাই সম্প্ৰতি সমাজত এক বিশেষ চৰ্চা লাভ কৰিছে।
Read More...

আজি 14 জুন বিশ্ব ৰক্তদাতা দিৱস : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো ৰক্তদান দিৱস আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো এই ৰক্তদান দিৱস আয়োজন কৰা হয়।হোজাই গীতাশ্ৰমত উদযাপন কৰা হয় এই দিৱস। নেচনেল মেডিক'জ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ হেডগেৱাৰ স্মাৰক সমিতি,গুৱাহাটীৰ উদ্যোগত এই ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয়।
Read More...

গোসাইগাঁওৰ চৌতাৰা মিলন বজাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

গোসাইগাঁও মহকুমাৰৰ চৌতাৰা মিলন বজাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ৰাতিপুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্বৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। মৃত লোকজনৰ এতিয়ালৈকে
Read More...

ভাৰত বাংলা সীমান্ত বিননাছোৰা,বালাডোবাত উত্তেজনা : BSF ৰ কাৰ্য্যত অসন্তুষ্ট অঞ্চলবাসী

ভাৰত বাংলাৰ মূল সীমাৰ পৰা দুই কিলোমিটাৰ ভিতৰত কাঁইটীয়া তাৰৰ বেৰ BSF ৰ ।কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি জিৰো পইণ্টৰ পৰা 150 মিটাৰৰ ভিতৰত হব লাগে কাঁইটীয়া তাৰৰ বেৰ। কিন্তু প্ৰায় দুই কিলোমিটাৰ ভিতৰত কাঁইটীয়া তাৰৰ বেৰ দিয়া লৈ
Read More...

কোবাই ফালি পেলালে মাতৃৰ মুৰ। ড্ৰাগছৰ নিচাত গাঁওখনতেই উদ্ভণ্ডালি কৰিছে নলবাৰীৰ সন্ধেলীৰ বিৰেণে।

কোবাই ফালি পেলালে মাতৃৰ মুৰ। ড্ৰাগছৰ নিচাত গাঁওখনতেই উদ্ভণ্ডালি কৰিছে নলবাৰীৰ সন্ধেলীৰ বিৰেণে। https://youtu.be/4shfliH3OXo
Read More...

ক’ভিডৰ পৰা ৰক্ষা পাবলৈ উত্তৰ প্রদেশত সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ

আধুনিক বিজ্ঞানৰ চিকিৎসাত বিশ্বাসী হৈও কালান্তক ক’ৰোনাৰ পৰা ৰক্ষা পৰিবলৈ দেশব্যাপী একাংশ লোকে অদৃশ্য শক্তি ঈশ্বৰৰ শৰণাপন্ন হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ পৰা নিজকে ৰক্ষা পাবলৈ শেহতীয়াভাৱে উত্তৰ প্রদেশৰ প্রতাপগড়ৰ শুক্লাপুৰ গাঁৱৰ বাসিন্দাসকলে
Read More...

ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল দিল্লীত : সকলো বজাৰ মুকলিৰ অনুমতি

দেশত প্রাণঘাতী ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰ অব্যাহত আছে৷ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণত বিগত ২৪ ঘণ্টাত আক্রান্ত হয় ৮০,৮৩৪গৰাকী লোক৷ ইফালে, কেন্দ্রীয় আৰু স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি এই সময়ছোৱাত ক’ভিড মহামাৰীত
Read More...

আৰ্থিক সংকটৰে জীৱন যুজঁত অৱতীৰ্ণ হোৱা সুকণ্ঠী গায়িকা চয়নিকা সভাপণ্ডিতলৈ অসম চৰকাৰৰ সহায়

জীৱনে কি নিশিকাই । দিনটোৰ  দুবেলা - দুমুঠি যোগাৰ কৰিবলৈকে গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰী তথা সু - গায়িকা চয়নিকা সভাপণ্ডিতে  জীৱন যুজঁত অৱতীৰ্ণ হৈছে এগৰাকী পাচলি বিক্ৰেতা হিচাপে । কটন বিশ্ববিদ্যালয়ৰ এইগৰাকী মেধাৱী ছাত্ৰী তথা সু - গায়িকা
Read More...