Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

লামডিঙ ৰেলৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন সুগাৰ জব্দ কৰে

লামডিঙ ৰেলৱে আৰক্ষীয়ে( G R P) বৃহৎ পৰিমাণৰ ব্ৰাউন সুগাৰ জব্দ কৰে। যোৱা সোমবাৰে নিশাৰ ভাগত নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ নং 15670 ট্ৰেইনত লামডিঙ ৰেলৱে আৰক্ষী (G R P) ভাৰপ্ৰাপ্ত বিষয়া ছাইদুৰ ইছলামৰ নেতৃত্বত চাৰিজন আৰক্ষী যোবান ক্ৰমে সঞ্জন
Read More...

NF Railway হেড কোৱাৰ্টাৰ শাখা গঠন সভাত কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া

উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক - কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ ৰেলৱে হেড কোৱাৰ্টাৰ শাখা গঠন কৰা উপলক্ষে এখন সাধাৰণ সভা ৫ ফেব্ৰুৱাৰীত ৰেলৱেৰ মালিগাঁওস্থিত  ৰং ভৱনত অনুষ্ঠিত হৈ
Read More...

চিলাপথাৰ মহাবিদ্যালয়ত soft skillৰ এদিনীয়া কৰ্মশালা সম্পন্ন

সৰস্বতী পূজাৰ উচাহ উদ্দীপনাৰ মাজতে শণিবাৰে চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত এখন soft skill বিষয়ক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনি  আঁত ধৰে মহাবিদ্যালয় খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক মানস প্ৰতিম
Read More...

হাপানী আৰু মেদ বহুলতাৰ চিকিৎসাত নলবাৰীৰ চিকিৎসকৰ বিৰল কৃতিত্ব

৫,ফেব্ৰুৱাৰী, হাপানী ৰোগৰ নিদানমূলক ব্যৱস্থাপনাত 'শ্বাসহৰ মহাকাসায়'ৰ প্ৰায়োগিক অধ্যয়নৰে চিকিৎসা বিজ্ঞানত এক নতুন আশাৰ সঞ্চাৰ কৰিছে নলবাৰীৰ যুৱ চিকিৎসক ডাঃ নিতেন বৰ্মনে। গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সংস্কৃত সংহিতা
Read More...

মিজোৰামৰ আগ্ৰাসনত জটিল হৈছে সীমান্তৰ পৰিস্থিতি

মিজোৰামৰ আগ্ৰাসনে অসমৰ মাটিত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে৷ অসমে পুনৰ মিজোৰামৰ ওপৰত বেদখলৰ অভিযোগ উত্থাপন কৰিছে৷ অসম-মিজোৰাম সীমান্তৱৰ্তী হাইলাকান্দি জিলাত মিজোৰামে আৰম্ভ কৰিছে বেদখল৷ হাইলাকান্দিৰ বন বিষয়াসকলে অনুমান কৰিছিল যে ১.৫
Read More...

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নত জাতৰ কুকুৰা পালন কেন্দ্ৰ সম্পূৰ্ণ হোৱাৰ পথত

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা আৰু পৰিষদৰ পৰা আৱন্টিত পূঁজিৰে পৰিষদৰ গোগামুখ চেতিয়া গাঁও স্হিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত আৰম্ভ কৰা উক্ত উন্নত জাতৰ কুকুৰা উৎপাদন কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে উন্নত মানৰ 'কামৰূপা' কুকুৰা উৎপাদন
Read More...

সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে অৰুণাচল প্ৰদেশে!

১৯৭২ চনৰ ২০ জানুৱাৰীত নতুনকৈ নামাংকিত কৰা অৰুণাচল প্ৰদেশ এতিয়া ৫০ বছৰীয়া হ’ল । তদানিন্তন নেফা নামটোৰ ঠাইত ছিলঙত তেতিয়াৰ অসমৰ ৰাজ্যপাল বি কে নেহৰুৱে নেফাৰ মুখ্য কাৰ্যালয় ছিলঙৰ পৰিৱৰ্তে আন ঠাইলৈ নিয়াৰ বাবে নেফা কাউঞ্চিলে দিয়া এক
Read More...

কেঁচা তামোলক লৈ আহি আছে নতুন SOP

ক’ভিড ভাইৰাছ অথবা যান-বাহনক লৈ নহয়, এইবাৰ তামোলক লৈ অসম চৰকাৰৰ SOP। মিজোৰামত উৎপাদিত কেঁচা তামোল অসমত বিক্ৰয়ৰ বাবে আহি আছে নতুন SOP। ইতিমধ্যে এই SOP প্ৰস্তুত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি হাইলাকান্দিত
Read More...

শ্বিলঙলৈ এতিয়া যাওঁ বুলিলেই যাব নোৱাৰিব! কঠোৰ মেঘালয় ভ্ৰমণৰ নীতি-নিয়ম

দেশজুৰি ক’ভিড আৰু অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি তথা চুবুৰীয়া ৰাজ্য অসমত কভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতিও লক্ষ্য ৰাখি তত্পৰ হৈছে মেঘালয় চৰকাৰ। ৰাজ্যখনত ৫ জানুৱাৰীৰ পৰা জাৰী কৰা হৈছে একাধিক নিষেধাজ্ঞা। ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক
Read More...

নাগালেণ্ডত পুনৰ ছয় মাহলৈ আফ্স্পাৰ ম্যাদ বৃদ্ধি গৃহ মন্ত্রালয়ৰ

নাগালেণ্ডৰ মন জিলাত ৪ ডিচেম্বৰত সংঘটিত অপ্রৰোচিত গুলীচালনাৰ ঘটনাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া বর্তমানেও মাৰ যোৱা নাই৷ সেনাৰ নির্বিচাৰ গুলীত ১৪জন নিৰীহ গঞাৰ প্রাণহানি হোৱাৰ পাছত সমগ্র উত্তৰ–পূর্বাঞ্চলজুৰ সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আহনৰ
Read More...